• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২২ বছৰৰ মূৰত পাকিস্তানৰ কৰিশ্মা, অষ্ট্ৰেলিয়াৰ দৰে দলক ঘৰুৱা খেলপথাৰতে পৰাস্ত

২২ বছৰৰ মূৰত পাকিস্তানৰ কৰিশ্মা, অষ্ট্ৰেলিয়াৰ দৰে দলক ঘৰুৱা খেলপথাৰতে পৰাস্ত

1 year ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

7 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

8 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

8 hours ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

9 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

9 hours ago
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

9 hours ago
কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

10 hours ago
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

11 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

11 hours ago
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

12 hours ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

12 hours ago
এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

২২ বছৰৰ মূৰত পাকিস্তানৰ কৰিশ্মা, অষ্ট্ৰেলিয়াৰ দৰে দলক ঘৰুৱা খেলপথাৰতে পৰাস্ত

editor by editor
November 10, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
২২ বছৰৰ মূৰত পাকিস্তানৰ কৰিশ্মা, অষ্ট্ৰেলিয়াৰ দৰে দলক ঘৰুৱা খেলপথাৰতে পৰাস্ত
0
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২২ বছৰৰ মূৰত পাকিস্তানৰ কৰিশ্মা, অষ্ট্ৰেলিয়াৰ দৰে দলক ঘৰুৱা খেলপথাৰতে পৰাস্ত

অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলক ঘৰুৱা খেলপথাৰতে পৰাস্ত কৰি ইতিহাস ৰচিলে পাকিস্তানে। ২২ বছৰৰৰ অন্তত এনে কৰিশ্মা কৰি দেখুৱালে ভাৰতৰ চীৰবৈৰী দেশখনৰ খেলুৱৈয়ে। তিনিখনীয়া খেল খনৰ ২খনত পাকিস্তানে বিজয় সাব্যস্ত কৰি শৃংখলা নিজৰ নামত কৰে।

নতুন অধিনায়ক আৰু প্ৰশিক্ষকৰ মাজত দোদুল্যমান হৈ থকা পাকিস্তানী ক্ৰিকেট দলৰ এনে বিজয়ে ইতিহাসৰ সৃষ্টি কৰাৰ লগতে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে।

মহম্মদ ৰিজৱানৰ দলটোৱে তৃতীয়খন এদিনীয়া খেলত অষ্ট্ৰেলিয়াক ৮ উইকেটত পৰাস্ত কৰে। আজি দেওবাৰে অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয়খন খেলত অষ্ট্ৰেলিয়াই ৩১.৫ অভাৰত কেউটা উইকেট হেৰুৱাই ১৪০ ৰান কৰি অল আউট হোৱাৰ পিছত পাকিস্তানে ২৬.৪ অভাৰতে ২টা উইকেট হেৰুৱাই লক্ষ্যত উপনিত হয়।

শৃংখলাখনত পাকিস্তানৰ বিজয়ৰ মুল নায়ক হিচাপে এতিয়া সকলোৱে এই ৫ জন খেলুৱৈৰ নাম লৈছে-

১) হেৰিছ ৰাউফৰ বিস্ফোৰক বলিং-
হেৰিছ ৰাউফে অষ্ট্ৰেলিয়াৰ মাটিত একপ্ৰকাৰৰ যাঁদু বলিং কৰিছিল। ৩ মেচৰ শৃংখলাত হেৰিছ ৰাউফে ১০টা উইকেট দখল কৰে। ৰাউফক শৃংখলাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। দ্বিতীয় আৰু তৃতীয় মেচতো হেৰিছ ৰাউফে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে।

২) ৰিজৱানৰ শক্তিশালী বেটিং –
অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত পাকিস্তানী দলৰ অধিনায়কত্ব মহম্মদ ৰিজৱানৰ হাতত আছিল। এই উইকেটকীপাৰ বেটছমেনে ছিৰিজত ভাল বেটিং কৰাই নহয়, উজ্জ্বল অধিনায়কত্বও কৰে। ৰিজৱানে তিনিখন মেচত মাত্ৰ দুবাৰহে বেটিং কৰিছিল। প্ৰথমখন মেচত তেওঁ নিজৰ দলৰ হৈ সৰ্বাধিক ৪৪ ৰান সংগ্ৰহ কৰে। তৃতীয়খন এদিনীয়াত ২৭টা বলত ৩০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

৩) আফ্ৰিদিৰ নিয়ন্ত্ৰিত বলিং-
হেৰিছ ৰাউফৰ সমানে সমানে সৰ্বোত্তম বলিং কৰিছিল শ্বাহীন শ্বাহ আফ্ৰিদিয়েও। বলাৰগৰাকীয়ে তিনিখন মেচত ৮টা উইকেট দখল কৰে। দ্বিতীয় আৰু তৃতীয় এদিনীয়াত পাকিস্তানে জয়লাভ কৰাৰ লগতে এই দুয়োখন খেলতে শ্বাহীন আফ্ৰিদীয়ে ৫-৫ উইকেট দখল কৰে।

৪) আয়ুবৰ সুন্দৰ ইনিংছ-
শক্তিশালী ইনিংছ খেলিছিল ছাইম আয়ুবেও। প্ৰথমখন ১ ৰান কৰি বিফল হলেও পাছৰ দুখন মেচত ক্ৰমে ৮২ আৰু ৪২ ৰান সংগ্ৰহ কৰে।

৫) প্ৰশিক্ষক জেছন গিলেস্পিৰ
অষ্ট্ৰেলিয়াৰ মাটিত পাকিস্তানৰ এই জয়ত এজন ব্যক্তিৰ নাম বিশেষ ভাৱে উল্লেখযোগ্য। তেখেত হৈছে পাকিস্তানী দলৰ প্ৰশিক্ষক জেছন গিলেস্পি। পাকিস্তানৰ জয়ত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল দ্ৰুত বলাৰ কেইগৰাকীয়ে। পাকিস্তানৰ এই শক্তিকেই ভালদৰেই কাৰত খটুৱাইছে জেছনে গিলেস্পিয়ে। তেখেনো নিজৰ খেলৰ কেৰিয়াৰক বিধ্বংসী পেচাৰ আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Australia losscricketPakistan CricketPakistan Vs AustraliaPakistan Win
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?
জীৱনশৈলী

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

March 25, 2026
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক
জীৱনশৈলী

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

March 25, 2026
Next Post
সংশোধন হোৱাৰ দিশে বিবাহ আইন, ৯ বছৰীয়া কন্যাক বিয়া কৰাব পাৰিব পুৰুষে

সংশোধন হোৱাৰ দিশে বিবাহ আইন, ৯ বছৰীয়া কন্যাক বিয়া কৰাব পাৰিব পুৰুষে

৩৫ বছৰৰ পাছতে জীৱনলৈ অপাৰ ধন-সম্পত্তি আহে এইসকল লোকৰ জীৱনলৈ…

৩৫ বছৰৰ পাছতে জীৱনলৈ অপাৰ ধন-সম্পত্তি আহে এইসকল লোকৰ জীৱনলৈ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.