• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানুহক কুকুৰে কামোৰে কিয়? কুকুৰৰ আক্ৰমণত বিশ্বত প্ৰতিবছৰে ৫৫,০০০ লোকৰ মৃ্ত্যু ঘটে?

মানুহক কুকুৰে কামোৰে কিয়? কুকুৰৰ আক্ৰমণত বিশ্বত প্ৰতিবছৰে ৫৫,০০০ লোকৰ মৃ্ত্যু ঘটে?

4 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

18 minutes ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

1 hour ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

2 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

3 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

4 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

5 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

23 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

23 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

23 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

24 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

1 day ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মানুহক কুকুৰে কামোৰে কিয়? কুকুৰৰ আক্ৰমণত বিশ্বত প্ৰতিবছৰে ৫৫,০০০ লোকৰ মৃ্ত্যু ঘটে?

editor by editor
September 20, 2022
in বিবিধ, বিশ্ব
0
মানুহক কুকুৰে কামোৰে কিয়? কুকুৰৰ আক্ৰমণত বিশ্বত প্ৰতিবছৰে ৫৫,০০০ লোকৰ মৃ্ত্যু ঘটে?
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্ৰতি বছৰে কুকুৰ কামোৰাৰ ফলত জলাতঙ্ক ৰোগ হৈ প্ৰায় ৫৫,০০০ লোকৰ মৃত্যু হয়। এছিয়া আৰু আফ্ৰিকা মহাদেশতেই কুকুৰে কামোৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক। ভাৰতত জলাতঙ্কত প্ৰায় ৩০ ৰপৰা ৬০ শতাংশ ৰোগীৰ মৃত্যু হয়। ইয়াৰে ১৫ বছৰৰ তলৰ শিশুৱেই সৰ্বাধিক।

কেৰালাত কুকুৰে কামোৰৰ ফলত এজনী কণমানি ছোৱালীৰ মৃত্যু হোৱাত অধিবক্তা ভি কে বিজুৱে মুখ্য ন্যায়াধীশৰ সন্মুখত এখন আবেদন দাখিল কৰিছে। এই আবেদনত, কুকুৰে কামোৰাৰ ঘটনা সৰ্বাধিক বৃদ্ধি হোৱা বুলি উল্লেখ কৰা হৈছে।

আৱেদনখনত উল্লেখ থকা অনুসৰি বিগত পাঁচ বছৰত কুকুৰে কামোৰাৰ এক নিযুত ঘটনা পোহৰলৈ আহিছে। কেৰালাৰ ঘটনাক লৈ ৫ ছেপ্টেম্বৰত দাখিল কৰা আবেদনৰ ৯ ছেপ্টেম্বৰত শুনানিও গ্ৰহণ কৰা হয়। ৯ ছেপ্টেম্বৰত দিয়া শুনানিত ন্যায়াধীশ সঞ্জীৱ খান্নাৰ দুই ন্যায়াধীশে কয় যে, জন্তুৰ অধিকাৰ আৰু মানুহৰ সুৰক্ষা এই দুয়ো দিশতেই ভাৰসাম্য ৰক্ষা কৰিব লাগিব। ইয়াৰোপৰি পদপথৰ কুকুৰৰ সমস্যা সমাধানৰ বাবে এটা সমাধানো বিচাৰ কৰিব লাগিব বুলি ন্যায়ালয়ৰ শুনানিত দিয়া হৈছে। গোচৰটোৰ পৰবৰ্তী শুনানি ২৮ ছেপ্টেম্বৰত দিয়া হ’ব বুলিও উল্লেখ কৰা হৈছে।

লগতে পঢ়ক ফ্লেটত অকলে আছিল যুৱতী৷ নিশা খাদ্য ডেলিভাৰী দিবলৈ আহি জ’মেটো বয়ে খালে চুমা৷ তাৰ পাছত…

কুকুৰে কিয় কামোৰে এই সন্দৰ্ভত প্ৰখ্যাত পশু চিকিৎসক অজয় সুদৰ মতে, ‘কুকুৰে কামোৰাৰ বেছিভাগ ঘটনাই কুকুৰৰ মাজত চলা কাজিয়াৰ ফলতেই হয়। প্ৰতিটো পদপথৰ কুকুৰেই সিঁহতৰ একোটা নিজা এলেকা নিৰ্ধাৰণ কৰে। দিনকদিনে মানুহৰ জনসংখ্যা যিদৰে বৃদ্ধি হৈছে কুকুৰৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত কুকুৰৰ এলেকা হ্ৰাস হ’ব ধৰিছে। যেতিয়া একোটা পদপথৰ কুকুৰৰ নিজৰ এলেকাটো সুৰক্ষিত কৰি ৰখা কঠিন হৈ পৰে তেতিয়াই কুকুৰে অসুৰক্ষিত অনুভৱ কৰে। কুকুৰে অনুভৱ কৰে যে ব্যক্তিজনে তাৰ এলেকাত প্ৰৱেশ কৰিছে, সেয়েহে এনে পৰিস্থিতিত কুকুৰ সদায়ে আক্ৰমণাত্মক হৈ পৰে।’

