• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইখন অসমৰে ঘটনা, স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিলে মহিলাই

এইখন অসমৰে ঘটনা, স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিলে মহিলাই

4 years ago
হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

15 minutes ago
পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

58 minutes ago
থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

2 hours ago
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

2 hours ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

4 hours ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

4 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

5 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

17 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

18 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

19 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

19 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এইখন অসমৰে ঘটনা, স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিলে মহিলাই

editor by editor
September 21, 2022
in অপৰাধ, অসম
0
এইখন অসমৰে ঘটনা, স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিলে মহিলাই
0
SHARES
17.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰে এগৰাকী মহিলাৰ বিৰুদ্ধে উত্থাপন হৈছে অতি ভয়ংকৰ অভিযোগ৷ স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে যৌন সম্পৰ্ক স্থাপন কৰা ভিডিঅ’ ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত মহিলাগৰাকীয়ে নিজেই ভাইৰেল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

প্ৰকাশিত খবৰ অনুসৰি এই নিলৰ্জ্জ ঘটনাটো অসমৰ ধেমাজি জিলাৰ চিলাপথাৰত সংঘটিত হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে চিলাপথাৰৰ  চিচিবৰগাঁৱৰ এগৰাকী মহিলাৰ স্বামীয়ে কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে৷

মহিলাগৰাকীৰ স্বামীয়ে কৰ্মসূত্ৰে বহিঃৰাজ্যত থকাৰ সুযোগ গ্ৰহণ কৰি মহিলাগৰাকীৰে চিচিবৰগাঁও অঞ্চলৰে এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে৷ যুৱকজনৰ সৈতে মহিলাগৰাকীয়ে গোপন শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল৷

লগতে পঢ়ক আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিন, পত্নীৰ জন্মদিনত কি ক’লে স্বামী ভাস্কৰে?

যুৱকজনেৰে মহিলাগৰাকীয়ে যৌন সম্পৰ্কৰ ভিডিঅ’ মোবাইলত ৰেকৰ্ডিং কৰি নিজেই ভাইৰেল কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ স্থানীয় লোকে মোবাইলে মোবাইলে এই ভিডিঅ’ লাভ কৰাৰ পাছতে মহিলাগৰাকীক বগীনদী অঞ্চলৰ পৰা ধৰি আনি জেৰা আৰম্ভ কৰে৷ গোটেই নিশা ৰাইজে পহৰা দি ৰখাৰ পাছত মহিলাগৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজে চিচিবৰগাওঁ আৰক্ষীক খবৰ দিয়ে৷

আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ আনে৷

ইফালে ৰাইজৰ ৰোষত পৰাৰ আশংকাত অভিযুক্ত জান দেউৰী নামৰ যুৱকজনে ঘৰৰ পৰা পলায়ন কৰে৷ ঘটনা সন্দৰ্ভত চিচিবৰগাঁও আৰক্ষী চকীত এখন ৰাজহুৱা এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamviral newsviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ
বিনোদন

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

September 25, 2026
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?
অসম

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

September 25, 2026
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

September 24, 2026
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ
বিনোদন

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

September 24, 2026
Next Post
লাখ লাখ অনুৰাগীক শোক সাগৰত পেলাই গুচি গ’ল জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ

লাখ লাখ অনুৰাগীক শোক সাগৰত পেলাই গুচি গ’ল জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ

হোমৱৰ্ক কৰা নাছিল পুত্ৰই! কেৰাচিন ঢালি পুত্ৰক জ্বলাই হত্যা পাষাণ পিতৃৰ

হোমৱৰ্ক কৰা নাছিল পুত্ৰই! কেৰাচিন ঢালি পুত্ৰক জ্বলাই হত্যা পাষাণ পিতৃৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.