• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ বছৰৰ পাছত বলীউডলৈ উভতিব দেশীগাৰ্ল প্ৰিয়ংকা, নিজেই কৰিলে সদৰি- ২০২৫ ত দেখা পাব

৫ বছৰৰ পাছত বলীউডলৈ উভতিব দেশীগাৰ্ল প্ৰিয়ংকা, নিজেই কৰিলে সদৰি- ২০২৫ ত দেখা পাব

2 years ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

4 minutes ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

38 minutes ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

1 hour ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

3 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

4 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

4 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

4 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

5 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

6 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

6 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

7 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৫ বছৰৰ পাছত বলীউডলৈ উভতিব দেশীগাৰ্ল প্ৰিয়ংকা, নিজেই কৰিলে সদৰি- ২০২৫ ত দেখা পাব

editor by editor
December 4, 2024
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব
0
৫ বছৰৰ পাছত বলীউডলৈ উভতিব দেশীগাৰ্ল প্ৰিয়ংকা, নিজেই কৰিলে সদৰি- ২০২৫ ত দেখা পাব
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ বছৰৰ পাছত বলীউডলৈ উভতিব দেশীগাৰ্ল প্ৰিয়ংকা, নিজেই কৰিলে সদৰি- ২০২৫ ত দেখা পাব

বিগত ৫ বছৰ ধৰি বলীউডৰ পৰা আঁতৰি আছে দেশীগাৰ্ল প্ৰিয়ংকা চোপ্ৰা। অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে ২০১৯ চনত ‘স্কাই ইজ পিংক’ ছবিত দেখা গৈছিল। ইয়াৰ পিছত হলিউডলৈ গৈ হিন্দী ছবিৰ পৰা নিজকে সম্পূৰ্ণৰূপে আঁতৰাই ৰাখিছিল।

পাছে এতিয়া শেহতীয়া সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰিয়ংকা চোপ্ৰা এতিয়া ৫ বছৰৰ পাছত বলীউডত কামবেকৰ বাবে সাজু হৈছে। বিশ্বব্যাপী খ্যাতিলাভ কৰা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘জী লে জাৰা’ৰ বিষয়েও এই ক্ষেত্ৰত ইংগিত দিছে।

এক সংবাদ মাধ্যমৰ সৈতে কথা পাতি থাকোঁতে প্ৰিয়ংকা চোপ্ৰাই নিজৰ কামবেকৰ কথা কয়। অভিনেত্ৰীগৰাকীয়ে কয় যে ২০২৫ চনত বলীউডত পুনৰ উভতি অহাৰ কথা ঘোষণা কৰিবলৈ ওলাইছে।

দেশীগাৰ্লে লগতে ইয়াকো কয় যে, ‘মই ধেমালি কৰা নাই। বহু চলচ্চিত্ৰ নিৰ্মাতাক লগ পাওঁ আৰু চিত্ৰনাট্য পঢ়ো। এতিয়া তাৰেই মাজৰ হিন্দী ছবিৰ এখন চিত্ৰনাট্য পঢ়ি কাম কৰিব বিচাৰিছো। মই বৰ ব্যস্ত, কিন্তু ২০২৫ত অনুৰাগীৰ বাবে মোৰ এটা ছাৰপ্ৰাইজ আছে।

আলিয়া ভট্ট আৰু কেটৰিনা কাইফৰ সৈতে ‘জী লে জাৰা’ ছবিখনৰ আপডেট সন্দৰ্ভত সোধাত ‘দেশী গাৰ্ল’গৰাকীয়ে কয় যে তেওঁ এই সন্দৰ্ভত ফাৰহান আখতাৰৰ সৈতে কথা পাতিব লাগিব। উল্লেখ্য যে, ২০২১ চনত আলিয়া ভাট, কেটৰিনা কাইফ আৰু প্ৰিয়ংকা চোপ্ৰা অভিনীত ছবি ‘জী লে জাৰা’ৰ ঘোষণা হৈছিল। কিন্তু অজ্ঞাত কাৰণত এই ছবিখন পিছুৱাই দিয়া হৈছিল আৰু এতিয়ালৈকে ইয়াৰ সন্দৰ্ভত কোনো আপডেট হোৱা নাই।

এতিয়া প্ৰিয়ংকা চোপ্ৰাৰ ছবি ‘স্কাই ইজ পিংক’ৰ কথা ক’বলৈ গ’লে অভিনেত্ৰীগৰাকীৰ এই ছবিখন ২০১৯ চনত ফাৰহান আখতাৰৰ সৈতে মুক্তি পাইছিল। এই ছবিখনে সমালোচকসকলে অতিশয় শলাগ লৈছিল। তেতিয়াৰ পৰাই প্ৰিয়ংকাই হলিউডৰ ছবিত সক্ৰিয় হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodDeshi GirlIndian MoviePriyankapriyanka chopra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা
ভাৰত

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

October 14, 2026
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

October 14, 2026
Next Post
হায়ৰে, ৰক্ষা নাপালে ৭ মহীয়া কেঁচুৱা… সমগ্ৰ চহৰৰ চিচিটিভি ফুটেজ পৰীক্ষা আৰক্ষীৰ

হায়ৰে, ৰক্ষা নাপালে ৭ মহীয়া কেঁচুৱা... সমগ্ৰ চহৰৰ চিচিটিভি ফুটেজ পৰীক্ষা আৰক্ষীৰ

ছলমানৰ বৃহৎ নিৰাপত্তাৰ বেহু ফালি শ্বুটিং ছাইটত প্ৰৱেশ যুৱকৰ, ভয়ংকৰ ভাবুকি

ছলমানৰ বৃহৎ নিৰাপত্তাৰ বেহু ফালি শ্বুটিং ছাইটত প্ৰৱেশ যুৱকৰ, ভয়ংকৰ ভাবুকি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.