• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

10 months ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

6 minutes ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

59 minutes ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

2 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

2 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

2 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

3 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

5 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

5 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

13 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

13 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

14 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

editor by editor
January 2, 2026
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
0
SHARES
243
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিশু, বৃদ্ধ, যুৱক বা মহিলা সকলোৰে বাবেই পোষ্ট অফিচত বিভিন্ন সঞ্চয় প্ৰকল্প আছে৷ বিশেষ বিষয় হৈছে যে এই বিনিয়োগসমূহে যদিও শক্তিশালী ৰিটাৰ্ণ প্ৰদান কৰে, চৰকাৰে নিজেই বিনিয়োগকাৰীক অৰ্থৰ নিশ্চিত নিৰাপত্তা দিয়ে৷ এই স্কিমসূহত সৰু বিনিয়োগো যথেষ্ট মুনাফাদায়ক হয়৷ তেনে এক প্ৰতিশ্ৰুতিশীল স্কিম হৈছে পোষ্ট অফিচ টাইম ডিপোজিট স্কিম, যৰ পৰা কেৱল সুদ হিচাপেই ৪ লাখ টকাতকৈ বেছি আয় কৰিব পাৰি৷

নিৰাপদ অৰ্থ আৰু শক্তিশালী ৰিটাৰ্ণ

মানুহে প্ৰায়েই তেওঁলোকৰ আয়ৰ কিছু অংশ সঞ্চয় কৰাৰ পৰিকল্পনা কৰে আৰু এনে স্থানত বিনিয়োগ কৰে যিয়ে নিৰাপদ অৰ্থ নিশ্চিত কৰে আৰু চমৎকাৰ ৰিটাৰ্ণো প্ৰদান কৰে৷ প্ৰচুৰ সুদৰ ওপৰিও অইন কেইবাটাও সুবিধা পোৱা যায়৷ চৰকাৰে ৫ বছৰৰ বাবে বিনিয়োগৰ ওপৰত ৭.৫ শতাংশ সুদৰ হাৰ প্ৰদান কৰে৷ এই প্ৰকল্পৰ নামৰ পৰাই বুজা গৈছে যে বিভিন্ন ম্যাদৰ বাবে বিনিয়োগ কৰিব পাৰে আৰু বিনিয়োগৰ ওপৰত আৰ্জিত সুদৰ হাৰ ভিন্ন হয়৷

এবছৰৰ বাবে বিনিয়োগ কৰিলে ৬.৯ শতাংশ সুদ পোৱা যায়৷

দুই বছৰৰ বাবে বিনিয়োগ কৰিলে ৭ শতাংশ সুদ পোৱা যায়৷

তিনি বছৰৰ বাবে বিনিয়োগ কৰিলে ৭.১ শতাংশ সুদ পোৱা যায়৷

পাঁচ বছৰৰ বাবে বিনিয়োগৰ ওপৰত ৭.৫শতাংশ সুদ৷

সৰ্বনিম্ন ১০০০ টকা দি এই একাউণ্ট খুলিব পাৰে৷

বিনিয়োগৰ ওপৰত সুদ বাৰ্ষিকভাৱে বৃদ্ধি কৰা হয়৷

সুদৰ পৰা আপুনি কেনেকৈ ৪.৫ লাখ টকা আয় কৰিব পাৰিব?

পোষ্ট অফিচ টাইম ডিপোজিট স্কিমক পোষ্ট অফিচ ছেভিংছ স্কিমৰ তালিকাৰ সকলোতকৈ কাৰ্যকৰ চৰকাৰী স্কিমসমূহৰ মাজত এটা হিচাপে বিবেচনা কৰা হয়৷ কাৰণ ই শক্তিশালী সুদৰ হাৰ, নিশ্চিত আয় আৰু কৰ ৰেহাই দিয়ে৷ এই বিনিয়োগৰ মাধ্যমেৰে কেৱল সুদৰ পৰাই ৪.৫ লাখ টকা আয়ৰ সম্ভাৱনা আছে৷

বিনিয়োগৰ ওপৰত সুদৰ আয় নিৰ্ভৰ কৰে৷ উদাহৰণস্বৰূপে এজন বিনিয়োগকাৰীয়ে পাঁচ বছৰৰ বাবে ৫লাখ বিনিয়োগ কৰিলে তেওঁ ২২৪,৯৭৮ টকা সুদ পাব আৰু মুঠ ম্যাদপূৰ্তিৰ পৰিমাণ হ’ব ৭২৪, ৯৭৮ টকা৷ পোষ্ট অফিচ টাইম ডিপোজিট স্কিম আয়কৰ আইন ১৯৬১ৰ ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাইৰ সুবিধাও প্ৰদান কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
Next Post
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.