• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোমৱৰ্ক কৰা নাছিল পুত্ৰই! কেৰাচিন ঢালি পুত্ৰক জ্বলাই হত্যা পাষাণ পিতৃৰ

হোমৱৰ্ক কৰা নাছিল পুত্ৰই! কেৰাচিন ঢালি পুত্ৰক জ্বলাই হত্যা পাষাণ পিতৃৰ

4 years ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

41 minutes ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

1 hour ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

3 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

3 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

3 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

5 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

7 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

8 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

8 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

হোমৱৰ্ক কৰা নাছিল পুত্ৰই! কেৰাচিন ঢালি পুত্ৰক জ্বলাই হত্যা পাষাণ পিতৃৰ

editor by editor
September 21, 2022
in অপৰাধ, বিশ্ব
0
হোমৱৰ্ক কৰা নাছিল পুত্ৰই! কেৰাচিন ঢালি পুত্ৰক জ্বলাই হত্যা পাষাণ পিতৃৰ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক পাষাণ পিতৃৰ জঘন্য তথা নাৰকীযয় কাণ্ড পোহৰলৈ আহিছে৷ এজন পিতৃয়ে ১২ বছৰীয়া শিশু পুত্ৰক শৰীৰত কেৰাচিন ঢালি জ্বলাই হত্যা কৰিছে৷

এই জঘন্য ঘটনাটো সংঘটিত হৈছে চুবুৰী ৰাষ্ট্ৰ পাকিস্তানত৷ ঘটনাৰ বিৱৰণীৰ মতে পাকিস্তানৰ কৰাচীৰ এজন লোকে তেওঁৰ ১২ বছৰীয়া পুত্ৰই হোমৱৰ্ক নকৰাৰ বাবে পুত্ৰক জ্বলাই হত্যা কৰিছে৷

পাকিস্তানৰ সংবাদ পত্ৰ ‘ডন’ৰ বাতৰি অনুসৰি কৰাচীৰ ওৰাংগী চহৰৰ নাজিৰ নামৰ লোকজনে তেওঁৰ শ্বাহীৰ নামৰ ১২ বছৰীয়া পুত্ৰ সন্তানৰ শৰীৰত প্ৰথমে কেৰাচিন ছটিয়াই অগ্নিসংযোগ কৰে৷ ইয়াৰ পাছতে শ্বাহীৰৰ সমগ্ৰ শৰীৰত জুইয়ে ছানি ধৰে আৰু অগ্নিদগ্ধ হয় আৰু স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত যোৱা ১৬ ছেপ্টেম্বৰত মৃত্যু বৰণ কৰে৷

লগতে পঢ়ক এইখন অসমৰে ঘটনা, স্বামীৰ অনুপস্থিতিত প্ৰেমিকেৰে অশ্লীল ভিডিঅ’ কৰি ভাইৰেল কৰিলে মহিলাই

আৰক্ষীৰ উদ্ধৃতিৰে স্থানীয় সংবাদ মাধ্যম জনোৱা অনুসৰি শ্বাহীৰে হোমৱৰ্ক কৰি চিলা উৰুৱাবলৈ যাবলৈ বিচাৰে যদিও পিতৃয়ে যাবলৈ নিদি হোমৱৰ্ক সন্দৰ্ভত প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে৷ পুত্ৰই সন্তোষজনক উত্তৰ দিব নোৱাৰাত পিতৃয়ে খঙত অগ্নিশৰ্মা হৈ পুত্ৰক ভয় খোৱাবলৈ শৰীৰত কেৰাচিন ছটিয়াই দিয়ে৷ ইয়াৰ পাছতে খঙৰ ভমকত পিতৃ নাজিৰে পুত্ৰৰ শৰীৰত অগ্নিসংযোগ কৰে৷

ঘটনাটো গম পায়ে শ্বাহীৰৰ মাতৃয়ে ভিতৰৰ পৰা এখন কম্বল লৈ পুত্ৰৰ গাত মেৰিয়াই জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে৷ নাছিৰেও পুত্ৰৰ শৰীৰৰ জ্বলন্ত জুই নিৰ্বাপনৰ বাবে পত্নীক সহযোগ কৰে যদিও শ্বাহীৰ সমগ্ৰ শৰীৰটো ইতিমধ্যে জুইত দগ্ধ হৈছিল৷

ইয়াৰ পাছতে শ্বাহীৰক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে যোৱা ১৬ ছেপ্টেম্বৰ ১২ বছৰীয়া শ্বাহীৰৰ কৰুণ মৃত্যু ঘটে৷

লগতে পঢ়ক ছৌদিৰ ৰজাসকলৰ কিমান গৰাকীকৈ পত্নী আৰু সন্তান আছিল? জানিবলৈ চাওক 

এই জঘন্য ঘটনাৰ দুদিন পিছতে অভিযুক্ত নাছিৰৰ পত্নী তথা শিশুটিৰ মাতৃ স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিযুক্ত পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে নাজিৰক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱায়৷

আৰক্ষীয়ে নাজিৰক অহা ২৪ ছেপ্টেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে৷ খবৰ অনুসৰি, প্ৰাৰম্ভিক তদন্তৰ সময়ত অভিযুক্ত নাজিৰে তদন্তকাৰী বিষয়াক জনাইছিল যে তেওঁৰ পুত্ৰক হত্যা কৰাৰ উদ্দেশ্য নাছিল। স্কুলৰ হোমৱৰ্ক নকৰাৰ বাবে পুত্ৰক ভয় খুৱাবলৈ কেৰাচিন ছটিয়াই দিয়া বুলি অভিযুক্তই জানিবলৈ দিয়ে।

অভিযুক্তই জনোৱা মতে, পুত্ৰক ভয় খুৱাবলৈ জুই জ্বলাইছিল যদিও সেই জুই শ্বাহীৰৰ কেৰাচিন লাগি থকা শৰীৰত সংযোগ ঘটাত হঠাতে জুইয়ে বেয়াকৈ আগুৰি ধৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom liv 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamPakistani Father Burned His Son
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
অপৰাধ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

October 9, 2026
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম
অপৰাধ

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

October 9, 2026
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ
অপৰাধ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

October 9, 2026
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’
বাণিজ্য

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

October 9, 2026
Next Post
নিবনুৱাৰ বাবে সুখবৰ! দিয়া হ’ব ৯০০০ কৰ্মচাৰী নিযুক্তি, যিকোনা ঠাইৰ পৰা কৰিব পাৰিব কাম

নিবনুৱাৰ বাবে সুখবৰ! দিয়া হ’ব ৯০০০ কৰ্মচাৰী নিযুক্তি, যিকোনা ঠাইৰ পৰা কৰিব পাৰিব কাম

দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক অখিল গগৈৰ, কি কি কথা পাতিলে দুই চিৰবৈৰী নেতাই?

দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক অখিল গগৈৰ, কি কি কথা পাতিলে দুই চিৰবৈৰী নেতাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.