• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমানৰ বৃহৎ নিৰাপত্তাৰ বেহু ফালি শ্বুটিং ছাইটত প্ৰৱেশ যুৱকৰ, ভয়ংকৰ ভাবুকি

ছলমানৰ বৃহৎ নিৰাপত্তাৰ বেহু ফালি শ্বুটিং ছাইটত প্ৰৱেশ যুৱকৰ, ভয়ংকৰ ভাবুকি

2 years ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

2 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

2 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

3 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

4 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

4 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

5 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

5 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

6 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

7 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

8 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছলমানৰ বৃহৎ নিৰাপত্তাৰ বেহু ফালি শ্বুটিং ছাইটত প্ৰৱেশ যুৱকৰ, ভয়ংকৰ ভাবুকি

editor by editor
December 5, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ছলমানৰ বৃহৎ নিৰাপত্তাৰ বেহু ফালি শ্বুটিং ছাইটত প্ৰৱেশ যুৱকৰ, ভয়ংকৰ ভাবুকি
0
SHARES
422
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছলমানৰ বৃহৎ নিৰাপত্তাৰ বেহু ফালি শ্বুটিং ছাইটত প্ৰৱেশ যুৱকৰ, ভয়ংকৰ ভাবুকি

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ শ্বুটিং চেটত এজন অচিনাকি ব্যক্তিয়ে প্ৰৱেশ কৰাৰ অভিযোগ। সোধা-পোছাত লোকজনে গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ নাম লৈ ভাবুকি দিবলৈ চেষ্টা কৰে। খবৰ অনুসৰি এই ঘটনা সন্দৰ্ভত এজন বিষয়াই তথ্য দিছে। ততাতৈয়াকৈ সন্দেহজনক লোকজনক আটক কৰি শিৱাজী পাৰ্ক থানালৈ লৈ যোৱা হয় সোধা-পোছাৰ বাবে।

সম্প্ৰতি এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বুধবাৰে নিশা মুম্বাইৰ ৫ নং জ’নত বলীউড অভিনেতা ছলমান খানৰ শ্বুটিং স্থানত প্ৰৱেশ কৰে সন্দেহজনক ব্যক্তি। দাদাৰ অঞ্চলত সংঘটিত এই ঘটনাৰ পিছত কৰ্তৃপক্ষই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। লোকজনক জিম্মাত লৈ সম্প্ৰতি শিৱাজী পাৰ্ক থানাত জেৰা অব্যাহত ৰাখিছে।

ঘটনা সন্দৰ্ভত এতিয়াও অধিক তথ্য পোহৰলৈ অহা নাই। যোৱা কেইমাহমানৰ পৰা ছলমান খানে বিষ্ণই গেঙৰ পৰা ধাৰাবাহিকভাৱে ভাবুকি লাভ কৰি আহিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহত ছলমান খানৰ বান্দ্ৰা বাসগৃহত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছত মুম্বাই আৰক্ষীয়ে তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰিছে।

লৰেন্স বিষ্ণয়ৰ সৈতে হোৱা কাজিয়াৰ উপৰিও লৰেন্স বিষ্ণয়ৰ নামত ছলমান খানক ভাবুকি দিয়াৰ ঘটনাও পোহৰলৈ আহিছে। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত দুজন বন্দুকধাৰীয়েও অভিনেতাগৰাকীৰ বান্দ্ৰা ঘৰৰ সমীপত পাঁচটা গুলীচালনা কৰিছিল।

চলিত বৰ্ষৰ এপ্ৰিল মাহত ছলমান খানৰ ঘৰৰ বাহিৰত দুজন মটৰ চাইকেল আৰোহীয়ে গুলীচালনা কৰিছিল। পলায়নৰ পূৰ্বে অভিনেতাগৰাকীৰ বাসস্থান মুম্বাইৰ বান্দ্ৰা ৱেষ্টৰ গেলেক্সি এপাৰ্টমেণ্টৰ বাহিৰত চাৰি জাঁই গুলীও কৰিছিল। পিছত ঘৰৰ বাহিৰত সংঘটিত হোৱা সেই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছিল গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ভাতৃ আনমোল বিষ্ণোয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actorLorence BishnoiSalman Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

October 14, 2026
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প
বাণিজ্য

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Next Post
পূষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়তে অঘটন, পদপৃষ্ট হৈ মহিলাই হেৰুৱালে প্ৰাণ, পুত্ৰ সংকটজনক

পূষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়তে অঘটন, পদপৃষ্ট হৈ মহিলাই হেৰুৱালে প্ৰাণ, পুত্ৰ সংকটজনক

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতীয় দলৰ হৈ কোনে কৰিব অপেনিং, ৰোহিত শৰ্মাই কৰিলে সদৰি

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতীয় দলৰ হৈ কোনে কৰিব অপেনিং, ৰোহিত শৰ্মাই কৰিলে সদৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.