• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান সুৰক্ষিত মহানগৰী ? দিন-দুপৰতে দুৰ্বৃত্তই গুলীয়ালে পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক

কিমান সুৰক্ষিত মহানগৰী ? দিন-দুপৰতে দুৰ্বৃত্তই গুলীয়ালে পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক

3 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

1 hour ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

2 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

2 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

3 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

4 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

5 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

6 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

6 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

6 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

6 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

7 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কিমান সুৰক্ষিত মহানগৰী ? দিন-দুপৰতে দুৰ্বৃত্তই গুলীয়ালে পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক

editor by editor
November 21, 2022
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী
0
কিমান সুৰক্ষিত মহানগৰী ? দিন-দুপৰতে দুৰ্বৃত্তই গুলীয়ালে পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটী মহানগৰীত দিনদুপৰতে ভয়ংকৰ ঘটনা৷ পাঞ্জাবাৰীত দুৰ্বৃত্তই গাড়ীৰ ভিতৰতে গুলীয়ালে পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক৷ বিতৰক ৰঞ্জিত বৰাই বেংকত ধন জমা দিবলৈ যাওতে গুলী চালনা কৰে দুৰ্বৃত্তই৷ ততাতৈয়াকৈ ৰঞ্জিত বৰাক gmchলৈ লৈ যোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে৷

বাইকত অহা দুৰ্বৃত্তৰ দলে ৰঞ্জিত বৰাৰ পৰা লুট কৰি নিয়ে আঢ়ৈ লাখ টকাৰ বেগ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে৷ ইতিমধ্যে ঘটনাৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে৷ হিৰ’ গ্লেমাৰত হেলমেট পিন্ধি দুৰ্বৃত্ত অহাৰ ক্লু লাভ কৰিছে মহানগৰ আৰক্ষীয়ে৷

দুৰ্বৃত্তৰ গুলীত নিহত ৰঞ্জিত বৰা নগাঁৱৰ পৰিবহণ বিষয়াৰ ভাতৃ৷ শান্ত, সহজ-সৰল প্ৰকৃতিৰ ৰঞ্জিত বৰাক কোনে, কিয় গুলীয়ালে তাক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক৷ এয়া এক ডকাইতিকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷

দুৰ্বৃত্তৰ গুলীত মূৰত গুৰুতৰভাৱে আঘাত পাইছিল ৰঞ্জিত বৰাই৷ ৰঞ্জিত বৰাক চিকিৎসকে মৃত ঘোষণা কৰাৰ পাছত সংবাদ মাধ্যমক তথ্য সদৰী gmchৰ অধীক্ষক অভিজিৎ শৰ্মাৰ৷

এই ঘটনা সন্দৰ্ভত জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে৷ শীঘ্ৰেই দুৰ্বৃত্ত আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
Next Post
সন্ধান ওলাল শ্ৰদ্ধাৰ কটা মূৰৰ!  শ্ৰদ্ধাৰ কটা মূৰৰ LOCATION জনালে প্ৰেমিকৰূপী ঘাতক আফতাবে!

সন্ধান ওলাল শ্ৰদ্ধাৰ কটা মূৰৰ! শ্ৰদ্ধাৰ কটা মূৰৰ LOCATION জনালে প্ৰেমিকৰূপী ঘাতক আফতাবে!

HONEYMOONত নকৰিব এইকেইটা কাম!  নহ’লে…

HONEYMOONত নকৰিব এইকেইটা কাম! নহ’লে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.