• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বান্ধৱীক ডিঙি কাটি হত্যা : ধন কুবেৰৰ পুত্ৰক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

বান্ধৱীক ডিঙি কাটি হত্যা : ধন কুবেৰৰ পুত্ৰক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

5 years ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

1 minute ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

37 minutes ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

56 minutes ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

2 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

2 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

3 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

4 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

6 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

7 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

7 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

8 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বান্ধৱীক ডিঙি কাটি হত্যা : ধন কুবেৰৰ পুত্ৰক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

editor by editor
February 25, 2022
in অপৰাধ, বিশ্ব
0
বান্ধৱীক ডিঙি কাটি হত্যা : ধন কুবেৰৰ পুত্ৰক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাল্যকালৰ বান্ধৱীক ডিঙি কাটি হত্যা কৰাৰ অপৰাধত আদালতে মৃত্যুদণ্ড দিছে এগৰাকী যুৱকক৷ আনহাতে হত্যাকাণ্ডটোত জড়িত থকা অন্য দুই অভিযুক্তক ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছে৷ এই ৰায় প্ৰদান কৰিছে পাকিস্তানৰ এখন আদালতে৷

উল্লেখ্য যে বিগত বৰ্ষৰ ২০ জুলাইলত পাকিস্তানৰ এগৰাকী প্ৰাক্তন কূটনৈতিক বিষয়া চৌকত মুকাদ্দমৰ কন্যা ২৭ বছৰীয়া নুৰ মুকাদ্দমক ডিঙি কাটি অতি নৃশংসতাৰে হত্যা কৰা হৈছিল৷

এই হত্যাকাণ্ডৰ পিছতে নুৰৰ পিতৃয়ে পাকিস্তানৰ এগৰাকী ধন কুবেৰৰ পুত্ৰৰ জাহিৰ জাবৰ নামৰ ৩০ বছৰীয়া যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল৷ আৰক্ষীয়ে জাহিৰৰ বাসগৃহৰ পৰা নুৰৰ খণ্ডিত মৃতদেহ উদ্ধাৰ কৰিছিল৷ অভিযোগ অনুসৰি নুৰে জাহিৰৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ অস্বীকাৰ কৰাৰ বাবেই হত্যা কৰা হৈছিল৷

এই নৃসংশ হত্যাকাণ্ডটোৱে সমগ্ৰ পাকিস্তান জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ দেশজুৰি হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী উঠিছিল৷ মূল অভিযুক্তগৰাকী বৰ্তমান আমেৰিকাৰ নাগৰিক তথা উদ্যোগপতি হোৱাৰ বাবে শাস্তি লাভ নকৰিব বুলি ধাৰণা কৰা হৈছিল৷

কিন্তু নুৰৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি আদালতত সকলো তথ্য প্ৰমাণ দাখিল কৰাৰ পিছতে মাত্ৰ ডেৰটা বছৰৰ পিছতে সেই নৃশংস হত্যাকাণ্ডটোৰ ৰায় প্ৰদান কৰিছে পাকিস্তানৰ এখন আদালতে৷

আদালতে হত্যাকাণ্ডটোত জড়িত থকা দুই অভিযুক্ত ক্ৰমে ইফতিকাৰ আৰু জামিলক ১০ বছৰৰ কাৰাদণ্ড বিহিছে৷ আনহাতে আদালতে জাহিৰৰ পিতৃ-মাত আৰু তেওঁলোকৰ ব্যক্তিগত ৰান্ধনীগৰাকীক উক্ত হত্যাকাণ্ডত জড়িত নাই বুলি ঘোষণা কৰি ৰেহাই প্ৰদান কৰিছে৷

ইফালে আদালতৰ এই ৰায়ত অসন্তুষ্টি প্ৰকাশ কৰি নুৰৰ পিতৃ চৌকত মুকাদ্দমে তেওঁৰ পৰিয়ালে ন্যায় লাভ কৰা বুলি সদৰী কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalmurder casepakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?
অসম

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

September 14, 2026
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
Next Post
ইউক্ৰেইন সংকট : ভাৰতীয় পতাকা আঁৰি ল’বলৈ ভাৰতীয়সকলক আহ্বান দূতাবাসৰ

ইউক্ৰেইন সংকট : ভাৰতীয় পতাকা আঁৰি ল’বলৈ ভাৰতীয়সকলক আহ্বান দূতাবাসৰ

এই ৰাশিৰ লোকসকল সাৱধানে থাকক : ২৬ ফেব্ৰুৱাৰিত শনি দেৱতা মংগলৰ সৈতে থাকিব

এই ৰাশিৰ লোকসকল সাৱধানে থাকক : ২৬ ফেব্ৰুৱাৰিত শনি দেৱতা মংগলৰ সৈতে থাকিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.