• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকাৰে ছাদত প্ৰেমালাপ! পত্নীলৈ গুলীওৱা গুলীত নিহত হ’ল প্ৰেমিকা

প্ৰেমিকাৰে ছাদত প্ৰেমালাপ! পত্নীলৈ গুলীওৱা গুলীত নিহত হ’ল প্ৰেমিকা

5 years ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

49 minutes ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

9 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

10 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

10 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

11 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

11 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

12 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

12 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

14 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

15 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

15 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমিকাৰে ছাদত প্ৰেমালাপ! পত্নীলৈ গুলীওৱা গুলীত নিহত হ’ল প্ৰেমিকা

editor by editor
February 8, 2022
in অপৰাধ, ভাৰত
0
প্ৰেমিকাৰে ছাদত প্ৰেমালাপ! পত্নীলৈ গুলীওৱা গুলীত নিহত হ’ল প্ৰেমিকা
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজন বিবাহিত লোকে নিজ ঘৰৰ ছাদৰ ওপৰত প্ৰেমিকাৰ প্ৰেমালাপ কৰি ধৰা পিছতে ঘটিল এক অথন্তৰ৷

পত্নীলৈ বুলি গুলীওৱা গুলীয়ে আঘাত কৰিলে তৰুণীৰ প্ৰেমিকাৰ শৰীৰত৷ এই ঘটনাটো সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত৷

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি ত্ৰিকোণীয় প্ৰেমৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হয়৷

ঘটনাৰ বিৱৰণি অনুসৰি মংগলবাৰে কলকতাৰ বীৰভূম অঞ্চলৰ নলহাটি আৰক্ষী থানাৰ অন্তৰ্গত তিনি নম্বৰ ৱাৰ্ডত দুপৰীয়া ভাগত এই ঘটনাটো সংঘটিত হয়৷

দুপৰীয়া সময়ত অভিযুক্ত বীৰু শ্বেখ নামৰ লোকজনে নিজ ঘৰৰ ছাদৰ ওপৰত প্ৰতিবেশী তৰুণী প্ৰেমিকা নিকিতা খাতুনৰ সৈতে অন্তৰংগ মুহূৰ্ত কটাই থকাৰ সময়তে পত্নীয়ে প্ৰত্যক্ষ কৰে৷

ইয়াৰ পিছতে স্বামী, স্ত্ৰী আৰু প্ৰেমিকাৰ মাজত খণ্ডযুদ্ধৰ আৰম্ভ হয়৷ উক্ত খণ্ডযুদ্ধই চৰম পৰ্যায় পোৱাত স্বামীয়ে পত্নীলৈ গুলীবৰ্ষণ কৰে যদিও গুলী গৈ প্ৰেমিকা নিকিতা খাতুনৰ বুকুত লাগে৷

গুলীবিদ্ধ নিকিতাক সংকটজনক অৱস্থাত ততাতৈয়াকৈ স্থানীয় ৰামপুৰহাট মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

এই ঘটনাৰ পিছতে অভিযুক্ত বীৰু শ্বেখে পলায়ন কৰে৷ ইফালে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত বীৰুৰ পত্নীক আটক কৰিছে৷

আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত প্ৰকাশ কৰিছে যে বীৰু শ্বেখৰ নিকিতাৰ সৈতে বিবাহ-বহিৰ্ভূত সম্পৰ্ক আছিল৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত
সমীক্ষণ (আলোচনী)

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

September 27, 2026
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?
অপৰাধ

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

September 27, 2026
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা
অপৰাধ

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

September 27, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

September 27, 2026
Next Post
মোদীৰ দাবী অসাৰ! দেশৰ বিভিন্ন প্ৰান্তত ১৭ হাজাৰৰো অধিক কৃষকৰ আত্মহত্যা

মোদীৰ দাবী অসাৰ! দেশৰ বিভিন্ন প্ৰান্তত ১৭ হাজাৰৰো অধিক কৃষকৰ আত্মহত্যা

অৰুণাচলৰ কামেং ছেক্টৰত উদ্ধাৰ ৭ সেনা জোৱানৰ মৃতদেহ

অৰুণাচলৰ কামেং ছেক্টৰত উদ্ধাৰ ৭ সেনা জোৱানৰ মৃতদেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.