• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মকৰ সংক্ৰান্তিয় পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৪ৰাশিৰ বেংক বেলেন্স বাঢ়িব চাৰিগুণ

মকৰ সংক্ৰান্তিয় পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৪ৰাশিৰ বেংক বেলেন্স বাঢ়িব চাৰিগুণ

8 months ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

1 hour ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

2 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

3 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

3 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

16 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

17 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

17 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

18 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

18 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

18 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

19 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মকৰ সংক্ৰান্তিয় পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৪ৰাশিৰ বেংক বেলেন্স বাঢ়িব চাৰিগুণ

মকৰ সংক্ৰান্তিয় পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৪ৰাশিৰ বেংক বেলেন্স বাঢ়িব চাৰিগুণ

editor by editor
January 10, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মকৰ সংক্ৰান্তিয় পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৪ৰাশিৰ বেংক বেলেন্স বাঢ়িব চাৰিগুণ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৪ মাৰ্চ মকৰ সংক্ৰান্তি উদযাপন হ’ব৷ গ্ৰহৰ ৰজা সূৰ্যই যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া মকৰ সংক্ৰান্তিৰ পৰ্ব পালন কৰা হয়৷ এই বছৰ মকৰ সংক্ৰান্তিৰ পাছত মকৰ ৰাশিত সূৰ্যৰ ওপৰিও আৰু চাৰিটা গ্ৰহই এন্ট্ৰী ল’ব এই ৰাশিত৷ ফলত তৈয়াৰ হ’ব পঞ্চগ্ৰহী যোগ৷ ১৯ জানুৱাৰীত সূৰ্য, মঙ্গল, বুধ, শুক্ৰ আৰু চন্দ্ৰই মকৰ ৰাশিত পঞ্চগ্ৰহী যোগ তৈয়াৰ কৰিব৷ জ্যোতিষমতে এই শুভ যোগে ৪ৰাশিৰ জাতকক মালামাল কৰিব৷ জানি থওক সেই লাকী ৰাশি কি কি?

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে আয় বৃদ্ধিৰ নতুন সুযোগ আহিব৷ পূৰ্বে পৰা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব৷ কৰ্মক্ষেত্ৰত স্থিৰতা আহিব৷ আপোনাৰ আৰ্থিক পৰিস্থিত পূৰ্বতকৈ আৰু মজবুত হব৷ দীৰ্ঘসময় ধৰি কৰা পৰিশ্ৰমে এইবাৰ ইতিবাচক ফল দিব৷ পাৰিবাৰিক জীৱনলৈ ভালসাম্য আহিব৷ ভৱিষ্যতৰ বাবেও আপোনাৰ দৃষ্টিভংগী আৰু ইতিবাচক আৰু নিৰ্ভৰযোগ্য হব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে এই যোগে হঠাৎ অৰ্থলাভৰ ইংগিত দিছে৷ দীৰ্ঘ সময় ধৰি ৰৈ থকা অৰ্থ উভতাই পাব৷ কোনো পুৰণি ঋণৰ পৰা মুক্তি পাব৷ সৃজনশীল ক্ষেত্ৰৰ পৰা সুখবৰ পাব পাৰে৷ প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব৷ সন্তানৰ পক্ষৰ পৰাও কোনো সুখবৰ পাব পাৰে৷

তুলা ৰাশি

এই শুভ যোগে তুলা ৰাশিৰ কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতিৰ দুৱাৰ খুলিব ৷ চাকৰি, আৰ্থিক পৰিস্থিতি আৰু সামাজিক প্ৰতিষ্ঠা এই তিনি ক্ষেত্ৰত ইতিবাচকতা দেখা পাব৷ অংশীদাৰিত্বৰ ব্যৱসায়ত কোনো নতুন যোগাযোগ লাভৰ সুযোগ আহিব পাৰে৷ এই সময়ত আত্মবিশ্বাস বৃদ্ধি হব৷ সিদ্ধান্ত লোৱাৰ ক্ষমতা পূৰ্বতকৈ বাঢ়িব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ এই সময়ত অৰ্থ সংক্ৰান্তিয় পুৰণি বিবাদৰ সমাধান হব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় কাজিয়া থাকিলে দূৰ হব৷ এই সময়ত সোণ, ৰূপ আৰু সম্পত্তিত বিনিয়োগৰ যোগ তৈয়াৰ হব৷ ভৱিষ্যতৰ যোজনা আৰু পৰিপক্ক আৰু মজবুত হব৷ ইয়াৰ সৈতে সামাজিক সহযোগিতা আৰু সমৰ্থন পাব৷ প্ৰভাৱশালী আৰু অভিজ্ঞ মানুহৰ সৈতে সম্পৰ্ক বাঢ়িব৷ যিয়ে ভৱিষ্যতে লাভদায়ক প্ৰমাণিত হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা
বাণিজ্য

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

September 6, 2026
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক
প্ৰযুক্তি

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

September 6, 2026
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত
বাণিজ্য

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

September 6, 2026
Next Post
প্ৰশাসনে বন্ধ কৰিলে তিনিচুকীয়াৰ আদিত্য হাস্পতাল, আঁৰি দিয়া হ’ল CLOSED ফলক

প্ৰশাসনে বন্ধ কৰিলে তিনিচুকীয়াৰ আদিত্য হাস্পতাল, আঁৰি দিয়া হ’ল CLOSED ফলক

ভাৰতৰ প্ৰতিটো শিশু, প্ৰতিগৰাকী কন্যা, প্ৰতিজন যুৱকৰ বাবে আছিল এই সপোন… পুত্ৰৰ মৃত্যুৰ পাছতেই সম্পদৰ ৭৫ শতাংশ দান কৰিলে বেদান্ত গ্ৰুপৰ চেয়াৰমেনে

ভাৰতৰ প্ৰতিটো শিশু, প্ৰতিগৰাকী কন্যা, প্ৰতিজন যুৱকৰ বাবে আছিল এই সপোন... পুত্ৰৰ মৃত্যুৰ পাছতেই সম্পদৰ ৭৫ শতাংশ দান কৰিলে বেদান্ত গ্ৰুপৰ চেয়াৰমেনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.