• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যৌন সম্পৰ্কৰ পাছত ৪৮ ঘণ্টালৈকে লাভ কৰা যায় বিভিন্ন উপকাৰ? এই উপকাৰসমূহ কি কি?

যৌন সম্পৰ্কৰ পাছত ৪৮ ঘণ্টালৈকে লাভ কৰা যায় বিভিন্ন উপকাৰ? এই উপকাৰসমূহ কি কি?

4 years ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

10 minutes ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

47 minutes ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

2 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

3 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

4 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

17 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

18 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

18 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

19 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

20 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

21 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যৌন সম্পৰ্কৰ পাছত ৪৮ ঘণ্টালৈকে লাভ কৰা যায় বিভিন্ন উপকাৰ? এই উপকাৰসমূহ কি কি?

editor by editor
September 22, 2022
in জীৱনশৈলী, বিবিধ
0
যৌন সম্পৰ্কৰ পাছত ৪৮ ঘণ্টালৈকে লাভ কৰা যায় বিভিন্ন উপকাৰ? এই উপকাৰসমূহ কি কি?
0
SHARES
76.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যৌনতাই মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি কৰে নেকি? এই প্ৰশ্নটোক আপোনাৰ অবান্তৰ যেন লাগিলেও এক অধ্যয়নত অতি আচৰিত ফলাফল ওলোৱা দেখা গৈছে৷ এক অধ্যয়নৰ মতে যৌন সম্ভোগৰ পাছত মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি পায়৷ আৰু এই উজ্জ্বলতাক পোষ্টকইটাল গ্লো বোলা হয়।

আমোদজনক কথাটো হ’ল এই গ্লোৰ প্ৰভাৱ যৌন সম্পৰ্কৰ পিছত ৪৮ ঘণ্টালৈকে থাকে। এই অধ্যয়ন Psychological Science নামৰ আলোচনীত প্ৰকাশ পাইছে। বিজ্ঞানীসকলে কয় যে যৌন সম্পৰ্কৰ সময়ত অক্সিট’চিন হৰম’ন নিৰ্গত হয়। ইয়াৰ প্ৰভাৱ আৰু উপকাৰ কিমান দিনলৈ থাকে সেইটো জানিবলৈ এই অধ্যয়নটো কৰা হৈছিল আৰু অধ্যয়নৰ অন্তত এই আকৰ্ষণীয় ফলাফল পোৱা গৈছে।

বিজ্ঞানী আন্দ্ৰেয়া মেল্টজেৰাণ্ডৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে এই অধ্যয়ন কৰিছিল। এই অধ্যয়নত নৱবিবাহিত লোকৰ দুটা গোট গঠন কৰা হৈছিল।

লগতে পঢ়ক হাগ্ৰামা পত্নীৰ মালিকানাধীন বিলাসী ৰিজ’ৰ্টত বড়ো যুৱতীক যৌন নিগ্ৰহৰ চেষ্টা মাতাল যুৱকৰ

প্ৰথম গোটত ৯৬ টা আৰু দ্বিতীয় গোটত ১১৮ টা যোৰ আছিল। তেওঁলোকৰ যৌন কাৰ্যকলাপ অনুসৰণ কৰিবলৈ কোৱা হৈছিল। গড় হিচাপত দম্পতীয়ে ১৪ দিনত ৪ বাৰ যৌন সম্পৰ্ক স্থাপন কৰিছিল। এই অধ্যয়নত অংশগ্ৰহণকাৰীসকলৰ বয়স যিয়েই নহওক কিয়, যৌনতাৰ কম্পাঙ্ক, যৌন সন্তুষ্টি যৌন সম্পৰ্ক স্থাপন কৰা পিছত দুদিনলৈকে অনুভৱ কৰিছিল। অধ্যয়নৰ মতে ইয়াৰোপৰি ইয়ে মুখমণ্ডলৰ গ্লো অধিক বৃদ্ধি কৰি ৰাখে।

বিজ্ঞানীসকলে গ্লো আফটাৰ চেক্সৰ পৰা আৰু কে’বাটাও সিদ্ধান্তলৈ আহিছে। তেওঁলোকৰ মতে যিসকলৰ এটা ভাল আফটাৰ গ্লো আছিল তেওঁলোক সম্পৰ্কত সুখী আছিল। এই অধ্যয়নৰ বাহিৰেও যৌনতাৰ উপকাৰিতাৰ বিষয়ে বিভিন্ন অধ্যয়ন অব্যাহত আছে। যৌন সম্পৰ্কৰ সময়ত তেজৰ সঞ্চালন বৃদ্ধি পায়। যাৰ ফলত ৰক্তবাহী নলীবোৰ খোল খায়। ইয়াৰ ফলত মুখত ব্লাছ আৰু গ্লোৱে দেখা দিয়ে। বহু বিশেষজ্ঞই ওজন কমাবলৈ যৌনতাক উত্তম ব্যায়াম বুলিও গণ্য কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamlife style
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা
ভাৰত

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

June 11, 2026
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক
ক্ৰীড়া

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

June 11, 2026
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা
স্বাস্থ্য

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

June 11, 2026
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি
বিশ্ব

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

June 11, 2026
Next Post
চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ! মুখ্যমন্ত্ৰীয়ে জনালে পূজাৰ পূৰ্বে লাভ কৰিব দৰমহা

চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ! মুখ্যমন্ত্ৰীয়ে জনালে পূজাৰ পূৰ্বে লাভ কৰিব দৰমহা

হিন্দু যুৱতীক যৌন আতিশয্য চলোৱাৰ ভুৱা অভিযোগ! গ্ৰেপ্তাৰ হ’ল প’ৰ্টেলৰ সাংবাদিক, ভাতৃ পলাতক

হিন্দু যুৱতীক যৌন আতিশয্য চলোৱাৰ ভুৱা অভিযোগ! গ্ৰেপ্তাৰ হ’ল প’ৰ্টেলৰ সাংবাদিক, ভাতৃ পলাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.