• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টেষ্ট- টি-২০ত অৱসৰৰ পাছত এতিয়া কেতিয়া খেলপথাৰত দেখা পাব ৰোহিত শৰ্মাক

টেষ্ট- টি-২০ত অৱসৰৰ পাছত এতিয়া কেতিয়া খেলপথাৰত দেখা পাব ৰোহিত শৰ্মাক

1 year ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

8 hours ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

8 hours ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

9 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

10 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

10 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

11 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

12 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

12 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

13 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

14 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

14 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

টেষ্ট- টি-২০ত অৱসৰৰ পাছত এতিয়া কেতিয়া খেলপথাৰত দেখা পাব ৰোহিত শৰ্মাক

editor by editor
May 11, 2025
in ক্ৰীড়া, বিশ্ব
0
টেষ্ট- টি-২০ত অৱসৰৰ পাছত এতিয়া কেতিয়া খেলপথাৰত দেখা পাব ৰোহিত শৰ্মাক
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেষ্ট- টি-২০ত অৱসৰৰ পাছত এতিয়া কেতিয়া খেলপথাৰত দেখা পাব ৰোহিত শৰ্মাক

টেষ্ট ফৰ্মেট আৰু টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত এতিয়া অনুৰাগীৰ আশা পৰৱৰ্তী সময়ত কেতিয়া খেলপথাৰত দেখিবলৈ পাব প্ৰিয় খেলুৱৈগৰাকীক।

সদ্যহতে টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰা ৰোহিতে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পাছত টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰাও অৱসৰ লৈছিল। এতিয়া ৰোহিত শৰ্মাক কেৱল এদিনীয়া ক্ৰিকেট খেলা দেখা যাব।

ৰোহিতৰ অৱসৰৰ পাছত ৰোহিতবিহীন ভাৰতীয় দলে জুন মাহত টেষ্ট খেলিবলৈ ইংলেণ্ডলৈ যাব, তাত ভাৰত আৰু ইংলেণ্ডৰ মাজত পাঁচখনীয়া টেষ্ট শৃংখলা অনুষ্ঠিত হব। জুন মাহৰ পৰা আৰম্ভ হ’ব এই টেষ্ট খেলখন আগষ্ট মাহলৈকে চলিব।

অৱশ্যে ইয়াৰ বাবে দলটো এতিয়াও ঘোষণা কৰা নাই বিচিচিআইয়ে। কিন্তু টেষ্টৰ পৰা অৱসৰ লোৱাৰ বাবে ৰোহিত শৰ্মা দলত নাথাকিব, ৰোহিতৰ ঠাইত অন্য খেলুৱৈয়ে দলৰ অধিনায়কত্ব কৰিব।

আগষ্ট মাহত ভাৰত আৰু বাংলাদেশে এদিনীয়া শৃংখলা খেলিব। ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হব লগা এদিনীয়া শৃংখলাখন তিনিখনীয়া। ইয়াৰ প্ৰথমখন মেচ হ’ব ১৭ আগষ্টত।

অৰ্থাৎ এই দিনটো হ’ব ৰোহিত শৰ্মাক পুনৰ টিম ইণ্ডিয়াৰ জাৰ্চিত খেলাৰ , কাৰণ ৰোহিতে কেৱল এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱা নাই। সেয়ে হিটমেন ৰোহিতৰ অনুৰাগী সকলে এতিয়া ১৭ আগষ্টলৈ ৰখিব লাগিব প্ৰিয় খেলুৱৈগৰাকীৰ খেল চাবলৈ।

এই ছিৰিজৰ দ্বিতীয়খন মেচ ২০ আগষ্টত আৰু তৃতীয়খন মেচ ২৩ আগষ্টত অনুষ্ঠিত হ’ব। যদি সকলো ঠিকে থাকে তেন্তে এই তিনিখন মেচত দেখা যাব ৰোহিত শৰ্মাক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndian Cricketindian teamOne Day Internationalrohit sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?
বিশ্ব

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

July 22, 2026
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ
বিনোদন

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

July 22, 2026
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ
বিনোদন

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

July 22, 2026
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’
বিবিধ

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

July 22, 2026
Next Post
১৯৭১ ভাৰত-পাক যুঁজৰ ৩০০ সাহসী মহিলা, পাকৰ আক্ৰমণলৈ ভয় নকৰি ৭২ ঘণ্টাত নিৰ্মাণ কৰিছিল ৰানৱে

১৯৭১ ভাৰত-পাক যুঁজৰ ৩০০ সাহসী মহিলা, পাকৰ আক্ৰমণলৈ ভয় নকৰি ৭২ ঘণ্টাত নিৰ্মাণ কৰিছিল ৰানৱে

পাক নিষিদ্ধ সংগঠনে ধৰি নিছিল এইগৰাকী অভিনেত্ৰীৰ পিতৃক, ৭ দিনলৈ নাছিল কোনো খবৰ

পাক নিষিদ্ধ সংগঠনে ধৰি নিছিল এইগৰাকী অভিনেত্ৰীৰ পিতৃক, ৭ দিনলৈ নাছিল কোনো খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.