• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? জানিবলৈ চাওক 

ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? জানিবলৈ চাওক 

4 years ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

3 minutes ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

28 minutes ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

2 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

2 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

3 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

12 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

12 hours ago
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

13 hours ago
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

13 hours ago
এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

এই তাৰিখত মুক্তি পাব বিজয় থালাপতিৰ অন্তিমখন ছবি Jana Nayagan

14 hours ago
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? জানিবলৈ চাওক 

editor by editor
September 20, 2022
in বিবিধ, বিশ্ব
0
ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? জানিবলৈ চাওক 
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৌৰাণিক কালৰ ৰজা মহাৰজাসকলে কে’বাগৰাকীও ৰাণীক বিয়া কৰাইছিল৷ বুৰঞ্জীৰ পাতে পাতে আমি সেই বিষয়ে পঢ়িবলৈ পাই আহিছো৷ সেইদৰে ছৌদি আৰৱৰ ৰজাসকলে বহু পত্নীক বিবাহ কৰাই বহু সন্তানৰ পিতৃ হৈছিল৷ সাধাৰণতে ছৌদি আৰৱৰ ৰজাসকলৰ ক্ষেত্ৰত এনে পৰম্পৰা অধিক বুলিহে জনা যায়৷

বিজিত ৰাষ্ট্ৰক দখল কৰি সেই ৰজাৰ কন্যাক বিয়া কৰাই পাৰিবাৰিক সম্পৰ্ক গঢ়ি তোলাৰ পাছত দেশ বা ৰাষ্ট্ৰৰ ভিতৰত গৃহযুদ্ধৰ আশংকা বহু পৰিমাণে কমি যায়৷ ইয়াৰ ফলত ৰজাই দেশ শাসন কৰাৰ পথ অধিক সূচল হৈ পৰে৷

এইদৰে তথাকথিত শান্তি বজাই ৰখাৰ স্বাৰ্থত ছৌদিৰ ৰজাসকলে বহু ৰাণীক বিবাহ কৰোৱাৰ পাছতে বহু সন্তানৰ পিতৃ হৈছিল৷ অৱশ্যে কিছু ৰজাই স্বেচ্ছাই বহুবিবাহ কৰাইছিল৷ সেয়া অৱশ্যে পৌৰাণিক আৰু মধ্য যুগৰ ৰজাৰহে কথা৷ কিন্তু আধুনিক যুগত ৰাজতন্ত্ৰ প্ৰচলন থকা কিছুসংখ্যক দেশৰ ৰজাইও পৌৰাণিক তথা মধ্য যুগীয় ৰজাৰ দৰেই বহুসংখ্যক পত্নীক বিবাহ কৰাই অসংখ্য সন্তানৰ পিতৃ হৈছিল৷

কোৱা হয় যে ছৌদি আৰৱত দেশখনক ঐক্যবদ্ধ কৰি ৰখাৰ আটাইতকৈ সহজ উপায় হিচাপে ৰজাসকলে অধিক ৰাণীক বিয়া কৰাইছিল। অৰ্থাৎ যেতিয়াই কোনো শত্ৰুৱে ৰজাক আক্ৰমণ কৰে, তেতিয়াই তেওঁ ৰজাক পৰাস্ত কৰি সেই ৰাষ্ট্ৰৰ ৰজাৰ কন্যাক বিয়া কৰাই পাৰিবাৰিক সম্বন্ধ গঢ়ি তুলিছিল৷ আজি আমি আধুনিক ৰাজতন্ত্ৰ ছৌদি আৰৱৰ এনে কিছুমান ৰজাৰ বিষয়ে ক’বলৈ আগবাঢ়িছো৷

লগতে পঢ়ক জামিন লাভ কৰাৰ পাছতে চাকৰিৰ পৰা নিলম্বিত হ’ল টেট শিক্ষক ভিক্টৰ দাস

আব্দুলজিজ বিন আব্দুল ৰহমান আল ছৌদক ছৌদি আৰৱৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। ১৯৩২ চনৰ পৰা ১৯৫৩ চনলৈ তেওঁ ছৌদি আৰবৰ ৰজা আছিল। তথ্য অনুসৰি তেওঁৰ প্ৰায় ২২ গৰাকী পত্নী আছিল৷ আল ছৌদে ৰাজ্য সম্প্ৰাসৰণ কৰিবলৈ তেওঁ অন্য সম্প্ৰদায়ৰ মহিলাক বিয়া কৰাইছিল। তথ্য অনুসৰি তেওঁৰ মুঠ ১০০ টা সন্তান আছিল, ইয়াৰে ৪৫ গৰাকী আছিল পুত্ৰ সন্তান।

