• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লজ্জানত পাকিস্তান! পাকিস্তান দিৱসৰ দিনাই আখৰ জোঁটাই জোঁটাই ভাষণ পঢ়িলে ৰাষ্ট্ৰপতিয়ে

11 months ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

3 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

4 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

6 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

7 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

8 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

23 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

24 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

লজ্জানত পাকিস্তান! পাকিস্তান দিৱসৰ দিনাই আখৰ জোঁটাই জোঁটাই ভাষণ পঢ়িলে ৰাষ্ট্ৰপতিয়ে

editor by editor
March 24, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
লজ্জানত পাকিস্তান! পাকিস্তান দিৱসৰ দিনাই আখৰ জোঁটাই জোঁটাই ভাষণ পঢ়িলে ৰাষ্ট্ৰপতিয়ে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লজ্জানত পাকিস্তান! পাকিস্তান দিৱসৰ দিনাই আখৰ জোঁটাই জোঁটাই ভাষণ পঢ়িলে ৰাষ্ট্ৰপতিয়ে

সমগ্ৰ বিশ্বৰ আগতে লজ্জানত পাকিস্তান। কাৰণ পাকিস্তান দিৱসৰ দিনাই দেশখনৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে শব্দ জোঁটাই জোঁটাই পঢ়িব লগা হ’ল লিখি দিয়া ভাষণ। যি ভাষণৰ ভিডিঅ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, কালি ২৩ মাৰ্চ দেওবাৰে পালন কৰা হয় পাকিস্তান দিৱস। এই সময়ছোৱাত সমগ্ৰ পাকিস্তানত বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত হৈছিল। এই বিশেষ অনুষ্ঠানত পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে সংসদৰ দুয়োটা সদনত ভাষণ প্ৰদান কৰাৰ লগতে সেনাৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।

https://x.com/BalochLatif/status/1903789747102711978

এই সময়ছোৱাত জৰ্দাৰীয়ে ভাষণ দিয়াৰ ধৰণটো সমগ্ৰ পাকিস্তানত চৰ্চা চলি আছে। ৰাষ্ট্ৰপতি জৰ্দাৰীয়ে দিয়া ভাষণৰ বহু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে তেওঁৰ ভাষণ পঢ়িবলৈ যথেষ্ট অসুবিধা হৈছে। প্ৰতিটো শব্দ জোঁটাই জোঁটাই পঢ়িবলগা হৈছে ৰাষ্ট্ৰপতি জৰ্দাৰীয়ে।

দেশৰ ৰাষ্ট্ৰপতিয়ে সমগ্ৰ দেশক প্ৰতিনিধিত্ব কৰে। এনে পৰিস্থিতিত ৰাষ্ট্ৰপতিৰ লিখি দিয়া ভাষণ এটা পঢ়িবলৈ কষ্ট পোৱা কাৰ্যই হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে।

আছিফ জৰ্দাৰীৰ ভাষণৰ বহু ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বহু ব্যৱহাৰকাৰীয়ে জৰ্দাৰীক উপহাস কৰি বিভিন্ন কমেণ্ট কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Pakistan Day 23 Marchpakistan pmPakistan President Viral Videoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
Next Post
অতি সোনকালেই নতুন আলহীৰ আগমণ হ’ব ৰাহুল-আথিয়াৰ ঘৰত! আই পি এ এৰি ঘৰলৈ যাত্ৰা

অতি সোনকালেই নতুন আলহীৰ আগমণ হ'ব ৰাহুল-আথিয়াৰ ঘৰত! আই পি এ এৰি ঘৰলৈ যাত্ৰা

বহু গুণৰ অধিকাৰী হোৱাৰ পাচতো এই ৩ ৰাশিৰ লোকৰ নিজৰ ওপৰত নাথাকে বিশ্বাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন