মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?
দীৰ্ঘদিন ধৰি শোকাৰ্ত হৈ থকা ঘৰখনত হঠাৎ আনন্দৰ পৰিবেশ৷ মেঘালয়ৰ মধুচন্দ্ৰিমালৈ গৈ পত্নীৰ হাতত প্ৰাণ হেৰুৱাইছিল ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশীৰ...





