• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই মুম্বাইত অঘটন, ২৪ টা পৰিয়াল শুই থকা অৱস্থাতে তিনিমহলীয়া অট্টালিকা  হঠাতে খহি পৰে

পুৱাই মুম্বাইত অঘটন, ২৪ টা পৰিয়াল শুই থকা অৱস্থাতে তিনিমহলীয়া অট্টালিকা  হঠাতে খহি পৰে

2 years ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

29 minutes ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

60 minutes ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

1 hour ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

2 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

3 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

4 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

4 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

5 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

6 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

8 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

8 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুৱাই মুম্বাইত অঘটন, ২৪ টা পৰিয়াল শুই থকা অৱস্থাতে তিনিমহলীয়া অট্টালিকা  হঠাতে খহি পৰে

editor by editor
July 27, 2024
in বিবিধ, ভাৰত
0
পুৱাই মুম্বাইত অঘটন, ২৪ টা পৰিয়াল শুই থকা অৱস্থাতে তিনিমহলীয়া অট্টালিকা  হঠাতে খহি পৰে
0
SHARES
365
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাই মুম্বাইত অঘটন, ২৪ টা পৰিয়াল শুই থকা তিনিমহলীয়া অট্টালিকা  হঠাতে খহি পৰে

আজি ২৭ জুলাই তাৰিখে পুৱাই মুম্বাইত তীব্ৰ বৰষুণৰ মাজতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। নৱী মুম্বাইত অৱস্থিত এটা তিনিমহলীয়া অট্টালিকা হঠাতে খহি পৰে। এই ভৱনটোত মুঠ ২৪টা পৰিয়ালে বাস কৰিছিল।

পুৱা প্ৰায় ৫ মান বজাত শুই থকা অৱস্থাতে খহি পৰে অট্টালিকাটো। ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে বহু লোক। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এন ডি আৰ এফৰ দল।

লগে লগে আৰম্ভ কৰে উদ্ধাৰ অভিযান। বৰ্তমানলৈ কেৱল ২ জন লোকক ধ্বংসাৱশেষৰ মাজৰ পৰা সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। আনহাতে ৫২ গৰাকী লোকে নিজেই ওলাই আহিবলৈ সক্ষম হয়। এতিয়াও কিছু লোক আৱদ্ধ হৈ থকাৰ সম্ভাৱনা, অব্যাহত আছে উদ্ধাৰ অভিযান।

এই দুৰ্ঘটনা সংঘটিত হৈছে নৱী মুম্বাইৰ শ্বাহবাজ অঞ্চলত। অঞ্চলটোত উপস্থিত থকা গ্ৰাউণ্ড প্লাছ নামৰ এটা অট্টালিকা হঠাতে ভাঙি যায়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এন ডি আৰ এফৰ দল উপস্থিত হয়। পৌৰসভাৰ বিষয়াসকলো সেই স্থানত উপস্থিত থাকে। এই দুৰ্ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, অট্টালিকাটো কেৱল মাত্ৰ ১০ বছৰ পুৰণি আছিল। কিন্তু ইয়াৰ আন্তঃগাঠনি ভাল নাছিল। তাতে আৰু বাৰিষাৰ বাবে বিগত কেইবাদিনো ধৰি মুম্বাইত ধাৰাসাৰ বৰষুণ দি আছে। বৰষুণৰ বাবে ৰাস্তা-ঘাট পানীৰে ভৰি পৰিছে।

ইফালে পুৱা ৫ বজাত অট্টালিকাটো ভাঙি পৰাৰ খবৰ ওলাল। চৰকাৰী তথ্য অনুসৰি, প্ৰায় ৫২ জন লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে ধ্বংসাৱশেষৰ পৰা। এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Building CollapseInjuredmany injuredmumbaiNavi MumbaiRescue
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!
জীৱনশৈলী

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

October 8, 2026
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

October 8, 2026
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ
ভাৰত

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

October 8, 2026
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?
জীৱনশৈলী

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

October 8, 2026
Next Post
আজি পদক জয়েৰে ভাৰতে আৰম্ভ কৰিব পাৰে অলিম্পিক যাত্ৰা, লাভ কৰিব পাৰে সোণ

আজি পদক জয়েৰে ভাৰতে আৰম্ভ কৰিব পাৰে অলিম্পিক যাত্ৰা, লাভ কৰিব পাৰে সোণ

আজি শাওনৰ শনিবাৰে ভুলতো ক্ৰয় নকৰিব এই কেইবিধ সামগ্ৰী

আজি শাওনৰ শনিবাৰে ভুলতো ক্ৰয় নকৰিব এই কেইবিধ সামগ্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.