• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

5 months ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

11 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

11 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

11 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

12 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

12 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

13 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

13 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

14 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

15 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

16 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

17 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

‘এনেকুৱা মানসিকতা হ'লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

editor by editor
May 9, 2026
in অসম, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা
0
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সামাজিক মাধ্যমত এটা বিশেষ প’ষ্ট দি আকৌ চৰ্চালৈ আহিছে পাপৰি বৰা তথা জনপ্ৰিয় মণি বৌ৷ পাপৰি বৰাই ৰাজধানী থিয়েটাৰৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ৷ তেওঁ সামাজিক মাধ্যমত লিখিছে দুটাকৈ প’ষ্ট৷ প্ৰথম প’ষ্টত তেওঁ লিখিছে, ‘ ৰাজধানী থিয়েটাৰ Bachchu Roy Mallika Roy পইচা দিবনে আজি ? বহুত চুচৰাই আছে কিন্তু ? এইবোৰ ভণ্ডামি নচলিব আৰু ? এইটো just warning হে আৰু কি হৈছে , হৈছিল অসমৰ ৰাইজক জনাই আছোঁ।’
তাৰপিছতেই দ্বিতীয় প’ষ্ট, ‘Partha Sarma মিছা কিমান মাতিব আৰু?
যি সকল আহ্বায়ক কমিটি তথা কলা কৌশলী নতুনকৈ চুক্তি হৈছে , এবাৰ ভাবিব । বৰ বেলেগ ধৰনৰ মানুহ Bachchu Roy , মই কৈ থলোঁ …ৰাজধানী থিয়েটাৰ’
দ্বিতীয় প’ষ্টৰ তলত তেওঁ কমেণ্ট বক্সত দিছে ৰাজধানী থিয়েটাৰে কেনেকৈ তেওঁৰ সৈতে বিত্তীয় কেলেংকাৰী কৰিছে তাৰ তথ্যও৷ তাত তেওঁ লিখিছে, ‘ মই এটকা দুটকা নহয় 2 লাখৰ ওপৰত পাব আছে , টেক্সৰ নামত মিছাকৈ 1 লাখ 10 হাজাৰ লৈছে। ইফালে চুক্তি পত্ৰত সেইয়া নাছিল। কিন্তু টেক্স জমা হোৱা নাই এতিয়ালৈকে । যিহেতু আমাক কেচ পইচা দিয়ে । আৰু 13 হাজাৰ এনেই কাটি লৈছে। কোনো অৰ্থ নাই। 2 লাখ টকাৰ চেক দি এতিয়া পিছুৱাই আছে । তাৰিখৰ মতে নাপাওঁ , সদায় বেংক অহা যোৱা কৰি আছোঁ। তেওঁলোকে কৈছে বাউন্স হৈছে জানো ? মই কওঁ যিহেতু মোৰ বেংক একাউণ্ট এক্সিছ বেংক আৰু চেক পাইছোঁ সেই বেংকৰ গতিকে একে দিনাই যিহেতু পইচা পাই । তেওঁলোকে বাউন্স নকৰি সেইটো একাউন্ট ত পইচা নাই বুলি পঠিয়াই দিয়ে । আৰু মোক খালি চেক দিয়াৰ দিনাই পইচা পালোঁ বুলি এটা ভিডিঅ’ দিব দিছিল। কিন্তু মই নিদিলোঁ।’
পাপৰি বৰাই সামাজিক মাধ্যমত দিয়া তিনিটাকৈ প’ষ্টৰ পাছত স্পষ্টীকৰণ দাঙি ধৰিছে ৰাজধানী থিয়েটাৰৰ তৰফৰ পৰাও৷ তাত তেওঁলোকে লিখিছে এনেদৰে-
শ্ৰদ্ধাৰ Papori Borah Papori Bora moni ডাঙৰীয়ানীলৈ …
আপোনাক ২০২৫-২৬ নাট্যবৰ্ষত ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ কৰিছিল ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই……চ’চিয়েল মিডিয়াই নহয়… আপুনি পাবলগীয়া মাননি আপোনাক ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই দিব চ’চিয়েল মিডিয়াই নহয় বা চ’চিয়েল মিডিয়া টকা পোৱাৰ আহিলা নহয়…আপুনি চ’চিয়েল মিডিয়াত কাৰোবাৰ ষড়যন্ত্ৰ অথবা নিজ মানসিকতাৰে ৰাজধানীক হেয় প্ৰতিপন্ন কৰাৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাক লৈ আমি দু:খিত৷
আগতেও আপুনি এদিন চ’চিয়েল মিডিয়াত পোষ্ট কৰিছিলে…আৰু প্ৰতিজন শিল্পী,কলা-কুশলীক সুন্দৰকৈ বিদায় দিয়াৰ দৰে আপোনাকো ইতিমধ্যে আখৰাৰ পৰা মাননি দি আহি আহি শেষ পৰ্যায়তো দুই এখন চেক পাছ কৰাই দিয়া হৈছে…আজি প্ৰায় ১০ দিন মান আগতো এখন চেক পাছ কৰাই দিয়া হৈছে……আৰু আজিও আপোনাক চেক এখন লগাব দিয়া হৈছে……চেক বাউঞ্চ নোহোৱাকৈ আপুনি আমাক ৰাজহুৱাকৈ বদনাম কিয় কৰিলে????যদি চেক বাউঞ্চ হৈছে ৰাজহুৱাকৈ তথ্য দিয়ক৷
আজি আপোনাক ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই নিজে ফোন কৰি দিনৰ ১২ বজাৰ পিছত চেকখন লগাব দিছে…আপুনি লগাইছে কিন্তু আপোনাৰ চেকখন পাছ কৰাৰ দায়িত্ব আমাৰ,ৰাজধানী থিয়েটাৰ কৰ্তপক্ষৰ……আপুনি চেকখন পাছ নকৰোতেই,বাউঞ্চ নহওতেই কিয় পোষ্ট কৰি সাধাৰণ দৰ্শক আৰু আহ্বায়ক কমিতিৰ আগত আমাক বদনামী কৰিলে?
এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব…পৰৱৰ্তী সময়ত এনেকুৱাকৈ আনক অপমান,বদনাম কৰি অধিক জনপ্ৰিয় হোৱাৰ প্ৰচেষ্টাৰ পৰা বিৰত থাকিব
বিনাহকত এটি অনুষ্ঠানক বদনাম কৰিব নাপায়…আজি পৰ্যন্ত কিয় আপোনাৰ মাননি সম্পূৰ্ণ আদায় পোৱা নাই নিজেই নিজক প্ৰশ্ন কৰিব…
আপোনাৰ ভৱিষ্যত অভিনয় যাত্ৰা মধুময় হওক…শুভকামনা সদায় আছে…এটা কথা মনত ৰাখিব প্ৰাপ্য পইছা পাবই…কিন্তু সকলো কথা ৰাজধানী থিয়েটাৰৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰা দৰকাৰ ৷ শ্ৰদ্ধাৰ দৰ্শক ৰাইজলৈ অনুৰোধ ভিতৰুৱা কথা নজনাকৈ কোনেও যেন একপক্ষীয় ভাৱে ৰাজধানীক বদনামী কৰি কমেণ্ট নকৰে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.