• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্ধান ওলাল শ্ৰদ্ধাৰ কটা মূৰৰ!  শ্ৰদ্ধাৰ কটা মূৰৰ LOCATION জনালে প্ৰেমিকৰূপী ঘাতক আফতাবে!

সন্ধান ওলাল শ্ৰদ্ধাৰ কটা মূৰৰ! শ্ৰদ্ধাৰ কটা মূৰৰ LOCATION জনালে প্ৰেমিকৰূপী ঘাতক আফতাবে!

4 years ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

36 minutes ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

1 hour ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

2 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

2 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

3 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

4 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

4 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

5 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

6 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

6 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

7 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

সন্ধান ওলাল শ্ৰদ্ধাৰ কটা মূৰৰ! শ্ৰদ্ধাৰ কটা মূৰৰ LOCATION জনালে প্ৰেমিকৰূপী ঘাতক আফতাবে!

editor by editor
November 21, 2022
in অপৰাধ, ভাৰত
0
সন্ধান ওলাল শ্ৰদ্ধাৰ কটা মূৰৰ!  শ্ৰদ্ধাৰ কটা মূৰৰ LOCATION জনালে প্ৰেমিকৰূপী ঘাতক আফতাবে!
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্ধান ওলাল শ্ৰদ্ধাৰ কটা মূৰৰ!

location জনালে প্ৰেমিকৰূপী আফতাবে!

আৰক্ষীয়ে যোৱা ৩ দিন ধৰি মহৰোলী জংঘলত তদন্ত অভিযান চলাই আছিল। তৃতীয় দিনটোত আৰক্ষীয়ে মূৰৰ কিছুমান অংশ আৰু শৰীৰৰ কিছুমান অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা  হাড়সমূহ ফৰেঞ্চিকৰ বাবে চিকিত্সলয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।

শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্ত এতিয়া জোৰদাৰভাৱে চলাই আছে আৰক্ষীয়ে।  দিল্লীৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰ, হিমাচললৈ তদন্ত অব্যাহত ৰাখিছে । বৰ্তমানলৈ আৰক্ষীয়ে আফতাবৰ ফ্লেটৰ পৰা আৰম্ভ কৰি মহৰোলী জংঘললৈহে তদন্ত চলাই আছিল। কিন্তু হঠাতে আৰক্ষীয়ে দেওবাৰে মৈদানগড়ীত উপস্থিত হয় তাত থকা মৈদানগঢ়ী পুখুৰীটো খালী কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰে। সূত্ৰ অনুসৰি, আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত আফতাবে শ্ৰদ্ধাৰ মূৰটো সেই পুখুৰীটোতে পেলাই দিছিল বুলি সোধা-পোছাত স্বীকাৰ কৰিছিল প্ৰেমিকৰূপী আফতাবে।

দিল্লী আৰক্ষী ততালিকে সেই স্থানত উপস্থিত হৈ MCD কৰ্মচাৰীক পুখুৰীটোৰ পৰা পানী উলিয়াই খালী কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰে। গাঁওখনৰ RWAৰ অধ্যক্ষ মহাবীৰ প্ৰধানে জানিবলৈ দিয়া অনুসৰি পুখুৰীটোত শৰীৰৰ বহুকেইটা অংশ উদ্ধাৰ হৈছে। আশে-পাশে থকা অঞ্চলসমূহত এই পুখুৰীটোৰ পানীয়েই বিতৰণ কৰা হয়। পুখুৰীটোৰ পানী খালী নকৰোৱাকৈ শ্ৰদ্ধাৰ দেহৰ অংগ উদ্ধাৰ কৰিব পৰা যায় যদিও পুখুৰীটোৰ পানী খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰে অঞ্চলটোৰ স্থানীয় ৰাইজৰ বাবে।

ইফালে আৰক্ষীৰ মহৰোলী জংঘলটো সন্ধান অব্যাহত। হত্যাকাৰী প্ৰেমিক আফতাৱে এই জংঘলতে প্ৰেমিকাৰ শ্ৰদ্ধাৰ দেহৰ অংগ টুকুৰা-টুকুৰা কৰি পেলাইছিল। বৰ্তমানলৈ আৰক্ষীয়ে শ্ৰদ্ধাৰ দেহৰ ১৭ টুকুৰা অংশ আৰু মূৰৰ কিছুমান অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য আফতাৱে ১৮ মে’ত শ্ৰদ্ধাক ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পিছত মৃতদেহটো ৩৫টা টুকুৰা কৰি ফ্ৰীজত ৰাখি থৈছিল । তাৰ পিছত প্ৰেমিক আফতাৱে প্ৰতি নিশা মৃতেদেহৰ টুকুৰাবিলাক ফ্ৰীজৰ পৰা উলিয়াই মহৰোলী জংঘলত পেলাই দিছিল। প্ৰায় ২০ দিনলৈ আফতাৱে জংঘলত মৃতদেহৰ টুকুৰা পেলাই দিয়াৰ কাম কৰি আছিল।

কেৱল ইমানেই নহয় প্ৰেমিক আফতাৱে শ্ৰদ্ধাক ইমানেই ঘৃণা কৰিছিল যে তাইক হত্যা কৰাৰ পিছত তাইৰ প্ৰতিখন ফটো জ্বলাই দিছিল। আগন্তুক সময়ত হে লক্ষণীয় হ’ব যে শ্ৰদ্ধাৰ হত্যাকাণ্ডৰ ঘটনাটোৰ তদন্তত আৰক্ষী কিমানদূৰ সফল হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম
জীৱনশৈলী

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

July 28, 2026
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!
প্ৰযুক্তি

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

July 28, 2026
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ
বিনোদন

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

July 28, 2026
Next Post
HONEYMOONত নকৰিব এইকেইটা কাম!  নহ’লে…

HONEYMOONত নকৰিব এইকেইটা কাম! নহ’লে...

চীনৰ কাপোৰ নিৰ্মাণ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, থিতাতে নিহত ৩৮ জন, আহত দুজন

চীনৰ কাপোৰ নিৰ্মাণ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, থিতাতে নিহত ৩৮ জন, আহত দুজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.