• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ ৩১ ডিচেম্বৰৰ দিনটোতেই ভাৰতত হৈছিল এই কেইটা বিশেষ ঘটনা, যাক পাহৰিব নোৱাৰি

আজিৰ ৩১ ডিচেম্বৰৰ দিনটোতেই ভাৰতত হৈছিল এই কেইটা বিশেষ ঘটনা, যাক পাহৰিব নোৱাৰি

1 year ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

10 hours ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

11 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

12 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

12 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

13 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

13 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

14 hours ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

14 hours ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

15 hours ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

16 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

16 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ ৩১ ডিচেম্বৰৰ দিনটোতেই ভাৰতত হৈছিল এই কেইটা বিশেষ ঘটনা, যাক পাহৰিব নোৱাৰি

editor by editor
December 31, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আজিৰ ৩১ ডিচেম্বৰৰ দিনটোতেই ভাৰতত হৈছিল এই কেইটা বিশেষ ঘটনা, যাক পাহৰিব নোৱাৰি
0
SHARES
954
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ ৩১ ডিচেম্বৰৰ দিনটোতেই ভাৰতত হৈছিল এই কেইটা বিশেষ ঘটনা, যাক পাহৰিব নোৱাৰি

আজি ২০২৪ বৰ্ষৰ অন্তিমটো দিন। ৩১ ডিচেম্বৰ ২০২৪। নিশা ১২ বজাৰ পাছতেই আৰম্ভ হব নতুন এটা বছৰৰ। ২০২৫ক আদৰাৰ বাবে ইতিমধ্যে সকলোফালে প্ৰস্তুতি আৰম্ভ হৈছে।

পাছে এই দিনটোতেই ভাৰতত সংঘটিত হৈছিল কেইবাটাও ঘটনা। যি ঘটনাই ইতিহাসৰ পাতত আজিয়ো খোদিত হৈ আছে, ভৱিষ্যতলৈয়ো থাকি যাব সেই বিশেষ ঘটনা বোৰ।

১৬০০ চনৰ আজিৰ ৩১ ডিচেম্বৰৰ দিনটোতেই ভাৰতৰ ভৱিষ্যত সলনি কৰি দিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ (The British East India Company ) স্থাপন হৈছিল।

১৯২৯ চনৰ এই দিনটোতেই মহাত্মা গান্ধীৰ নেতৃত্বত লাহোৰত কংগ্ৰেছে সম্পূৰ্ণ স্বাধীনতা আন্দোলনৰ (movement for complete independence) আৰম্ভ কৰিছিল।

১৯৮৪ চনৰ ৩১ ডিচেম্বৰত ৪০ বছৰ বয়সত ৰাজীৱ গান্ধী ভাৰতৰ সপ্তম সংখ্যক প্ৰধানমন্ত্ৰী হৈছিল ।
একেটা বৰ্ষতে ভাৰতৰ অন্যতম সফল ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনে ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল। পাচলৈ তেখেত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কো হয়।

১৯৯৯ চনৰ এই দিনটোত কোনোমতে সমাধান হৈছিল ইতিহাসে পাহৰিব নোৱাৰা অন্যতম শিহৰণকাৰী ঘটনাটো। ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান ৮১৪ ,২৪ ডিচেম্বৰত হাইজেক হোৱাৰ পাছত ৩১ ডিচেম্বৰত অৱশেষত মুকলি হৈছিল। ৭ দিনৰ পাছত ৰক্ষা পৰিছিল যাত্ৰী-ক্ৰু মেম্বৰ সহ মুঠ ১৯০ গৰাকী লোক।

২০১৮ চনৰ ৩১ ডিচেম্বৰ তাৰিখে ভাৰতীয় চবিজগতৰ অন্যতম সফল অভিনেতা ৩০০ ৰো অধিক চিনেমাত কাম কৰি জনপ্ৰিয়তা অৰ্জন কৰা কাডেৰ খানে ইহলীলা সম্বৰণ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024 last day31 decemberIndian history
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?
জীৱনশৈলী

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

March 24, 2026
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!
জীৱনশৈলী

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

March 24, 2026
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
ভাৰত

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

March 24, 2026
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…
জীৱনশৈলী

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

March 24, 2026
Next Post
ICCৰ বৰ্ষ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ তালিকাত অন্তৰ্ভুক্ত ১ জন ভাৰতীয়, বঁটা পোৱাৰ পূৰ্ণ সম্ভাৱনা

ICCৰ বৰ্ষ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰৰ তালিকাত অন্তৰ্ভুক্ত ১ জন ভাৰতীয়, বঁটা পোৱাৰ পূৰ্ণ সম্ভাৱনা

আপুনিও UPI ব্যৱহাৰ কৰে নেকি, ১ জানুৱাৰীৰ পৰা সলনি হ’ব নিয়ম, আজিয়ে জানি লওক

আপুনিও UPI ব্যৱহাৰ কৰে নেকি, ১ জানুৱাৰীৰ পৰা সলনি হ'ব নিয়ম, আজিয়ে জানি লওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.