• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ চুবুৰীয়া ৰাজ্যত কঠোৰ চৰকাৰ, বিয়াত অতিথিক দিব পাৰিব কেৱল এবিধ খাদ্য, অন্যথা শাস্তি

ভাৰতৰ চুবুৰীয়া ৰাজ্যত কঠোৰ চৰকাৰ, বিয়াত অতিথিক দিব পাৰিব কেৱল এবিধ খাদ্য, অন্যথা শাস্তি

2 years ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

21 minutes ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

59 minutes ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

2 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

2 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

3 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

3 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

4 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

5 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

6 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

7 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভাৰতৰ চুবুৰীয়া ৰাজ্যত কঠোৰ চৰকাৰ, বিয়াত অতিথিক দিব পাৰিব কেৱল এবিধ খাদ্য, অন্যথা শাস্তি

editor by editor
May 1, 2024
in বিশ্ব
0
ভাৰতৰ চুবুৰীয়া ৰাজ্যত কঠোৰ চৰকাৰ, বিয়াত অতিথিক দিব পাৰিব কেৱল এবিধ খাদ্য, অন্যথা শাস্তি
0
SHARES
329
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ চুবুৰীয়া ৰাজ্যত কঠোৰ চৰকাৰ, বিয়াত অতিথিক দিব পাৰিব কেৱল এবিধ খাদ্য, অন্যথা শাস্তি

খাদ্য সংকট, সংকট মানে একেবাৰে ভয়ংকৰ। ভৱাতকৈ বহু গুণে বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ মূল্য। কেৱল মূল্য বৃদ্ধিয়েই নহয়, প্ৰয়োজনীয় সামগ্ৰীৰো অভাৱ। যাৰ বাবে এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন তথা চৰকাৰ।

ভাৰতৰ এইখন চুবুৰীয়া দেশত এতিয়া কঠোৰ সিদ্ধান্ত লৈছে চৰকাৰে। এতিয়াৰে পৰা বিবাহ অনুষ্ঠানত অতিথিক খুৱাব পাৰিব কেৱল এবিধ ব্যঞ্জন। বিয়াৰ ক্ষেত্ৰত ওৱান ডিছ ৰুল (One Dish Rule), কেৱল এবিধ খাদ্য পৰিৱেশন কৰিব পাৰিব অতিথিক।

এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে পাকিস্তানত। দেশখনৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজে বিবাহ অনুষ্ঠানত ‘ৱান ডিচ’ নিয়ম কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে। কম আয়ৰ পৰিয়ালৰ ওপৰত আৰ্থিক বোজা কমাবলৈ ইয়াক কাৰ্যকৰী কৰা হৈছে। মৰিয়মৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰাদেশিক কেবিনেট অধিৱেশনত আন বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

দ্য নিউজ ইণ্টাৰনেশ্যনেলৰ প্ৰতিবেদন অনুসৰি পঞ্জাৱ প্ৰদেশত বহু বছৰ ধৰি এই নিয়ম প্ৰযোজ্য হৈ আহিছে। নাগৰিকৰ মাজত ধন-সম্পত্তিৰ প্ৰদৰ্শন হ্ৰাস কৰাৰ বাবে আৰু আৰ্থিক প্ৰত্যাহ্বানৰ মাজতো ব্যয়বহুল বিয়াৰ ভোজ আয়োজন কৰাৰ বাধ্যবাধকতা দূৰ কৰিবলৈ এই আইনখন অনা হৈছিল।

উল্লেখ্য যে, পাকিস্তানত এতিয়াও হ্ৰাস হোৱা নাই খাদ্য সাম্গ্ৰীৰ মূল্য । বৰ্তমানেও আকাশলংঘী খাদ্যৰ দাম। একোখন ৰুটিতে ১০০ টকা ভৰিব লাগে। কণী একোটাৰ দাম ৬০ টকা, গাখীৰ ১ লিটাৰ ২০০ টকা ইত্যাদি।

কেৱল সিমানেই নহয়, প্ৰতিবেদন অনুসৰি, বিদ্যুৎ সংকটৰো ভয়াৱহতাৰ মাজত পাকিস্তান। যাৰ বাবে দেশখনত শক্তি ৰাহি কৰিবলৈ নিশা ১০ বজাৰ পিছত বিবাহ অনুষ্ঠান নিষিদ্ধ কৰাৰো সিদ্ধান্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Food CrisisFood PricepakistanPakistan Marriageprice hike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?
জীৱনশৈলী

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

April 2, 2026
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
Next Post
বৃষ ৰাশিৰ দিন! আজিলেই লাভ কৰিব ভাল খবৰ

বৃষ ৰাশিৰ দিন! আজিলেই লাভ কৰিব ভাল খবৰ

জানক প্ৰতি ১২ বছৰৰ পাছে পাছে কিয় পতা হয় কুম্ভ মেলা? ইয়াৰ আঁৰত লুকাই আছে কেইবাটাও ৰহস্য

জানক প্ৰতি ১২ বছৰৰ পাছে পাছে কিয় পতা হয় কুম্ভ মেলা? ইয়াৰ আঁৰত লুকাই আছে কেইবাটাও ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.