জ্যোতিষ শাস্ত্ৰ অনুসৰি বিশেষ কিছু তাৰিখে জন্ম লোৱা কন্যৰ স্বভাৱ বাকীসকলতকৈ কিছু পৃথক থাকে৷ তেওঁলোকৰ মাজত বেয়া মনোভাৱ, বদমেজাজৰ দৰে বিষয়সমূহ লক্ষ্য কৰা যায়৷ সেয়ে এইসকল লোকৰ পৰা দূৰৈত থকাটোৱেই মংগল৷
কোন তাৰিখে জন্ম লোৱা কন্যা বা যুৱতীসকল বেছি খঙাল?
বিশেষকৈ ১, ২, ৪, ৯, ১০, ১১, ১৩, ১৮, ১৯, ২০, ২২, ২৭, ২৮, ২৯ আৰু ৩১ তাৰিখে জন্ম লোৱা কন্যাসকলৰ খং বেছি থাকে আৰু এওঁলোকৰ খং কন্ট্ৰলত অনাটো বৰ কঠিন৷ সাধাৰণতে তেওঁলোক সৰু সৰু বিষয়ত খং কৰে আৰু খঙাল আচৰণ সকলোকে দেখুৱাই দিয়ে৷
কোন তাৰিখে জন্ম হোৱা যুৱতীসকল নেতিবাচক মনোভাৱপূৰ্ণ?
সংবেদনশীল আৰু নেতিবাচক মনোভাৱপূৰ্ণ কন্যাসকলৰ জন্ম ৫, ৬, ৮, ১৪, ১৫, ১৭, ২৩, ২৪ আৰু ২৬ তাৰিখে জন্ম লোৱা কন্যাই সাধাৰণতে সংবেদনশীল হৈ থাকে তেওঁলোকে প্ৰায়েই নেতিবাচক চিন্তা কৰে৷ অতিৰিক্ত টেনছন লয়৷
কোন তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী ভাগ্যবান?
যি কন্যাৰ জন্ম ৩, ৭, ১২, ১৬, ২১, ২৫ আৰু ৩০ তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী সদায়ে ভাগ্যবান হয়৷ তেওঁলোকে সুখী সংসাৰ গঢ়ি তুলিব পাৰে৷ এই খবৰ জ্যোতিষশাস্ত্ৰৰ ভিত্তিত লিখা হৈছে৷ অসম লাইভ ২৪য়ে নিজাববীয়াকৈ কোনো সিদ্ধান্ত দিয়া নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