• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি

হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি

2 years ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

19 minutes ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

56 minutes ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

2 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

17 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

18 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

18 hours ago
ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি

editor by editor
August 6, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি

৮-২ত আগ্ৰগতি লাভ কৰি আছিল, সকলোৱে ভাবিছিল খেল খনত জয় নিশ্চিত ভাৰতৰ নিশা দহিয়াৰ। পাছে শেষৰ ৩৩ ছেকেণ্ডত হঠাতে সকলো সলনি হৈ পৰে। এক গভীৰ আঘাতৰ বাবে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় মল্লযুঁজাৰু নিশা। কিন্তু হাৰিলেও দেশবাসীৰ হৃদয় জয় কৰিলে মল্লযুঁজাৰুগৰাকীয়ে।

ভাৰতৰ তাৰকা মল্লযুঁজাৰু নিশা দহিয়াই কালি নিশা অনুষ্ঠিত হৈ যোৱা কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। মহিলাৰ ৬৮ কেজি ওজনৰ শাখাত উত্তৰ কোৰিয়াৰ পাক ছল গামৰ সৈতে মুখামুখি হৈছিল। কিন্তু এই প্ৰতিযোগিতা নিশাৰ বাবে অত্যন্ত বেদনাদায়ক বুলি প্ৰমাণিত হয়।

তিনি মিনিটৰ অন্তত ৮-১ পইণ্টত অগ্ৰগতি লাভ কৰি আছিল নিশা। বিৰুধিৰ বাবে অতি কঠিন আছিল খেল জয় কৰাটো। তাৰ পাছত উত্তৰ কোৰিয়াৰ মল্লযুঁজাৰুগৰাকীয়ে নিশাক মেটৰ পৰা বাহিৰ কৰি দি কোনোমতে আৰু ১ পইণ্ট লাভ কৰি স্ক’ৰ ৮-২ কৰে।

মেচ শেষ হ’বলৈ ৩৩ ছেকেণ্ড বাকী থকাৰ সময়ত নিশা আঘাতপ্ৰাপ্ত হয়। মেচ বন্ধ কৰি হাতত বেণ্ড লগাই লয় নিশাই। কিন্তু বেণ্ড বান্ধি খেলাটো নিশাৰ বাবে কিছু কঠিন হৈ পৰে। যেতিয়া মেচ শেষ হ’বলৈ ১২ ছেকেণ্ড বাকী আছিল। তাৰ পিছত নিশাই আৰু বেছি বিষ অনুভৱ কৰিবলৈ ধৰে আৰু মেচখন আকৌ বন্ধ হৈ যায়। সেই আঘাতৰ সুযোগ লৈ বিৰোধীতে আঘাত পোৱা অংশতেই আঘাত কৰি নিশাত অধিক কষ্ট দি পইণ্ট সংগ্ৰহ কৰে।

শেষত আৰু খেলিব নোৱাৰা হৈ পৰে নিশা। যদিহে খেল খনত স্ক’ৰ ৮-৮ত সমতাত থাকিলহেঁতেন তেন্তে নিশা ছেমি ফাইনেলত প্ৰৱেশ কৰিলেহেঁতেন। কিন্তু শেষৰ ১২ ছেকেণ্ডত উত্তৰ কোৰিয়াৰ মল্লযুঁজাৰুগৰাকীয়ে আৰু পইণ্ট সংগ্ৰহ কৰি ১০-৮ত জয়লাভ কৰে।

এনে পৰাজয়ৰ পাছতে মেটতে হুকহুকাই কান্দি উঠে নিশা। নিশাৰ এনে অৱস্থা সমগ্ৰ খেলুৱৈ সমাজেও শোক প্ৰকাশ কৰে। কিয়নো জয়ী হোৱা খেলত খনত আঘাতে সকলো সলাই পেলাই। নিশাক যি খেলুৱৈয়ে প্ৰথমে সামান্যতমো লৰাব পৰা নাছিল, সেই খেলুৱৈয়ে শেষত নিশাৰ আঘাতৰ সুযোগ লৈ জয় হয়। তেনে জয়ক এতিয়া বহু জনে মিছা জয় আখ্যা দিছে আৰু ভাৰতৰ নিশাক প্ৰকৃত বিজয়ী আখ্যা দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Nisha DahiyaolympicOlympic 2024Peris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা
শিক্ষা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

April 3, 2026
Next Post
৩০০০ মিটাৰ ষ্টেপলচেজত ইতিহাস সৃষ্টি কৰিলে অবিনাশ ছেবলে, প্ৰথম ভাৰতীয় হিচাপে কৰিলে এই কাম

৩০০০ মিটাৰ ষ্টেপলচেজত ইতিহাস সৃষ্টি কৰিলে অবিনাশ ছেবলে, প্ৰথম ভাৰতীয় হিচাপে কৰিলে এই কাম

ছলমান-অক্ষয়ক অভিনয় শিকোৱা ভাৰতৰ লগতে বাংলাদেশৰ ছুপাৰষ্টাৰ, এতিয়া কন্যা ভাৰতীয় চিনেমাৰ অন্যতম তাৰকা

ছলমান-অক্ষয়ক অভিনয় শিকোৱা ভাৰতৰ লগতে বাংলাদেশৰ ছুপাৰষ্টাৰ, এতিয়া কন্যা ভাৰতীয় চিনেমাৰ অন্যতম তাৰকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.