• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিন, পত্নীৰ জন্মদিনত কি ক’লে স্বামী ভাস্কৰে?

আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিন, পত্নীৰ জন্মদিনত কি ক’লে স্বামী ভাস্কৰে?

4 years ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

3 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

3 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

4 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

4 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

5 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

5 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

6 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

7 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

8 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

8 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

9 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিন, পত্নীৰ জন্মদিনত কি ক’লে স্বামী ভাস্কৰে?

editor by editor
September 20, 2022
in অসম, চিনেমা
0
আজি জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জন্মদিন, পত্নীৰ জন্মদিনত কি ক’লে স্বামী ভাস্কৰে?
0
SHARES
24.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২০ ছেপ্টেম্বৰ৷ আজি দিনটো হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ওপজা দিন।

প্ৰিয় অভিনেত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে বন্ধু–বান্ধৱী, ছচিয়েল মিডিয়াত অনুৰাগীসকলৰ লগতে স্বামী ভাস্কৰ বৰুৱাইও ওপজা দিনৰ শুভেচ্ছা জনাইছে।

পত্নী বৰষাৰাণী বিষয়াৰ জন্মদিন উপলক্ষ্যে স্বামী ভাস্কৰ বৰুৱাই সামাজিক মাধ্যমত ফ’টো শ্বেয়াৰ কৰি বিশেষ কেপচনো লিখিছে৷ য’ত তেওঁ পত্নীৰ জন্মদিন উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে৷

আজিৰ দিনটোতে ৪০ বছৰত ভৰি দিয়া অভিনেত্ৰীগৰাকীয়েও স্বামীৰ সৈতে নিজৰ জন্মদিন পালন কৰাৰ ফ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷

লগতে পঢ়ক মানুহক কুকুৰে কামোৰে কিয়? কুকুৰৰ আক্ৰমণত বিশ্বত প্ৰতিবছৰে ৫৫,০০০ লোকৰ মৃ্ত্যু ঘটে?

ভাস্কৰ বৰুৱাই পত্নী বৰষাৰাণী বিষয়াক শুভেচ্ছা জনাই লিখিছে, ‘‘মোৰ গৌৰৱলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ!! তোমাৰ হ’বলৈ পাই মই বৰ গৌৰৱ আৰু সন্মোহিত অনুভৱ কৰিছো৷ মৰম আৰু যত্নৰে মোৰ দুহাত ধৰি ৰখাৰ বাবে ধন্যবাদ। তুমি মোৰ জীৱনটো যিদৰে খোদিত কৰি নিস্বাৰ্থভাৱে মোক ভাল পাইছা, সেয়া প্ৰতিটো মুহূৰ্ততে উদযাপন কৰিবৰ যোগ্য।’’

লগতে আৰু লিখিছে, ‘‘তোমাৰ সকলো সপোন, ইচ্ছা আৰু উচ্চাকাংক্ষা পূৰণ কৰোৱাবলৈ ভগৱানে মোক যথেষ্ট শক্তি দিয়ক। শুভ জন্মদিন মোৰ ৰাজকুমাৰী৷’’

ইফালে স্বামী ভাস্কৰ বৰুৱাৰ এই পোষ্টচত কমেণ্ট কৰি বৰষাৰাণী বিষয়াই ৰিপ্লাইও কৰিছে৷ ‘‘ৱাউ বহুত ধন্যবাদ প্ৰিয়তম৷ তুমি আক্ষৰিক অৰ্থত মোক কোনোবা সাধুকথাৰ ৰাজকুমাৰীৰ দৰে অনুভৱ কৰোৱাইছা ৷ তোমাৰ নিস্বাৰ্থ মৰমে মোৰ জীৱনক বহু অৰ্থময় কৰি তুলিছে৷ তোমাৰ অবিহনে ইমান বছৰ কেনেকৈ জীয়াই আছিলো বুলি ভাবিছোঁ ৷ তুমি মোৰ ডেউকা ৷ চিৰদিনৰ বাবে তোমাক ভাল পাওঁ৷’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBarasharani Bishayabest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?
অসম

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

August 8, 2026
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ
বিনোদন

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

August 8, 2026
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা
অসম

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

August 8, 2026
Next Post
ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? জানিবলৈ চাওক 

ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? জানিবলৈ চাওক 

এইখন অসমৰে ঘটনা, স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিলে মহিলাই

এইখন অসমৰে ঘটনা, স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিলে মহিলাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.