ধেমাজিত সংঘটিত ভয়ানক কাণ্ড
ধেমাজিত সংঘটিত ভয়ানক কাণ্ড৷ কলেজীয়া ছাত্ৰীক আক্ৰমণ পাষণ্ডৰ৷ মৰিঢল কলেজৰ দুগৰাকী ছাত্ৰীক আক্ৰমণ৷ ৰাজপথতেই আক্ৰমণ কৰে অপৰাধী মিন্টুৱে৷
ধেমাজিত সংঘটিত ভয়ানক কাণ্ড৷ কলেজীয়া ছাত্ৰীক আক্ৰমণ পাষণ্ডৰ৷ মৰিঢল কলেজৰ দুগৰাকী ছাত্ৰীক আক্ৰমণ৷ ৰাজপথতেই আক্ৰমণ কৰে অপৰাধী মিন্টুৱে৷
কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ ধাৰা অব্যাহত৷ এটা এনকাউণ্টাৰত নিহত ৩, আৰক্ষীৰ হিটলিষ্টত ডকাইত৷
চাউল খায় ভাৰতৰ, চিন্তা তালিবানৰ৷ থাকে ভাৰতত, মন উৰে আফগানিস্তানত৷ তালিবানৰ সমৰ্থনত ফে’চবুক প’ষ্ট৷ কিহৰ বাবে দৰদ তালিবানৰ প্ৰতি?
আৱেগিক উদাৰ অসমীয়াৰ পূৰ্ণ সুবিধা গ্ৰহণ চাহ কোম্পানীৰ। ওলাই পৰিল বেপাৰী চাহ কোম্পানীৰ নীলা শিয়ালৰ চৰিত্ৰ।
অসমীয়া ভাষাক এলাগি। বাংলা ভাষাক আদৰাৰ অভিযোগ। বাইহাটা চাৰিআলিৰ KECৰ বিৰুদ্ধে অভিযোগ। সৰৱ জাতীয়তাবাদী দল-সংগঠন।
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.