• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কোন এই বিশেষ ব্যক্তি, যিয়ে কঢ়িয়াইছিল অলিম্পিক শিখা

বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কোন এই বিশেষ ব্যক্তি, যিয়ে কঢ়িয়াইছিল অলিম্পিক শিখা

2 years ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

46 seconds ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

17 minutes ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

33 minutes ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

1 hour ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

2 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

3 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

4 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

7 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কোন এই বিশেষ ব্যক্তি, যিয়ে কঢ়িয়াইছিল অলিম্পিক শিখা

editor by editor
July 27, 2024
in Uncategorized
0
বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কোন এই বিশেষ ব্যক্তি, যিয়ে কঢ়িয়াইছিল অলিম্পিক শিখা
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কোন এই বিশেষ ব্যক্তি, যিয়ে কঢ়িয়াইছিল অলিম্পিক শিখা

‘আশাৰ শিখা’, “Flame of Hope”, অলিম্পিক শিখা কঢ়িয়াই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এগৰাকী বিশেষ ব্যক্তি। শাৰিৰীক অক্ষমতাক কাষৰীয়া কৰি বহু লোকৰ মাজেৰে কঢ়িয়াই নিছে অলিম্পিক শিখা। সেই বিশেষভাৱে সক্ষম লোকগৰাকী হৈছে কেভিন পিয়েট।

এটা ভয়ংকৰ বাইক দুৰ্ঘটনাত পতিত হৈ খোজ কঢ়াৰ ক্ষমতা হেৰুৱাই পেলোৱা ফ্ৰান্সৰ প্ৰাক্তন টেনিছ খেলুৱৈ কেভিন পিয়েটে এইবাৰৰ অলিম্পিক শিখা লৈ গৌৰৱেৰে খোজ কাঢ়িছে। বিগত ১০ টা বছৰে ধৰি কেভিনে হুইল চেয়াৰত বহিয়ে জীৱন কটাই আছিল, সেই কেভিনে এক্স’স্কেলিটন ব্যৱহাৰ কৰি সগৌৰৱেৰে জনতাৰ মাজেৰে খোজ কাঢ়ি আগবাঢ়ি গৈছে।

https://x.com/BillieJeanKing/status/1816847430836523108

সেই সময়ৰে মৰ্মস্পৰ্শী ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যি ভিডিঅ’ দেখি বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু লোকে কেভিনৰ এই কাৰ্যক প্ৰশংসা কৰিছে। এক্স হেণ্ডেলত এই ভিডিঅ’ শ্বেয়াৰ কৰিছিল এজন ব্যৱহাৰকাৰীয়ে, যি ভিডিঅ’ই ৬৫ লাখতকৈ অধিক ভিউ লাভ কৰিছে লগতে প্ৰায় ২ লাখ লাইক পাইছে।

https://x.com/BillieJeanKing/status/1816847430836523108

ভিডিঅ’টোত এটা কেপচনো শ্বেয়াৰ কৰা হৈছে, “এটা দুৰ্ঘটনাৰ পিছৰ পৰা পেৰাপ্লেজিক কেভিন পিয়েটে আজি নিজৰ এক্স’স্কেলিটনেৰে অলিম্পিকৰ শিখা কঢ়িয়াই লৈ ইতিহাস ৰচনা কৰিলে!” এক্স’স্কেলিটনে কেভিন পিয়েটক আকৌ ভৰিৰ ওপৰত থিয় হৈ অলিম্পিকৰ টৰ্চ লৈ খোজ কাঢ়িবলৈ সহায় কৰিলে।

https://youtube.com/shorts/IR1Rk2V4MNM?feature=shared

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Flame of HopeKevin PietteolympicOlympic 2024
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
পুৱাই মুম্বাইত অঘটন, ২৪ টা পৰিয়াল শুই থকা অৱস্থাতে তিনিমহলীয়া অট্টালিকা  হঠাতে খহি পৰে

পুৱাই মুম্বাইত অঘটন, ২৪ টা পৰিয়াল শুই থকা অৱস্থাতে তিনিমহলীয়া অট্টালিকা  হঠাতে খহি পৰে

আজি পদক জয়েৰে ভাৰতে আৰম্ভ কৰিব পাৰে অলিম্পিক যাত্ৰা, লাভ কৰিব পাৰে সোণ

আজি পদক জয়েৰে ভাৰতে আৰম্ভ কৰিব পাৰে অলিম্পিক যাত্ৰা, লাভ কৰিব পাৰে সোণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.