• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ কেজি পিয়াঁজত ৫টকা, আপুনি কিমানত কিনে?

১ কেজি পিয়াঁজত ৫টকা, আপুনি কিমানত কিনে?

4 years ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

39 minutes ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 hour ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

1 hour ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

2 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

2 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

১ কেজি পিয়াঁজত ৫টকা, আপুনি কিমানত কিনে?

editor by editor
January 5, 2022
in বাণিজ্য
0
১ কেজি পিয়াঁজত ৫টকা, আপুনি কিমানত কিনে?
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পিয়াঁজৰ দামে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি আহিছে৷ বিগত কেইটামান বছৰত পিয়াঁজৰ দামে শতকৰ ঘৰ পাৰ কৰিছিল যদিও এইবছৰ পিয়াঁজৰ নাম কিছু নিয়ন্ত্ৰণত আছে৷ বৰ্তমান গুৱাহাটী তথা অসমত পিয়াঁজৰ প্ৰতি কিলোগ্ৰামৰ মূল্য ৪০-৫০ টকা৷ কিন্তু এই পিয়াঁজ কৃষকে বিক্ৰী কৰি আছে প্ৰতি কিলোগ্ৰামত মাত্ৰ ৫ টকাকৈ৷ মধ্যপ্ৰদেশৰ পিয়াঁজৰ বজাৰত কৃষকে মূৰে-কপালে হাত দিবলগীয়া হৈছে৷ মধ্যপ্ৰদেশত পিয়াঁজৰ উৎপাদন বৃদ্ধি পোৱাত উচিত মূল্যৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে কৃষক৷ কিন্তু মধ্যপ্ৰদেশৰ খুচুৰা বজাৰত প্ৰতিকিলোগ্ৰাম পিয়াঁজ বিক্ৰী হৈছে ১৫-২০ টকাকৈ৷ আলু-পিয়াঁজ বজাৰ সমিতিৰ অধ্যক্ষ ওমপ্ৰকাশ গাৰ্গে কয় যে পিয়াঁজ উৎপাদনৰ পাছত অধিক মূল্যৰ আশাত কৃষকে অধিক পৰিমাণে মজুত কৰিছিল৷ কিন্তু এইবছৰ পিয়াঁজৰ মূল্য বেছি বৃদ্ধি নহ’ল৷ মজুত কৰা পিয়াঁজ বেয়া হ’বলৈ ধৰাত কৃষকে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে৷ ফলত পিয়াঁজেৰে উভৈনদী হৈ পৰিছে বজাৰ৷ পৰিণতিত ৫ টকা মূল্যত বিক্ৰী কৰিবলগা হৈছে পিয়াঁজ৷ কোনো কোনো ঠাইত কম মূল্যৰ বাবে কৃষকে পিয়াঁজ পেলাই দিয়াও পৰলিক্ষত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24onion price
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
মই মাৰ সৈতে কথা পাতিব খোজো বুলি কৈয়েই কেবিনত সোমাইছিল, তাৰপিছতেই অভাৱনীয় ঘটনা, কি ঘটিছিল বাংগালুৰুখ্যাত ব্যৱসায়ী চি জে ৰয়ৰ সৈতে?
জীৱনশৈলী

মই মাৰ সৈতে কথা পাতিব খোজো বুলি কৈয়েই কেবিনত সোমাইছিল, তাৰপিছতেই অভাৱনীয় ঘটনা, কি ঘটিছিল বাংগালুৰুখ্যাত ব্যৱসায়ী চি জে ৰয়ৰ সৈতে?

February 1, 2026
Next Post
স্বামীৰ সন্মতিত ভণ্ডবাবাৰ সৈতে নৈশ যাপন ন-বোৱাৰীৰ, তাৰ পাছত…

স্বামীৰ সন্মতিত ভণ্ডবাবাৰ সৈতে নৈশ যাপন ন-বোৱাৰীৰ, তাৰ পাছত…

book launching

অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষৰ উন্মোচন। অসমীয়া বিজ্ঞান সাহিত্যলৈ ক্ষীৰধৰ বৰুৱাৰ বিশিষ্ট অৱদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.