• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজৱ-গজৱ অলিম্পিক, বিজেতাই লিফ্ট লৈ সম্পূৰ্ণ কৰিছিল মাৰাথান দৌৰ, অদ্ভুত ধৰণে খোলোচা

আজৱ-গজৱ অলিম্পিক, বিজেতাই লিফ্ট লৈ সম্পূৰ্ণ কৰিছিল মাৰাথান দৌৰ, অদ্ভুত ধৰণে খোলোচা

2 years ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

18 minutes ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

31 minutes ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

60 minutes ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

2 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

2 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

3 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

3 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

4 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

5 hours ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

5 hours ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

22 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজৱ-গজৱ অলিম্পিক, বিজেতাই লিফ্ট লৈ সম্পূৰ্ণ কৰিছিল মাৰাথান দৌৰ, অদ্ভুত ধৰণে খোলোচা

editor by editor
July 26, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
আজৱ-গজৱ অলিম্পিক, বিজেতাই লিফ্ট লৈ সম্পূৰ্ণ কৰিছিল মাৰাথান দৌৰ, অদ্ভুত ধৰণে খোলোচা
0
SHARES
873
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজৱ-গজৱ অলিম্পিক, বিজেতাই লিফ্ট লৈ সম্পূৰ্ণ কৰিছিল মাৰাথান দৌৰ, অদ্ভুত ধৰণে খোলোচা

আজি ২৬ জুলাইৰ পৰা আৰম্ভ বিশ্বৰ সৰ্ববৃহৎ ক্ৰিড়া অনুষ্ঠান। ইতিমধ্যে আৰম্ভ হৈছে খেল। পাছে এই খেলতেই কেতিয়াবা কেতিয়াবা সংঘটিত হয় অতিকে আজৱ -গজৱ ঘটনা। কিন্তু তথাপি ৪ বছৰৰ বাবে অধীৰ আগ্ৰেহেৰে বাট চাই খেলুৱৈ সকলে এই খেলৰ বাবে। সেয়ে অলিম্পিক গেমছক ক্ৰীড়াৰ মহাকুম্ভ বুলি কোৱা হয়।

এই ক্ৰীড়াৰ ইতিহাস চেম্পিয়ন, অভিলেখ আৰু আচৰিত কাহিনীৰে ভৰি আছে। বহুতো ধেমেলীয়া, আৱেগিক আৰু দুখজনক কাহিনীও আছে ইয়াৰ মাজত। তাৰেই মাজৰ এক অদ্ভুত মাৰাথন দৌৰৰ বিষয়ে হয়তো খুউব কমে মানুহে জানে, যাক অলিম্পিক ইতিহাসৰ আটাইতকৈ আচৰিত অনুষ্ঠান বুলিও কোৱা হয়। এই মাৰাথনৰ ‘বিজয়ী’জনে গাড়ীত লিফ্ট লৈ দৌৰৰ আধা দূৰত্ব সম্পূৰ্ণ কৰিছিল। এই সমগ্ৰ বিষয়টো আৰু ইয়াৰ সত্যতা পাছত আচৰিত ধৰণে পোহৰলৈ আহে।

১৯০৪ চনত অনুষ্ঠিত হোৱা ছেইণ্ট লুইছ অলিম্পিকৰ এই কাণ্ড। কেৱল এটা বা দুটা নহয় এনে বহু অদ্ভুত ঘটনা এই মাৰাথনত সংঘটিত হৈছিল যাৰ বাবে এই অলিম্পিক মাৰাথনখন সদায় স্মৰণীয় হৈ থাকিব। এই ৩৯.৯৯ কিলোমিটাৰ দৌৰত অংশগ্ৰহণকাৰীসকলে দৌৰ সম্পূৰ্ণ কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছিল। ইয়াত ৩২ জন লোকে অংশগ্ৰহণ কৰিছিল যদিও মাত্ৰ ১৪ জন লোকেহে শেষ কৰিব পাৰিছিল। মাৰাথনৰ ক্ষেত্ৰত অলিম্পিকৰ ইতিহাসত এই সংখ্যা আছিল আটাইতকৈ কম। এই দৌৰ প্ৰথমে সমাপ্ত কৰা দৌৰবিদজনৰ নাম আছিল ফ্ৰেড লৰ্জ।

যেতিয়া লৰ্জক বিজয়ীৰ ট্ৰফী দিয়া হৈছিল, তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি এলিছ ৰুজভেল্টৰ কন্যাই নিজেই লৰ্জক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰি এই কাৰ্যসূচী বন্ধ কৰি দিছিল। পিছত গম পোৱা গ’ল যে মাৰাথনৰ সময়ত লৰ্জে ভৰিৰ পেশীৰ সমস্যাত ভুগিছিল আৰু মাৰাথনৰ প্ৰায় আধা অংশ লিফ্ট লৈ সম্পূৰ্ণ কৰিছিল।

ফিনিচিং লাইনৰ ঠিক আগতে লৰ্জে গাড়ীৰ পৰা জপিয়াই নামি শেষ লাইন পাৰ হৈ দৌৰি যায়। পিছত লৰ্জে অপমানৰ পৰা হাত সাৰিবৰ বাবে কয় যে, তেঁও কেৱল কৌতুক হিচাপেহে দৌৰ সম্পূৰ্ণ কৰিছিল , নাটকখন সম্পূৰ্ণ কৰাৰ কোনো বেয়া উদ্দেশ্য নাছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MarathanMarathan RunningolympicRunning
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

June 6, 2026
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!
জীৱনশৈলী

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

June 6, 2026
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম
ক্ৰীড়া

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

June 6, 2026
Next Post
নবীন পাটনায়কৰ বিশেষ চিঠি মমতা বেনাৰ্জীলৈ, সীমান্তত ৰৈ আছে ৫০ ট্ৰাক…

নবীন পাটনায়কৰ বিশেষ চিঠি মমতা বেনাৰ্জীলৈ, সীমান্তত ৰৈ আছে ৫০ ট্ৰাক...

অলিম্পিকৰ বাবে ফ্ৰান্সত হঠাতে অঘটন, ৮ লাখ লোক ক্ষতিগ্ৰস্ত

অলিম্পিকৰ বাবে ফ্ৰান্সত হঠাতে অঘটন, ৮ লাখ লোক ক্ষতিগ্ৰস্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.