• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পূৱত প্ৰৱল বৰষুণৰ সম্ভাৱনা

১৫ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পূৱত প্ৰৱল বৰষুণৰ সম্ভাৱনা

1 year ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

14 minutes ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

1 hour ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

2 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

3 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

3 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

4 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

5 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

6 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

6 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

7 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

8 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

১৫ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পূৱত প্ৰৱল বৰষুণৰ সম্ভাৱনা

editor by editor
May 11, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
১৫ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পূৱত প্ৰৱল বৰষুণৰ সম্ভাৱনা
0
SHARES
184
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৫ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পূৱত প্ৰৱল বৰষুণৰ সম্ভাৱনা

কালি ১০ মে’ তাৰিখৰ সন্ধিয়া অহা প্ৰৱল বতাহ -বৰষুণত বিধ্বস্ত হৈ পৰে ৰাজ্যৰ বহু প্ৰান্ত। গুৱাহাটী মহানগৰীৰ বহু অঞ্চলত বিস্তৰ ক্ষতি হৈছে কালিৰ ধুমুহা-বৰষুণ জাকত। তেনেদৰে ৰাজ্যৰ অন্য প্ৰান্ততো ক্ষতি কৰে কালিৰ ধুমুহাই।

আজি ১১ মে’ তাৰিখেও পুৱাৰ ভাগতো বৰষুণ আহে ৰাজ্যত। অৱশ্যে বৰ্তমানে বতৰ কিছু ফৰকাল। যদিও বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সদৰি কৰা অনুসৰি আজি ১১ মে’ দেওবাৰৰ পৰা ১৫ মে’ বৃহস্পতিবাৰলৈ ৰাজ্যত বৰষুণ আহিব।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, আগন্তুক পাঁচ দিনত উত্তৰ-পূবৰ ৰাজ্য অসমকে ধৰি অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা আছে।

বিশেষকৈ ১১ মে’ৰ পৰা ১৫ মে’ৰ ভিতৰত অসম আৰু মেঘালয়ত ১১৫ মিলিমিটাৰ বা তাতকৈ অধিক বৰষুণ হ’ব পাৰে, যাৰ ফলত বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamIMD Reportnorth-eastweather
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ
অসম

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

October 30, 2026
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!
অসম

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

October 30, 2026
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!
অসম

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

October 30, 2026
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল
অসম

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

October 30, 2026
Next Post
টেষ্ট- টি-২০ত অৱসৰৰ পাছত এতিয়া কেতিয়া খেলপথাৰত দেখা পাব ৰোহিত শৰ্মাক

টেষ্ট- টি-২০ত অৱসৰৰ পাছত এতিয়া কেতিয়া খেলপথাৰত দেখা পাব ৰোহিত শৰ্মাক

১৯৭১ ভাৰত-পাক যুঁজৰ ৩০০ সাহসী মহিলা, পাকৰ আক্ৰমণলৈ ভয় নকৰি ৭২ ঘণ্টাত নিৰ্মাণ কৰিছিল ৰানৱে

১৯৭১ ভাৰত-পাক যুঁজৰ ৩০০ সাহসী মহিলা, পাকৰ আক্ৰমণলৈ ভয় নকৰি ৭২ ঘণ্টাত নিৰ্মাণ কৰিছিল ৰানৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.