• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ

হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ

8 months ago
ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

10 hours ago
পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

11 hours ago
ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী

ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী

12 hours ago
সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…

সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…

13 hours ago
বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ…

বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ…

17 hours ago
কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ

কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ

18 hours ago
এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…

এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…

1 day ago
ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

1 day ago
কথা দি কথা ৰাখিলে ছিদ্দাৰামাইয়া চৰকাৰে, মন্ত্ৰীসভাৰ প্ৰথম বৈঠকেই ২০০ ইউনিটকৈ ফ্ৰি বিদ্যুতৰ লগতে আন ৪ প্ৰতিশ্ৰুতিত অনুমোদন

কথা দি কথা ৰাখিলে ছিদ্দাৰামাইয়া চৰকাৰে, মন্ত্ৰীসভাৰ প্ৰথম বৈঠকেই ২০০ ইউনিটকৈ ফ্ৰি বিদ্যুতৰ লগতে আন ৪ প্ৰতিশ্ৰুতিত অনুমোদন

1 day ago
‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

2 days ago
এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

2 days ago
সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

2 days ago
  • About
  • Advertise
  • Careers
Sunday, June 4, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ

editor by editor
September 22, 2022
in অসম
0
হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ
0
SHARES
17.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিৰাঙ জিলাৰ শামথাইবাৰী জাতীয় পথৰ গাতে লাগি থকা বাথৌ খেৰাই ৰিজ’ৰ্টত যোৱা ১৭ ছেপ্টেম্বৰ বিশ্বকৰ্ম পূজাৰ নিশা অশ্লীল নৃত্যৰ মাজতে এজন যুৱকে দুজনী বড়ো যুৱতীৰ শ্লীলতাহানীৰ চেষ্টা চলোৱা ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে এই বিলাসী ৰিজ’ৰ্টখন বিটিচিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰী পত্নীৰ মালিকানাধীন৷

প্ৰায়ে ৰিজ’ৰ্টখনত এনে কাৰ্য সংঘটিত হয় বুলিও সচেতন ৰাইজে মত প্ৰকাশ কৰে।ৰিজ’ৰ্টখনত নানান অসামাজিক কাৰ্যৰে ভৰি পৰিছে বুলিও দাবী স্থানীয় ৰাইজৰ। স্থানীয় ৰাইজৰ মতে ৰিজ’ৰ্টখনত মদ, ভাঙ, ড্ৰাগচ আদিও সুলভ হৈ পৰিছে।

 

লগতে পঢ়ক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ, বস্ত্ৰ লৈ গ’ল ধৰ্ষণকাৰীয়ে, বিবস্ত্ৰা হৈ ২ কিঃমিঃ খোজেৰে ঘৰত উপস্থিত ভুক্তভোগী

উল্লেখ্য যে প্ৰাক্তন বিটিচিৰ মুৰব্বী তথা বিপিএফ প্ৰধান হাগ্ৰমা মহিলাৰীৰ পত্নী চেউলি মহিলাৰীৰ নামত থকা এই ৰিজ’ৰ্টখনত সংঘটিত এনে কাৰ্যৰেৰে সামাজিক বাতাবৰণ তথা পৰিবেশে বিনষ্ট কৰা বুলিও স্থানীয় ৰাইজে দাবী কৰিছে। বিশেষকৈ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷

অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক এই ৰিজ’ৰ্টখনৰ বিৰুদ্বে বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাই ইয়াৰ উপকন্ঠ ৰাইজে।

আনহাতে যুৱতী দুগৰাকীৰ ওপৰত নিৰ্যাতন চলোৱা যুৱকজনক বিচাৰি কঠোৰ শাস্তি বিহাৰ দাবীও জনাইছে স্থানীয় ৰাইজে।

ইফালে ৰিজ’ৰ্টখনৰ এই কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে নিখিল বড়ো ছাত্ৰ সন্থাই৷ বড়ো ছাত্ৰ সন্থাই কয় যে এনে কাৰ্য যুৱপ্ৰজন্মক বিনষ্ট কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?
অসম

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

June 2, 2023
ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…
অসম

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

June 1, 2023
জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?
অপৰাধ

জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

May 31, 2023
UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…
অসম

UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…

May 31, 2023
Next Post
প্ৰেমিকৰ পকেটৰ পৰা কণ্ডমৰ ৰচিদ উদ্ধাৰ, প্ৰেমিকক গুলীয়াই হত্যা মহিলা আৰক্ষী বিষয়াৰ

প্ৰেমিকৰ পকেটৰ পৰা কণ্ডমৰ ৰচিদ উদ্ধাৰ, প্ৰেমিকক গুলীয়াই হত্যা মহিলা আৰক্ষী বিষয়াৰ

যৌন সম্পৰ্কৰ পাছত ৪৮ ঘণ্টালৈকে লাভ কৰা যায় বিভিন্ন উপকাৰ? এই উপকাৰসমূহ কি কি?

যৌন সম্পৰ্কৰ পাছত ৪৮ ঘণ্টালৈকে লাভ কৰা যায় বিভিন্ন উপকাৰ? এই উপকাৰসমূহ কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.