• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিয়ে অন্তিম দিন, ভাৰত এৰিব লাগিব সকলো পাকিস্তানীয়ে, অন্যথা কঠোৰ এক্সন

আজিয়ে অন্তিম দিন, ভাৰত এৰিব লাগিব সকলো পাকিস্তানীয়ে, অন্যথা কঠোৰ এক্সন

1 year ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

1 hour ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

1 hour ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

2 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

2 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

3 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

4 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

4 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

12 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

15 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

15 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

16 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজিয়ে অন্তিম দিন, ভাৰত এৰিব লাগিব সকলো পাকিস্তানীয়ে, অন্যথা কঠোৰ এক্সন

editor by editor
April 27, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আজিয়ে অন্তিম দিন, ভাৰত এৰিব লাগিব সকলো পাকিস্তানীয়ে, অন্যথা কঠোৰ এক্সন
0
SHARES
657
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিয়ে অন্তিম দিন, ভাৰত এৰিব লাগিব সকলো পাকিস্তানীয়ে, অন্যথা কঠোৰ এক্সন

আজি ২৭ এপ্ৰিল তাৰিখ ভাৰতত থকা পাকিস্তানী সকলৰ বাবে অন্তিমটো দিন। আজিৰ ভিতৰতে ভাৰতভূমি ত্যাগ কৰিব লাগিব সকলো পাকিস্তানীয়ে। আজি উকলিব ভাৰতৰ ভিছাৰ ম্যাদ। আজি ভাৰত ত্যাগ নকৰিলে প্ৰশাসনৰ ফালৰ পৰা লোৱা হব কঠোৰ এক্সন।

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ভাৰতে সিন্ধু জল সন্ধিৰ পৰা আঁতৰি যোৱাৰ লগতে পাকিস্তানী নাগৰিকৰ ভিছাও বাতিল কৰিছে। এনে পৰিস্থিতিত আজি ভাৰতলৈ অহা পাকিস্তানী নাগৰিকে দেশ এৰি যোৱাৰ অন্তিম দিন।

দৰাচলতে চিচিএছৰ বৈঠকৰ পাছত ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিল যে ২৭ এপ্ৰিলৰ পৰা পাকিস্তানী নাগৰিকক প্ৰদান কৰা হ্ৰস্বম্যাদী ভিছা বাতিল বুলি গণ্য কৰা হ’ব। এই সময়সীমাৰ কথা মনত ৰাখি ৰাজ্য চৰকাৰসমূহে নিজৰ অঞ্চলত উপস্থিত পাকিস্তানীক বিচাৰি উলিয়াই ঘূৰাই পঠিয়াইছে।

ঠিক তেনেদৰে ভাৰতৰ কঠোৰ স্থিতিৰ পিছত এতিয়া পাকিস্তানত থকা ভাৰতীয়সকলো পাকিস্তানৰ পৰা ঘৰলৈ উভতি আহিছে। বিগত তিনিদিনত আটৰী-ৱাগাহ সীমান্তৰে নিজৰ দেশলৈ উভতি আহিছে ৪৫০ জনতকৈ অধিক ভাৰতীয়। পাকিস্তানত চলি থকা পি এছ এলত এটা সম্প্ৰচাৰ কোম্পানীত কৰ্মৰত প্ৰায় ২৩ জন ভাৰতীয়ও শনিবাৰে উভতি আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক
বাণিজ্য

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
Next Post
সীমান্তত উত্তেজনাৰ মাজতে ভাৰতীয় নৌসেনাৰ শক্তি প্ৰদৰ্শন, পুনৰ মিছাইল…

সীমান্তত উত্তেজনাৰ মাজতে ভাৰতীয় নৌসেনাৰ শক্তি প্ৰদৰ্শন, পুনৰ মিছাইল...

ভয়ংকৰ বিস্ফোৰণ, ২৫ লৈ বৃদ্ধি নিহতৰ সংখ্যা, ৭০০ৰো অধিক আহত

ভয়ংকৰ বিস্ফোৰণ, ২৫ লৈ বৃদ্ধি নিহতৰ সংখ্যা, ৭০০ৰো অধিক আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.