• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হায়ৰে, ৰক্ষা নাপালে ৭ মহীয়া কেঁচুৱা… সমগ্ৰ চহৰৰ চিচিটিভি ফুটেজ পৰীক্ষা আৰক্ষীৰ

হায়ৰে, ৰক্ষা নাপালে ৭ মহীয়া কেঁচুৱা… সমগ্ৰ চহৰৰ চিচিটিভি ফুটেজ পৰীক্ষা আৰক্ষীৰ

2 years ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

17 minutes ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

58 minutes ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

2 hours ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

2 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

4 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

5 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

5 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

5 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

6 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

6 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

7 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হায়ৰে, ৰক্ষা নাপালে ৭ মহীয়া কেঁচুৱা… সমগ্ৰ চহৰৰ চিচিটিভি ফুটেজ পৰীক্ষা আৰক্ষীৰ

editor by editor
December 4, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
হায়ৰে, ৰক্ষা নাপালে ৭ মহীয়া কেঁচুৱা… সমগ্ৰ চহৰৰ চিচিটিভি ফুটেজ পৰীক্ষা আৰক্ষীৰ
0
SHARES
704
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হায়ৰে, ৰক্ষা নাপালে ৭ মহীয়া কেঁচুৱা… সমগ্ৰ চহৰৰ চিচিটিভি ফুটেজ পৰীক্ষা আৰক্ষীৰ

শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ। কলকাতাৰ ৰাজপথত এই লজ্জাজনক ঘটনা। জানিব পৰা মতে, এই নিৰ্লজ্জ ঘটনাত এই পৰ্যন্ত দুজন লোকক আটক কৰা হৈছে।

বুধবাৰে বিয়লি বাৰাতলা থানা এলেকাৰ পৰা আৰক্ষীয়ে ভুক্তভোগী শিশুটিক উদ্ধাৰ কৰে। শিশুটিক পথৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ বাবে আৰ জি কাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি শিশুটি বৰ্তমানে সংকটমুক্ত।

খবৰ অনুসৰি বিয়লি প্ৰায় ২:৩০ মান বজাত স্থানীয় এজন বাসিন্দাই শিশুটিক ফুটপাথৰ কাষত পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে বাৰাতলা থানাৰ আৰক্ষীক শিশুটি সন্দৰ্ভত খবৰ কৰে।

আনহাতে শিশুটিৰ পিতৃ-মাতৃয়েও শিশুটিৰ সন্ধানহীন হোৱা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপে। শিশুটি পোৱাৰ পিছতে আৰক্ষীয়ে দম্পতীহালকো খবৰ কৰে। দম্পতীহালে আহি শিশুটিক নিজৰেই সন্দানহীন হোৱা সন্তান বুলি চিনাক্ত কৰে।

শিশুটিৰ দেহত একাধিক আঘাতৰ চিন পোৱা গৈছে। শিশুটিক শাৰীৰিক নিৰ্যাতন চলোৱাৰ সন্দেহ আৰক্ষীৰ। চিকিৎসালয়ত প্ৰাথমিক পৰীক্ষাটো শাৰীৰিক নিৰ্যাতনৰ প্ৰমাণ পোৱা গৈছে। বৰ্তমানে শিশুটি চিকিৎসাধীন।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন, শিশু সুৰক্ষা আইন (POCSO)ৰ ১৩৭(২), ৬৫(২)ৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। লগতে অভিযুক্তক চিনাক্ত কৰিবলৈ সমগ্ৰ অঞ্চলটোৰেই চিচিটিভি ফুটেজ তন্ন তন্নকৈ পৰীক্ষা কৰিছে। এই পৰ্যন্ত দুজন সন্দেহযুক্ত লোকক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Child Molest CaseChild Rape casekolkataPOSCOPOSCO Act
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা
অসম

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

October 14, 2026
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা
ভাৰত

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

October 14, 2026
Next Post
ছলমানৰ বৃহৎ নিৰাপত্তাৰ বেহু ফালি শ্বুটিং ছাইটত প্ৰৱেশ যুৱকৰ, ভয়ংকৰ ভাবুকি

ছলমানৰ বৃহৎ নিৰাপত্তাৰ বেহু ফালি শ্বুটিং ছাইটত প্ৰৱেশ যুৱকৰ, ভয়ংকৰ ভাবুকি

পূষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়তে অঘটন, পদপৃষ্ট হৈ মহিলাই হেৰুৱালে প্ৰাণ, পুত্ৰ সংকটজনক

পূষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়তে অঘটন, পদপৃষ্ট হৈ মহিলাই হেৰুৱালে প্ৰাণ, পুত্ৰ সংকটজনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.