আৰৱৰ প্ৰথম ৰজাৰ দ্বিতীয় পুত্ৰ আছিল ছৌদ বিন আব্দুলাজিজ আল ছৌদ। ১৯৫৩ চনৰ পৰা ১৯৬৪ চনলৈকে তেওঁ ছৌদি আৰৱৰ ৰজা আছিল। তেওঁৰ ৩০ গৰাকীতকৈ অধিক পত্নী থকাৰ তথ্য লাভ কৰিলেও এনে কিছুসংখ্যক পত্নী আছিল যিসকলৰ তথ্য পোৱা নাযায়৷ তেওঁৰ মুঠ সন্তানৰ সংখ্যা আছিল ১০৮ টা৷

১৯৮২ চনৰ পৰা ২০০৫ চনলৈকে ছৌদি আৰৱৰ ৰজা আছিল ফাহাদ বিন আব্দুলজিজ আল ছৌদ। তেওঁ আছিল ৰজা আব্দুলআজিজৰ অষ্টম পুত্ৰ। তেওঁৰো প্ৰায় ১৩ গৰাকী পত্নী আছিল। তেওঁ ৬ গৰাকী পুত্ৰ আৰু ৪ গৰাকী কন্যা সন্তানৰ পিতৃ আছিল।

ছৌদি আৰৱৰ প্ৰথম ৰজাৰ দশম পুত্ৰ আছিল আব্দুল্লাহ বিন আব্দুলাজিজ আল ছৌদ। ২০১৫ চনত তেওঁৰ মৃত্যু হয়। তেওঁৰ প্ৰায় ৩০ গৰাকী পত্নী আৰু মুঠ ৩৬ গৰাকী সন্তান আছিল৷ ইয়াৰে ১৬ গৰাকী আছিল পুত্ৰ সন্তান।

আব্দুল মুহছিন বিন আব্দুলজিজ আল ছৌদ প্ৰথম ৰজাৰ ১৩ সংখ্যক পুত্ৰ। ১৯৮৫ চনত মৃত্যু হোৱা আব্দুল মুহছিন মদিনাৰ ৰাজ্যপাল নিযুক্ত কৰা হৈছিল। তেওঁৰ ৮ গৰাকী পত্নী আৰু ১২ গৰাকী সন্তান আছিল।

১৯৬৪ চনৰ পৰা ১৯৭৫ চনলৈ ছৌদি আৰৱৰ ৰজা আছিল ফৈজল বিন আব্দুলজিজ আল ছৌদ৷ ১৯৭৫ চনত হত্যাৰ বলি হোৱা ফৈজল প্ৰথম ৰজাৰ তৃতীয় পুত্ৰ আছিল। তেওঁ ৭ গৰাকী পত্নীক বিয়া কৰাইছিল।

লগতে পঢ়ক মানুহক কুকুৰে কামোৰে কিয়? কুকুৰৰ আক্ৰমণত বিশ্বত প্ৰতিবছৰে ৫৫,০০০ লোকৰ মৃ্ত্যু ঘটে?

প্ৰথম ৰজাৰ পঞ্চম পুত্ৰ আছিল খালিদ বিন আব্দুলাজিজ আল ছৌদ। ১৯৭৫ চনৰ পৰা ১৯৮২ চনলৈ তেওঁ ছৌদি আৰবৰ ৰজা আছিল। ৪ বাৰ বিবাহপাশত আবদ্ধ হৈ ১০ টা সন্তানৰ পিতৃ হৈছিল।

ছৌদি আৰৱৰ প্ৰথম ৰজাৰ ২০ সংখ্যক পুত্ৰ আছিল তালাল বিন আব্দুলাজিজ আল ছৌদ। ২০১৮ চনত তেওঁৰ মৃত্যু হয়। ৪ গৰাকী পত্নী বিয়া কৰাই তেওঁ মুঠ ১৫ টা সন্তানৰ পিতৃ হৈছিল।

চৌদি আৰৱৰ প্ৰথম ৰজাৰ ২৩ নম্বৰ গৰাকী পুত্ৰ নায়েফ বিন আব্দুলজিজ আল ছৌদে ৩ গৰাকী পত্নীক বিবাহ কৰাই ১০ টা সন্তানৰ পিতৃ হৈছিল।

ছৌদি আৰৱৰ প্ৰথম ৰজাৰ ২৫ সংখ্যক পুত্ৰ ছলমান বিন আব্দুলজিজ আল ছৌদ আৰু তেওঁ বৰ্তমান ছৌদি আৰৱৰ ৰজা। ৩ গৰাকী পত্নীক কৰোৱাই তেওঁ বৰ্তমান ১৩ টা সন্তান পিতৃ হৈ  আছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?
বিনোদন

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?
বিনোদন

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
Next Post
এইখন অসমৰে ঘটনা, স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিলে মহিলাই

এইখন অসমৰে ঘটনা, স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিলে মহিলাই

লাখ লাখ অনুৰাগীক শোক সাগৰত পেলাই গুচি গ’ল জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ

লাখ লাখ অনুৰাগীক শোক সাগৰত পেলাই গুচি গ’ল জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.