• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NRCক লৈ চলা ৰাজনীতিক প্ৰতিহত কৰাৰ আহ্বান

NRCক লৈ চলা ৰাজনীতিক প্ৰতিহত কৰাৰ আহ্বান

6 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

1 hour ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

2 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

3 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

4 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

4 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

5 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

6 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

6 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

7 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

8 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

NRCক লৈ চলা ৰাজনীতিক প্ৰতিহত কৰাৰ আহ্বান

‘NRC নাকচ কৰাৰ অৰ্থ হ’ব অসমক নৈৰাজ্যলৈ ঠেলি দিয়া’

editor by editor
September 1, 2020
in অসম
0
NRCক লৈ চলা ৰাজনীতিক প্ৰতিহত কৰাৰ আহ্বান
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ বিভিন্ন প্ৰতিক্ৰিয়াশীল চক্ৰই শেহতীয়াকৈ আৰম্ভ কৰা কুচ-কাৱাজৰ আঁৰত ভয়ানক ষড়যন্ত্ৰ লুকাই আছে বুলি আজি গুৰুতৰ অভিযোগ তুলিছে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই। নাগৰিকপঞ্জীখন সম্পূৰ্ণ ‘ভ্ৰান্ত’ আৰু ‘পক্ষপাতদুষ্ট’ বুলি অপযশ দি কিছুমান মহলে তাক সম্পূৰ্ণ বাতিল কৰোৱাৰ অথবা সংশোধনৰ নামত উধৰ পৰা মূধলৈকে সলাই পেলোৱাৰ এক চক্ৰান্ত কৰিছে বুলি মঞ্চই অভিযোগ তুলিছে। নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই এই সম্পৰ্কে অসমৰ জনগণক সকীয়াই দিয়াৰ লগতে এনে চক্ৰান্ত ব্যৰ্থ কৰিবলৈ আহ্বান জনাইছে।

নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চৰ হৈ আজি প্ৰকাশ কৰা এটা বিবৃতিত মঞ্চৰ অধ্যক্ষ ড০ হীৰেন গোহাঁই আৰু আহ্বায়ক মনজিৎ মহন্তই কয় যে মঞ্চই যুক্তিৰ আধাৰত বিশ্বাস কৰে যে ইমান বিশাল এক কৰ্মত কিছু ভুল-ত্ৰুটি ৰৈ যোৱা তেনেই স্বাভাৱিক। সেইখিনি যথাবিধি শুধৰোৱাটো অতি দৰকাৰ। কিন্তু নাগৰিকপঞ্জীখন সেই অজুহাততে সম্পূৰ্ণৰূপে নাকচ কৰাৰ অৰ্থ হ’ব অসমখনক এক এক ভীষণ অনিশ্চয়তা আৰু নৈৰাজ্যলৈ ঠেলি দিয়া, য’ত অসম আৰু অসমীয়াৰ ভৱিষ্যৎ বুলি আৰু একো নাথাকিবগৈ। উন্মাদ সাম্প্ৰদায়িকতাই প্ৰতিপত্তি বিস্তাৰ কৰিব। তাৰ সুযোগ লৈ অপশক্তিবোৰে অসমৰ নানা জাতি-জনগোষ্ঠীৰ মাজত যৎসামান্য বৰ্তি থকা ঐক্য-সম্প্ৰীতি চিৰকাললৈ বিলোপ কৰিব। সেয়ে নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই অসমৰ দেশপ্ৰেমী জনতাৰ প্ৰতি এই আহ্বান জনাইছে, যাতে সন্মিলিত শক্তি আৰু উদ্যমেৰে এই পৰিকল্পিত অপপ্ৰচাৰ আৰু চক্ৰান্তক ৰাইজে প্ৰতিৰোধ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: citizenship ammendment acthiren gohain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

March 20, 2026
Next Post
সুশান্তৰ মৃত্যু সন্দর্ভত প্ৰথমজন লোকক গ্ৰেপ্তাৰ

সুশান্তৰ মৃত্যু সন্দর্ভত প্ৰথমজন লোকক গ্ৰেপ্তাৰ

আত্মহত্যাৰ কৌশল বিচাৰি গুগলত সর্বাধিক লোকৰ চার্ছ

আত্মহত্যাৰ কৌশল বিচাৰি গুগলত সর্বাধিক লোকৰ চার্ছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.