• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেইন নদীৰ মুকলি অনুষ্ঠান, সিন্ধু-শৰথে চম্ভালিলে দেশৰ পতাকা, কেইখনমান বিশেষ ফটো

চেইন নদীৰ মুকলি অনুষ্ঠান, সিন্ধু-শৰথে চম্ভালিলে দেশৰ পতাকা, কেইখনমান বিশেষ ফটো

2 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

7 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

7 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

7 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

8 hours ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

9 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

9 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

10 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

12 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

13 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

14 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

14 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

চেইন নদীৰ মুকলি অনুষ্ঠান, সিন্ধু-শৰথে চম্ভালিলে দেশৰ পতাকা, কেইখনমান বিশেষ ফটো

editor by editor
July 27, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
চেইন নদীৰ মুকলি অনুষ্ঠান, সিন্ধু-শৰথে চম্ভালিলে দেশৰ পতাকা, কেইখনমান বিশেষ ফটো
0
SHARES
137
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেইন নদীৰ মুকলি অনুষ্ঠান, সিন্ধু-শৰথে চম্ভালিলে দেশৰ পতাকা, কেইখনমান বিশেষ ফটো

ভাৰতীয় সময় অনুসৰি কালি গভীৰ নিশা চেইন নদীৰ পাৰত অনুষ্ঠিত হয় পেৰিছ অলিম্পিকৰ মুকলি অনুষ্ঠান। এই কাৰ্যসূচীত ভাৰতীয় পতাকাবাহী পি ভি সিন্ধু আৰু অচন্ত শৰথ কমলৰ নেতৃত্বত ভাৰতীয় দলটোৱে দেশসমূহৰ নাও পেৰেডত অংশগ্ৰহণ কৰে।

১৯০০ আৰু ১৯২৪ চনৰ পিছত বহু বছৰৰ অন্তত তৃতীয়বাৰৰ বাবে পেৰিছত অনুষ্ঠিত হৈছে অলিম্পিক। ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পেৰেডত ২০৫খন দেশৰ ৬৮০০ৰো অধিক খেলুৱৈ আৰু শৰণাৰ্থী অলিম্পিক দল ৮৫খন নাৱেৰে কঢ়িয়াই অনা অষ্টাৰলিজ দলঙৰ পৰা আৰম্ভ হয়। কালি অনুষ্ঠিত হৈ থকা প্রতিযোগিতাৰ বাবে মুকলি অনুষ্ঠানত বৃহৎ সংখ্যক খেলুৱৈয়ে অংশগ্রহণ কৰা নাছিল৷

ভাৰতীয় দলটোৰ নেতৃত্বত আছিল দুজন পতাকাবাহী, দুবাৰৰ অলিম্পিক পদক বিজয়ী পিভি সিন্ধু আৰু টেবুল টেনিছৰ কিংবদন্তি অচন্ত শৰথ কমল। উদ্যোক্তাসকলে নিৰাপত্তা আৰু লজিষ্টিকছৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে সমগ্ৰ চহৰখনক জড়িত কৰি এক অভূতপূৰ্ব দৃশ্য দাঙি ধৰে। এই খেলসমূহত ভাৰতৰ ১১৭ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে, ইয়াৰে ৪৭ গৰাকী মহিলা।

ভাৰতীয় দলৰ পতাকাবাহক শৰৎ কমল আৰু পি ভি সিন্ধুৱে মুকলি সভাত চেইন নদীত উপস্থিত থকা দৰ্শক আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ পৰা শুভেচ্ছা গ্ৰহণ কৰি থকা অৱস্থাত। সিন্ধু আৰু শৰতৰ নেতৃত্বত ভাৰতীয় দলটোৱে ত্ৰিৰঙেৰে সকলোকে সম্ভাষণ জনায়।

মুকলি অনুষ্ঠানৰ পূৰ্বে পৰম্পৰাগত শৈলীত ভাৰতীয় খেলুৱৈ। টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ লভলিনা বৰগোহাঁয়েও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। লভলিনাই এইবাৰো পদক লৈ অহাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Chain RiverIndian PlayerKamal SaratholympicP V Sindhu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
Next Post
উৎকট গৰমে দহিছে ৰাজ্য, কেতিয়া আহিব বৰষুণ! কি কয় বতৰ বিজ্ঞান কেন্দ্ৰই

উৎকট গৰমে দহিছে ৰাজ্য, কেতিয়া আহিব বৰষুণ! কি কয় বতৰ বিজ্ঞান কেন্দ্ৰই

বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কোন এই বিশেষ ব্যক্তি, যিয়ে কঢ়িয়াইছিল অলিম্পিক শিখা

বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কোন এই বিশেষ ব্যক্তি, যিয়ে কঢ়িয়াইছিল অলিম্পিক শিখা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.