• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাস্ত্ৰীয় সংগীতৰ উজ্জ্বল নক্ষত্ৰ পণ্ডিত যশৰাজৰ মৃত্যু

শাস্ত্ৰীয় সংগীতৰ উজ্জ্বল নক্ষত্ৰ পণ্ডিত যশৰাজৰ মৃত্যু

6 years ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

7 minutes ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

53 minutes ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

1 hour ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

2 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

4 hours ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

5 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

6 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

6 hours ago
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

7 hours ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

8 hours ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শাস্ত্ৰীয় সংগীতৰ উজ্জ্বল নক্ষত্ৰ পণ্ডিত যশৰাজৰ মৃত্যু

আমেৰিকাত মৃত্যু পণ্ডিত যশৰাজৰ

editor by editor
August 18, 2020
in ভাৰত
0
শাস্ত্ৰীয় সংগীতৰ উজ্জ্বল নক্ষত্ৰ পণ্ডিত যশৰাজৰ মৃত্যু
0
SHARES
65
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতীয় ধ্ৰুপদী সংগীত শিল্পী পণ্ডিত যশৰাজৰ দেহাৱসান। সোমবাৰে আমেৰিকাৰ নিউ জার্চীত শেষ নিশ্বাস ত্যাগ কৰে পণ্ডিতগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ। দীর্ঘদিন ধৰি বার্ধক্যজনিত নানা সমস্যাত ভুগি আহিছিল তেওঁ। শাস্ত্ৰীয় সংগীতৰ বাবে ভাৰতে পদ্ম বিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী সন্মান আগবঢ়াইছিল যশৰাজলৈ। লাভ কৰিছিল বহু বিদেশী পুৰস্কাৰ আৰু সন্মানো। ১৯৩০ চনৰ জানুৱাৰীত হাৰিয়ানাৰ হিচাৰেত এটা ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যশৰাজে। যশৰাজৰ সৰুৰে পৰা আছিল শাস্ত্ৰীয় সংগীতৰ প্ৰতি ধাউতি। পিতৃ পণ্ডিত মতিৰামৰ পৰাই প্ৰথম শাস্ত্ৰীয় সংগীত শিকিছিল যশৰাজে। তেওঁৰ জ্যেষ্ঠ ভাতৃ পণ্ডিত প্ৰতাপ নাৰায়নো শাস্ত্ৰীয় সংগীতৰ এজন মহান শল্পী আছিল, যাৰ দুই পুত্ৰ যতীন-ললিত পৰৱর্তী সময়ত সংগীত পৰিচালক হিচাপে বলীউডত প্ৰভূত খ্যাতি অর্জন কৰিছিল। সমগ্ৰ বিশ্বত ভাৰতীয় শাস্ত্ৰীয় সংগীত বুলিলেই একেমুখে সকলোৱে লয় যশৰাজৰ নাম। উল্লেখযোগ্য যে বিগত বছৰত মার্কিন গৱেষণা সংস্থা ‘নাছা’ই এটা সৰু গ্ৰহৰ নামকৰণ কৰে পণ্ডিত যশৰাজৰ নামেৰে। প্ৰথম ভাৰতীয় সংগীতশিল্পী হিচাপে এই দুর্লভ সন্মান লাভ কৰে পণ্ডিত যশৰাজে। ৯০ বছৰৰ এই ক্লাছিকেল গায়কৰ নামেৰে গ্ৰহটিৰ নাম দিয়া হ’ল ‘পণ্ডিত যশৰাজ (৩০০১২৮)’। এই সৰু গ্ৰহটো ২০০৬ৰ ১১ নৱেম্বৰত আৱিষ্কাৰ কৰা হৈছিল। মঙল আৰু বৃহস্পতিৰ মাজত এটা গ্ৰহাণুপুঞ্জৰ মাজত এই গ্ৰহটোৰ অৱস্থান। সেই মহান শাস্ত্ৰীয় সংগীতৰ পণ্ডিতে চিৰকালৰ বাবে বিদায় ল’লে। শোকস্তব্ধ শিল্পী সমাজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24pandit yashraj
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা
অসম

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

April 9, 2026
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?
অসম

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

April 9, 2026
Next Post
গৃহপ্ৰৱেশত উপস্থিত ৩ বছৰ পূর্বে মৃত্যু হোৱা পত্নীৰ

গৃহপ্ৰৱেশত উপস্থিত ৩ বছৰ পূর্বে মৃত্যু হোৱা পত্নীৰ

এইবাৰ আমিৰ খানৰ ছবি বয়কটৰ দাবী, কিন্তু কিয়?

এইবাৰ আমিৰ খানৰ ছবি বয়কটৰ দাবী, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.