যিয়ে যেনেকৈ পাৰিছে, তেনেকৈ ভাঙিছে। পাকিস্তানৰ এটা মন্দিৰত এই আক্ৰমণ চলিছে। পিছে মন্দিৰত কিয় এই আক্ৰমণ? আক্ৰমণৰ কাৰণ কি? ৫ আগষ্টত কাশ্মীৰৰ পৰা আঁতৰোৱা হৈছিল অনুচ্ছেদ ৩৭০। ঘটনাটো পাকিস্তানৰ পঞ্জাব প্ৰান্তৰ। সিদ্ধি বিনায়ক মন্দিৰত এই আক্ৰমণ। মন্দিৰৰ ওপৰত আক্ৰমণ এয়াই প্ৰথম নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















