• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০ টকীয়া নোটেই খুলিব পাৰে আপোনাৰ ভাগ্য! এই ২০ টকীয়া নোট আছে যদি লাভ কৰিব কেইবা লক্ষ টকা

২০ টকীয়া নোটেই খুলিব পাৰে আপোনাৰ ভাগ্য! এই ২০ টকীয়া নোট আছে যদি লাভ কৰিব কেইবা লক্ষ টকা

1 year ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

14 minutes ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

59 minutes ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

17 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

17 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

18 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

18 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

19 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

20 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

21 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

21 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

22 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০ টকীয়া নোটেই খুলিব পাৰে আপোনাৰ ভাগ্য! এই ২০ টকীয়া নোট আছে যদি লাভ কৰিব কেইবা লক্ষ টকা

২০ টকীয়া নোটেই খুলিব পাৰে আপোনাৰ ভাগ্য! এই ২০ টকীয়া নোট আছে যদি লাভ কৰিব কেইবা লক্ষ টকা

editor by editor
March 13, 2025
in জীৱনশৈলী, বাণিজ্য
0
২০ টকীয়া নোটেই খুলিব পাৰে আপোনাৰ ভাগ্য! এই ২০ টকীয়া নোট আছে যদি লাভ কৰিব কেইবা লক্ষ টকা
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন ২০ টকীয়া নোটেই ঘূৰাই দিব পাৰে জীৱনৰ চকা৷ যদি আপোনাৰ ওচৰত এই ২০ টকীয়া নোটখন আছে তেন্তে অতি সহজেই আপুনি উপাৰ্জন কৰিব পাৰে লক্ষাধিক টকা৷ কৰোনাকালৰ পৰাই বহু মানুহে নানান ধৰণৰ বিকল্প কামৰ সন্ধান অব্যাহত ৰাখিছে৷ বিকল্প কামৰ মাধ্যমেৰে নিজৰ জীৱনক এক গতি দিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ বিশেষকৈ পুৰণি নোট সংগ্ৰহৰ বিষয়টো কৰোনাকালৰ পৰাই বাঢ়িব ধৰিছে৷ আপোনাৰ হাততো যদি তেনে কোনো পূৰণি নোট আছে সেই নোট বিক্ৰি কৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে আপুনি৷

যদি ২০ টকীয়া পুৰণি নোট আছে তেন্তে আপোনাৰ হাতত আছে ধন ঘটাৰ সুবৰ্ণ সুযোগ৷ দেশৰ কেইবাটাও ৱেবচাইট আছে যিকেইটা ৱেবচাইটে এনে পুৰণি নোটসমূহ ক্ৰয় কৰে৷ আন্তৰ্জাতিক বজাৰত এই ২০ টকীয়া নোটৰ বহু দাম৷ যি ২০ টকীয়া নোটত ৭৮৬ নম্বৰ থাকে সেই নোটৰ বিশেষ দৰ উঠিছে বজাৰত৷ সেই নোট অৱশ্যে পুৰণি গুলপীয়া ২০ টকীয়া নোট হব লাগিব৷ বহু ব্যক্তিৰ ধাৰণা যে ৭৮৬ নম্বৰটো সকলোৰে বাবেই সৌভাগ্যশালী নম্বৰ৷ যদি এই নম্বৰৰ নোট পোৱা যায় তেন্তে সেই নোট বেছি দাম দিও মানুহে ক্ৰয় কৰে৷

এই ২০টকীয়া এটা নোটৰ দাম এতিয়া আন্তৰাষ্ট্ৰীয় বিশেষ ৱেবচাইটত উঠিছে ৪লাখ টকা৷ যদি আপোনাৰ ওচৰত এই নোট আছে তেন্তে এতিয়াই বিক্ৰি কৰি লাখপতি হোৱাৰ সুযোগ গ্ৰহণ কৰিব পাৰে আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী
জীৱনশৈলী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

August 17, 2026
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ
জীৱনশৈলী

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

August 17, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ
বিনোদন

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

August 16, 2026
Next Post
মাৰ্চৰ শেষত ঘৰ সলনি কৰিব শনিয়ে, এই ৫ৰাশিৰ জাতক সাবধান হওক অন্যথা ডাঙৰ বিপদত পৰিব

মাৰ্চৰ শেষত ঘৰ সলনি কৰিব শনিয়ে, এই ৫ৰাশিৰ জাতক সাবধান হওক অন্যথা ডাঙৰ বিপদত পৰিব

বিবাহৰ ১২ দিন পাছত ন বোৱাৰীৰ পৰিচয় পায় জীৱনৰ মোহ হেৰুৱাইছে এই যুৱকে, ঘটনা শুনিলে আপুনিও ক’ব কি হৈছে দুনীয়াত?

বিবাহৰ ১২ দিন পাছত ন বোৱাৰীৰ পৰিচয় পায় জীৱনৰ মোহ হেৰুৱাইছে এই যুৱকে, ঘটনা শুনিলে আপুনিও ক’ব কি হৈছে দুনীয়াত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.