• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ, আজি ওমৰ আব্দুল্লাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব

1 year ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

1 minute ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

10 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

11 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

12 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

13 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

14 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

15 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ, আজি ওমৰ আব্দুল্লাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব

editor by editor
October 16, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ, আজি ওমৰ আব্দুল্লাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব
0
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ, আজি ওমৰ আব্দুল্লাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব

৩৭০ অনুচ্ছেদ বাতিলৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় সন্মিলনৰ জয়ৰ পিছত জম্মু-কাশ্মীৰৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে সাজু হৈছে ওমৰ আব্দুল্লাই। আজি মুখ্যমন্ত্ৰী হিচাপে শপত পাঠ পঢ়িব ওমৰ আব্দুল্লাই। বুধবাৰে ডাল হ্ৰদ (Dal Lake)ৰ পাৰত অৱস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰত শপতগ্ৰহণৰ প্ৰস্তুতি।

পুৱা ১১:৩০ বজাত মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসকলক পদৰ শপত আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰাব উপ-ৰাজ্যপাল মনোজ সিনহাই। ইয়াৰ বাবে ইতিমধ্যে সভাস্থলীৰ চাৰিওফালে কটকটীয়া কৰি তুলা হৈছে নিৰাপত্তা ব্যৱস্থা। বহু ভিভিআইপিয়ে এই নিৰাপত্তা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

নিৰ্বাচনৰ পাছতে প্ৰদেশ খনত সন্ত্ৰাসবাদী কাৰ্যকলাপ অধিক বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততেই কোনো যাতে হিংসাত্মক তথা প্ৰাণঘাটি ঘটনা সংঘটিত নহয়, তাৰ বাবেই এইদৰে কটকটীয়া কৰি তুলা হৈছে নিৰাপত্তা ব্যৱস্থা।

জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে অনন্তনাগত টেৰিটৰিয়েল আৰ্মিৰ দুজন জোৱানক অপহৰণ কৰি নি তাৰেই এজনক হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে ৷ এই জোৱানসকলক অনন্তনাগৰ বনাঞ্চলত নিয়োজিত কৰা হৈছিল। সেই ঘটনাৰ পাছৰে পৰা নিৰাপত্তাৰ দিশটো অধিক নিৰিক্ষণ কৰা হৈছে।

বৰ্তমানে ৰাষ্ট্ৰীয় সন্মিলনৰ বিধায়িনী দলৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা ওমৰ আব্দুল্লাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰস্তুত হৈছে। তেওঁৰ প্ৰথম কাৰ্যকাল ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে আছিল যেতিয়া জম্মু-কাশ্মীৰ এখন পূৰ্ণাংগ ৰাজ্য হৈ থকাৰ সময়তো ৰাষ্ট্ৰীয় সন্মিলন-কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ আছিল।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত ৯০খন আসনৰ ভিতৰত এন চিয়ে ৪২খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৬খন আসন লাভ কৰে। ৯০ জনীয়া বিধানসভাত নিৰ্বাচনৰ পূৰ্বে দুয়োখন মিত্ৰৰ সংখ্যাগৰিষ্ঠতা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: jammu and kashmirJammu And Kashmir New CMNew Cmoath takingOmar Abddullah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

March 17, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
Next Post
হঠাতে হাহাকাৰ, ২২ খনকৈ বিমানত বোমৰ ভাবুকি, জৰুৰী অৱতৰণ

ৱায়নাদৰ পৰা অভিষেক ঘটাবলৈ সাজু প্ৰিয়ংকা গান্ধী, উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন