• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা,  বিনাপ্ৰতিদ্বন্দিতাৰে  ZPC ৩৭, AP ৩১১ প্ৰাৰ্থীৰ বিজয়

পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা,  বিনাপ্ৰতিদ্বন্দিতাৰে  ZPC ৩৭, AP ৩১১ প্ৰাৰ্থীৰ বিজয়

1 year ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

20 minutes ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

1 hour ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

10 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

10 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

11 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

11 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

12 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

13 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

14 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

15 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

15 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা,  বিনাপ্ৰতিদ্বন্দিতাৰে  ZPC ৩৭, AP ৩১১ প্ৰাৰ্থীৰ বিজয়

editor by editor
May 11, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা,  বিনাপ্ৰতিদ্বন্দিতাৰে  ZPC ৩৭, AP ৩১১ প্ৰাৰ্থীৰ বিজয়
0
SHARES
344
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা,  বিনাপ্ৰতিদ্বন্দিতাৰে  ZPC ৩৭, AP ৩১১ প্ৰাৰ্থীৰ বিজয়

আজি ১১ মে’, দেওবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা কাৰ্য, আজি ঘোষণা হব ফলাফল। ৰাজ্যৰ মুঠ ২৭ খন জিলাৰ ৩৯ টা স্থানত আজি ভোটগণনা চলি আছে। যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত প্ৰথম পৰ্যায়ত ১৪ খন আৰু দ্বিতীয় পৰ্যায়ত ১৩ খন জিলাত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ পক্ৰিয়া।

সেই ভোটগ্ৰহণৰেই আজি ভোট গণনা প্ৰক্ৰিয়া। মুঠ ৩৯৭ খন জিলা পৰিষদ ((ZPC)) আৰু আঞ্চলিক পঞ্চায়ত (AP)ৰ ২,১৯২ আসনৰ ভাগ্য পৰীক্ষা। অৱশ্যে ভোটগণনাৰ পূৰ্বেই জিলা পৰিষদৰ ৩৭ গৰাকী আৰু আঞ্চলিক পঞ্চায়তৰ ৩১১ খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়।

বৰ্তমানলৈ হোৱা ভোটগণনা অনুসৰি এই পৰ্যন্ত জিলা পৰিষদত বিজেপি প্ৰাৰ্থী ১০৯ গৰাকীয়ে জয় হৈছে। কংগ্ৰেছৰ ১৩ গৰাকী আৰু এ আই ইউ ডি এফৰ ২গৰাকী প্ৰাৰ্থী জয় হৈছে। ভোটগণনা প্ৰক্ৰিয়া বৰ্তমানেও অব্যহত আছে।

আনহাতে আঞ্চলিক পঞ্চায়ত বিজেপি ২৩৬ আৰু কংগ্ৰেছে মাত্ৰ ১ খন আসনত জয়ী হৈছে। তাৰ বাহিৰে অন্য দলৰ প্ৰাৰ্থী এতিয়ালৈতে জয়ী হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: panchayatPanchayat ElectionVotingVoting Counting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026 - Updated on June 29, 2026
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
Next Post
১৫ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পূৱত প্ৰৱল বৰষুণৰ সম্ভাৱনা

১৫ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পূৱত প্ৰৱল বৰষুণৰ সম্ভাৱনা

টেষ্ট- টি-২০ত অৱসৰৰ পাছত এতিয়া কেতিয়া খেলপথাৰত দেখা পাব ৰোহিত শৰ্মাক

টেষ্ট- টি-২০ত অৱসৰৰ পাছত এতিয়া কেতিয়া খেলপথাৰত দেখা পাব ৰোহিত শৰ্মাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.