• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভুৱনেশ্বৰ কুমাৰৰ আচৰিত অভিলেখ ভংগ পাকিস্তানী খেলুৱৈৰ, ক্ৰিকেট জগতত চাঞ্চল্য

ভুৱনেশ্বৰ কুমাৰৰ আচৰিত অভিলেখ ভংগ পাকিস্তানী খেলুৱৈৰ, ক্ৰিকেট জগতত চাঞ্চল্য

2 years ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

1 hour ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

2 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

13 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

13 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

13 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

14 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

14 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

14 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

17 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

18 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

19 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভুৱনেশ্বৰ কুমাৰৰ আচৰিত অভিলেখ ভংগ পাকিস্তানী খেলুৱৈৰ, ক্ৰিকেট জগতত চাঞ্চল্য

editor by editor
December 4, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ভুৱনেশ্বৰ কুমাৰৰ আচৰিত অভিলেখ ভংগ পাকিস্তানী খেলুৱৈৰ, ক্ৰিকেট জগতত চাঞ্চল্য
0
SHARES
268
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভুৱনেশ্বৰ কুমাৰৰ আচৰিত অভিলেখ ভংগ পাকিস্তানী খেলুৱৈৰ, ক্ৰিকেট জগতত চাঞ্চল্য

জিম্বাবুৱেৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত পাকিস্তানে অতিকে সুন্দৰ বলিং কৰি মাথো ৫৭ ৰানতে ১০ উইকেট দখল কৰি জয়লাভ কৰে। পাকিস্তানৰ যুৱ বলাৰ চুফিয়ান মুকিমে বলিং কৰি ২.৪ অভাৰত মাথো ৩ ৰান দি ৫ উইকেট দখল কৰে। পাকিস্তানৰ হৈ চুফিয়ানৰ বাহিৰেও আব্বাছ আফ্ৰিদীয়ে ২টা উইকেট দখল কৰে।

এইদৰে চুফিয়ামে মাথো ৩ ৰান দি ৫ টা উইকেট দখক কৰাত এতিয়া ক্ৰিকেট জগতত তোলপাৰ লাগিছে। কিয়নো এই আচৰিত অভিলেখ কৰাটো ইমান সহজ নহয়। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ভাৰতীয় বলাৰ ভূৱেনেশ্বৰ নামত।

এতিয়া ভাৰতৰ ভুৱনেশ্বৰ কুমাৰৰ এই আচৰিত অভিলেখ ভংগ কৰিলে পাকিস্তানী বলাৰ ছুফিয়ান মুকীমে। ভুনেশ্বৰে ইয়াৰ পূৰ্বে ৪ অভাৰত মাথো ৪ ৰান খৰচ কৰি ৫ টা উইকেট দখল কৰিছিল। ২০২২ চনত আফগানিস্তানৰ বিৰুদ্ধে টি -২০ খেলত এই অভিলেখ গঢ়িছিল ভুৱনেশ্বৰে। এতিয়া সেই অভিলেখ ভংগ।

পাকিস্তানৰ ছুফিয়ামে ২.৪ অভাৰৰ উজ্জ্বল স্পেলত মাত্ৰ ৩ ৰান দি ৫ উইকেট দখল কৰে। যিটো টি-২০ ক্ৰিকেটত পাকিস্তানৰ বাবে এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শন। ২০০৯ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ প্ৰাক্তন বেগী বলাৰ উমৰ গুলে ৬ ৰান দি ৫ উইকেট দখল কৰা অভিলেখো অতিক্ৰম কৰে।

এইদৰে ক্ৰিকেটত সৰ্বনিম্ন ৰান দি ৫ উইকেট দখলকাৰীৰ তালিকাত ক্ৰমে-
শ্ৰীলংকাৰ ৰঙানা হেৰাথ – ২০১৪ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩ ৰান দি ৫ উইকেট
আফগানিস্তানৰ ৰছিদ খান – ২০১৭ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৩ ৰান দি ৫ উইকেট
পাকিস্তানৰ চুফিয়ামৰ- ২০২৪ জিম্বাবুৱেৰ বিৰুদ্ধে৩ ৰান দি ৫ উইকেট
ভুৱনেশ্বৰ কুমাৰ ২০২২ আফগানিস্তানৰ বিৰুদ্ধে ৪ ৰান দি ৫ উইকেট

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bhubneswar Kumacricketrworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!
প্ৰযুক্তি

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

September 10, 2026
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?
জীৱনশৈলী

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

September 10, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
Next Post
৫ বছৰৰ পাছত বলীউডলৈ উভতিব দেশীগাৰ্ল প্ৰিয়ংকা, নিজেই কৰিলে সদৰি- ২০২৫ ত দেখা পাব

৫ বছৰৰ পাছত বলীউডলৈ উভতিব দেশীগাৰ্ল প্ৰিয়ংকা, নিজেই কৰিলে সদৰি- ২০২৫ ত দেখা পাব

হায়ৰে, ৰক্ষা নাপালে ৭ মহীয়া কেঁচুৱা… সমগ্ৰ চহৰৰ চিচিটিভি ফুটেজ পৰীক্ষা আৰক্ষীৰ

হায়ৰে, ৰক্ষা নাপালে ৭ মহীয়া কেঁচুৱা... সমগ্ৰ চহৰৰ চিচিটিভি ফুটেজ পৰীক্ষা আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.