• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

2 months ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

3 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

4 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

4 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

5 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

6 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

7 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

7 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

8 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

9 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

10 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

10 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

আৰক্ষী আৰু ঘটনাৰ ভুক্তভোগী পৰিয়ালৰ বক্তব্যত মতভেদ

editor by editor
June 16, 2026
in অপৰাধ, বিবিধ, বিশ্ব, লেখা
0
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড
0
SHARES
94
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানে প্ৰায়ে নকৰিবলগীয়া কামবোৰ কৰি সংবাদৰ শিৰোনাম দখল কৰি থাকে। পাকিস্তানলৈ পিতৃ-মাতৃৰ সৈতে ফুৰিবলৈ অহা এগৰাকী ৯ বছৰীয়া অষ্ট্ৰেলিয়ান কন্যাই পাকিস্তান আৰক্ষীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ এক দুখজনক ঘটনা সংঘটিত হৈছে। স্থানীয় পাকিস্তানী সংবাদ মাধ্যমৰ তথ্য অনুসৰি, অষ্ট্ৰেলিয়াৰ পাৰ্থৰ কেৱডেলৰ বাসিন্দা পাকিস্তান মূলৰ পৰিয়ালটোৱে পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ চকৱালত থকা আত্মীয়-স্বজনৰ ঘৰলৈ আহিছিল।

কেনেকৈ সংঘটিত হৈছিল ঘটনাটো

বুধবাৰে নিশা পৰিয়ালটোৱে এখন বাহনেৰে যাত্ৰা কৰি থকা সময়তে মটৰচাইকেল আৰোহী দুই দুৰ্বৃত্তই ডকা*ইতিৰে তেওঁলোকৰ গহনা আৰু ধন লুটি লৈ পলায়ন কৰে। এই সময়তে ঘটনাস্থলীত থকা এজন আৰক্ষী বিষয়াই এই সন্দেহজনক ঘটনাটো লক্ষ্য কৰে। ইতিমধ্যে মটৰচাইকেল আৰোহী দুৰ্বৃত্ত দুজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পাকিস্তানৰ পাঞ্জাব আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি ভুলবশতঃ ভুক্তভোগী পৰিয়ালটোৰ বাহনখনকেই ডকাইতৰ দলৰ বাহন বুলি ভাবি আৰক্ষীয়ে আক্ৰমণ কৰে। পাকিস্তান আৰক্ষীৰ আক্ৰমণত ৯ বছৰীয়া কন্যা শিশুটিৱে ঘটনাস্থলীতে প্ৰা*ণ হেৰুৱায়। এই ঘটনাত কন্যা শিশুটিৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃও গুৰুতৰভাৱে আহত হয়।

আৰক্ষী আৰু পৰিয়ালৰ বক্তব্যত মতভেদ

পাকিস্তানৰ পাঞ্জাব আৰক্ষীয়ে দাবী কৰা অনুসৰি ডকাইতি কৰা দুৰ্বৃত্ত দুজনে প্ৰথমে আৰক্ষীক আক্ৰমণ কৰিছিল যাৰ ফলত আৰক্ষী আৰু ডকাইত দুজনৰ মাজত সংঘৰ্ষ হৈছিল। কিন্তু ভুক্তভোগী কন্যা শিশুটিৰ পিতৃয়ে আৰক্ষীৰ এই দাবী নস্যাৎ কৰি কয় যে প্ৰথমে পাকিস্তান আৰক্ষীয়েই তেওঁলোকৰ ওপৰত নিৰ্বিচাৰভাৱে গু*লীচালনা কৰিছিল।

ঘটনাৰ পিছতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজে। এলবানিজে কয় যে-ঘটনাটোৰ সম্পূৰ্ণ স্বচ্ছ আৰু নিৰপেক্ষ তদন্ত হ’ব লাগিব, যাতে পৰিয়ালটোৱে আৰু জনসাধাৰণে প্ৰকৃত সত্য জানিব পাৰে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰালয়ে ঘটনাটোৰ সত্যতা নিশ্চিত কৰি জানিবলৈ দিয়ে যে নি*হত কন্যা শিশুটিৰ পৰিয়াল আৰু দুৰ্ঘটনাত আহত অষ্ট্ৰেলিয়ান নাগৰিক দুজনক সকলোধৰণৰ চিকিৎসাৰ সহায় আগবঢ়োৱা হৈছে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰালয়ে শোকসন্তপ্ত পৰিয়ালটোৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰিছে।

ঘটনাত জড়িত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ, তদন্ত আৰম্ভ

এই ঘটনাৰ পাছতে অভিযুক্ত আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ঘটনাটোৰ তদন্তৰ বাবে এটা যৌথ তদন্তকাৰী দল গঠন কৰা হৈছে। আনহাতে তদন্তকাৰী দলটোৱে জনোৱা মতে, লুটপাটৰ ঘটনাত জড়িত দুই দুৰ্বৃত্তও ইতিমধ্যে আৰক্ষীৰ এন*কাউণ্টাৰত নি*হত হৈছে। এই ঘটনাৰ পিছতে পাকিস্তান আৰক্ষীৰ কৰ্মপদ্ধতি, অপৰাধ দমনত বলপ্ৰয়োগৰ নীতি আৰু সাধাৰণ নাগৰিকৰ মৃ*ত্যুৰ ক্ষেত্ৰত তদন্তৰ গাফিলতিৰ বাবে নতুনকৈ বিতৰ্কৰ মাজত সোমাই পৰিছে পাক আৰক্ষী। মানৱ অধিকাৰ সংগঠনসমূহেও দীৰ্ঘদিন ধৰি পাকিস্তান আৰক্ষীৰ জিম্মাত অপৰাধী নিৰ্যাতন আৰু ভুৱা এন*কাউণ্টাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি আহিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CRIME
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা
অসম

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

August 22, 2026
Next Post
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.