• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিবনুৱাৰ বাবে সুখবৰ! দিয়া হ’ব ৯০০০ কৰ্মচাৰী নিযুক্তি, যিকোনা ঠাইৰ পৰা কৰিব পাৰিব কাম

নিবনুৱাৰ বাবে সুখবৰ! দিয়া হ’ব ৯০০০ কৰ্মচাৰী নিযুক্তি, যিকোনা ঠাইৰ পৰা কৰিব পাৰিব কাম

4 years ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

1 hour ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

2 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

3 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

3 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

4 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

4 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

5 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

6 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

6 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

7 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

8 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিবনুৱাৰ বাবে সুখবৰ! দিয়া হ’ব ৯০০০ কৰ্মচাৰী নিযুক্তি, যিকোনা ঠাইৰ পৰা কৰিব পাৰিব কাম

editor by editor
September 21, 2022
in নিয়োগ, ভাৰত
0
নিবনুৱাৰ বাবে সুখবৰ! দিয়া হ’ব ৯০০০ কৰ্মচাৰী নিযুক্তি, যিকোনা ঠাইৰ পৰা কৰিব পাৰিব কাম
0
SHARES
15.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ’নাৰ কালৰ পাছৰে পৰা কৰ্প’ৰেট খণ্ডত বিশেষ পৰিৱৰ্তন হোৱা দেখা গৈছে৷ প্ৰায়বোৰ বৃহৎ কোম্পানীয়ে এতিয়া ঘৰৰ পৰা কাম কৰাৰ বিকল্পটোক গুৰুত্বসহকাৰে লোৱা দেখা গৈছে৷ কৰ’নাৰ সময়ছোৱাত ঘৰৰ পৰা কাম কৰাৰ সময়ত কৰ্মচাৰীসকলৰ কৰ্মক্ষমতা বৃদ্ধি পোৱাৰ বিপৰীতে আৰু কোম্পানীসমূহৰ ব্যয় হ্ৰাস পাইছিল৷ তাৰ পিছৰে পৰা কোম্পানীসমূহে এতিয়া দীৰ্ঘদিন ধৰি এই বিকল্প গ্ৰহণ কৰিবলৈ চেষ্টা কৰি আছে।

এই দিশৰ প্ৰতি লক্ষ্য ৰাখি এটা বৃহৎ MNC প্ৰতিষ্ঠানে ভাৰতৰ পৰা ৯০০০ কৰ্মচাৰীক চাকৰি দিবলৈ আগবাঢ়িছে৷ যিসকলে কাৰ্যালয়লৈ নোযোৱাকৈ যিকোনো ঠাইৰ পৰা কাম কৰিব পাৰিব।

গ্লোবেল কাষ্টমাৰ চাৰ্ভিচ চফ্টৱেৰ এণ্ড চাৰ্ভিচেছ কোম্পানী [24]7.ai এ মঙলবাৰে ৯০০০ কৰ্মচাৰী নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। এই কৰ্মচাৰীসকলক যিকোনো ঠাইৰ পৰা কাম কৰাৰ বিকল্প প্ৰদান কৰা হ’ব।

লগতে পঢ়ক লাখ লাখ অনুৰাগীক শোক সাগৰত পেলাই গুচি গ’ল জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ

কোম্পানীটোৰ হৈ কোৱা হৈছে যে এই কৰ্মচাৰীসকলক ফোন আৰু চেটৰ জৰিয়তে নিযুক্তি দিয়া হ’ব, যাতে আন্তঃৰাষ্ট্ৰীয় ক্লায়েণ্টসকলক উন্নত সুবিধা প্ৰদান কৰিব পৰা যায়।

মিণ্টৰ এক প্ৰতিবেদন অনুসৰি ইণ্ডিয়া এণ্ড আমেৰিকাছৰ এছভিপি এণ্ড এইচ আৰ ডিৰ মুৰব্বী নীনা নাইৰে কয় যে ভাৰতৰ এটা অতি ভাল আৰু সংগঠিত আগশাৰীৰ প্ৰতিভাৰ পুল আছে। যোৱা কেইবছৰমানৰ পৰা দেশত এই প্ৰতিভা দ্ৰুতগতিত বৃদ্ধি পাইছে।

লগতে পঢ়ক এইখন অসমৰে ঘটনা, স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিলে মহিলাই

এই প্ৰতিভাৱান লোকসকলৰ মাজত বিনিয়োগ কৰি আৰু দীৰ্ঘদিন ধৰি যুৱক-যুৱতীসকলক লালন-পালন কৰিবলৈ, তেওঁলোকক নেতা হিচাপে গঢ়ি তোলাৰ বাবে প্ৰতিষ্ঠানটোৱে কাম কৰে বুলিও কোৱা হৈছে৷

শেহতীয়াকৈ কোম্পানীটোৱে চলিত বছৰৰ বিপিঅ’ৰ খিতাপ দখল কৰিছে। লাছ ভেগাছত কোম্পানীটোক দিয়া হৈছিল চিচিডব্লিউ এক্সেলেন্স এৱাৰ্ড। এইটো বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গ্ৰাহক থকা এই প্ৰতিষ্ঠানটোৱে ইয়াৰ উপৰিও বৃহৎ পৰিসৰৰ কণ্টেক্ট চেণ্টাৰ আৰু সেৱা বজাৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। মন কৰিবলগীয়া যে আগন্তুক সময়ত কোম্পানীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই কৰ্মচাৰীসকলক নিযুক্তি দিব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom livde 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য
প্ৰযুক্তি

প্ৰতিটো বিমান দুৰ্ঘটনাত পাইলটেই দায়ী নেকি? পোহৰলৈ আহিছে ডাঙৰ তথ্য

August 7, 2026
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
Next Post
দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক অখিল গগৈৰ, কি কি কথা পাতিলে দুই চিৰবৈৰী নেতাই?

দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক অখিল গগৈৰ, কি কি কথা পাতিলে দুই চিৰবৈৰী নেতাই?

যুৱতীক জ’মেটো ডেলিভাৰী বয়ৰ চুমা! কি ক’লে ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মেটোৱে?

যুৱতীক জ’মেটো ডেলিভাৰী বয়ৰ চুমা! কি ক’লে ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মেটোৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.