ড. অজয় সুদৰ মতে, ‘হঠাতেই কুকুৰে আক্ৰমণেই কৰিব এনে নহয়। প্ৰথমে খং দেখুওৱাই কুকুৰে ভয় দেখুৱাই, সেই ভয়ত যদি ব্যক্তিগৰাকীয়ে পিছহুহকি আহে তেন্তে কুকুৰেও খেদি আহে। খেদি অহাই নহয় এনেকৈ পিছুৱাই আহোতে কেতিয়াবা কামুৰিও দিয়ে। পদপথৰ কুকুৰৰ ক্ষেত্ৰত, বৰ্ধিত উষ্ণতা, খাদ্যৰ অভাৱ, যান-বাহনৰ কোলাহল, দ্ৰুত গ্লেয়াৰ লাইটৰ দৰে কাৰকবোৰেও প্ৰভাৱিত কৰে। এনে পৰিস্থিতিয়ে কুকুৰক আক্ৰমণাত্মক কৰি তোলে।’

পোহনীয়া কুকুৰেও কেতিয়াবাগৰাকীক কামোৰে। গৰাকীৰ আচৰণ, কুকুৰটো কেনে পৰিবেশত ডাঙৰ হৈছে তাৰ ওপৰতে কুকুৰৰ চৰিত্ৰ গঢ় লয়। দুই-তিনি মাহৰ পোৱালীৱে আক্ৰমণ কৰাৰ ক্ষেত্ৰত বিষয়টো কিছু সুকীয়া হয়। সেই সময়ত কুকুৰৰ পোৱালীৰ দাঁত গজে। দাঁতেৰে সকলো কামুৰিবলৈ চেষ্টা কৰে। গৰাকীয়েও এই কাৰুকাৰ্য উপভোগ কৰে। এনেকৈ ধেমালী কৰাটো পিছলৈ অভ্যাসেই হৈ পৰে যাৰ ফলত ধেমালীৰ মাজতেই কেতিয়াবা কামূৰি দিয়ে।

লগতে পঢ়ক উদ্যত পিষ্টলেৰে মহানগৰীৰ ৰাজপথত সন্ত্ৰাস বিহাৰী ৰিক্সাৱালাৰ! তাৰপাছত কি হ’ল?

ইয়াৰোপৰি বহুলোকে কুকুৰ আনি ঘৰৰ এটা কোণত বান্ধি থয়। ফলত কুকুৰটোৱে মানুহেৰে বিশেষ মিলামিছা নকৰে। মানুহেৰে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰখাৰ সলনি আক্ৰমণাত্মক হৈ উঠা দেখা যায়। কুকুৰ আক্ৰমণাত্মক হোৱাৰ আন এটা কাৰণ হ’ল খাদ্য আৰু পানীয়ৰ অভাৱ। ঘৰৰ পোহনীয়া কুকুৰবোৰক অধিক খাদ্য যোগান ধৰা হয় তাৰ বিপৰীতে বিশেষ কোনো কাম নাথাকে। এনে পৰিস্থিতিত শাৰীৰিক শক্তি ক্ষয় নাযায়। এনেদৰে অত্যাধিক খাদ্য খাই শুই থকা কুকুৰো আক্ৰমণাত্মক হয়।

ভাৰতত জন্তুৰ গৱেষণা কৰি থকা অভিষেক সিঙে, পদপথৰ কুকুৰ অধিক বিপদজনক নে পোহনীয়া কুকুৰ সেই সম্পৰ্কতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সিঙৰ মতে যদি কুকুৰটো হাইপাৰ প্ৰজাতিৰ কুকুৰ হয় তেন্তে ই নিশ্চিতভাৱেই অধিক আক্ৰমণাত্মক হ’ব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

August 29, 2026
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে
বিনোদন

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

August 29, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত
বাণিজ্য

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

August 29, 2026
Next Post
জামিন লাভ কৰাৰ পাছতে চাকৰিৰ পৰা নিলম্বিত হ’ল টেট শিক্ষক ভিক্টৰ দাস

জামিন লাভ কৰাৰ পাছতে চাকৰিৰ পৰা নিলম্বিত হ’ল টেট শিক্ষক ভিক্টৰ দাস

আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিন, পত্নীৰ জন্মদিনত কি ক’লে স্বামী ভাস্কৰে?

আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিন, পত্নীৰ জন্মদিনত কি ক’লে স্বামী ভাস্কৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.