• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা, বাহনে মহতিয়াই নিয়ে কেইবাজনো, ৬ নিহত, ৫ সংকটজনক

ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা, বাহনে মহতিয়াই নিয়ে কেইবাজনো, ৬ নিহত, ৫ সংকটজনক

1 year ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

2 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

2 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

4 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

5 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

6 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

8 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

9 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা, বাহনে মহতিয়াই নিয়ে কেইবাজনো, ৬ নিহত, ৫ সংকটজনক

editor by editor
April 26, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা, বাহনে মহতিয়াই নিয়ে কেইবাজনো, ৬ নিহত, ৫ সংকটজনক
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা, বাহনে মহতিয়াই নিয়ে কেইবাজনো, ৬ নিহত, ৫ সংকটজনক

আজি ২৬ এপ্ৰিল শনিবাৰে পুৱা হাৰিয়ানাৰ নুহ জিলাৰ দিল্লী-মুম্বাই ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক অতিকে মৰ্মান্তিক পথ দুৰ্ঘটনা। এখন পিকআপ বাহনে মহতিয়াই নিয়ে বহ কেইগৰাকী লোকক। যাৰ ভিতৰত ৬ জনকৈ লোকে প্ৰাণ হেৰুৱাই ঘটনাস্থলীতে। আনহাতে আন ৫ গৰাকী লোকৰ অৱস্থা সংকটজনক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ফিৰোজপুৰ ঝিৰকা থানাৰ সীমাৰ অন্তৰ্গত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত এখন বেগী পিকআপ বাহনে পথত কাম কৰি থকা কেইবাগৰাকী চাফাই কৰ্মীক খুন্দা মাৰে। এই ভয়াবহ দুৰ্ঘটনাত ৬ জন অনাময় কৰ্মীৰ থিতাতে মৃত্যু হয়। আনহাতে আন পাঁচজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। আহত পাঁচজন কৰ্মচাৰীক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোকক আই চি ইউত ৰখা হৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত চিঞৰ-বাখৰ লাগি যায়। স্থানীয় ৰাইজে লগে লগে আৰক্ষীক খবৰ দি আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত সহায় কৰে। অলপ সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথত জনসমাগম ঘটে। ঘটনাস্থলীত উপস্থিত হয় এম্বুলেন্স, পথ সুৰক্ষা সংস্থাৰ বাহন আৰু আৰক্ষীৰ দল। দুৰ্ঘটনাটো ইমানেই ভয়াবহ আছিল যে, মৃতদেহ কেইটা ছিন্নভিন্ন হৈ পৰে ৰাজপথত।

আৰক্ষীয়ে জনোৱা মতে, মৃত লোককেইজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণৰ তদন্ত কৰি পিকআপ চালকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, চিচিটিভি ফুটেজ আৰু অন্যান্য প্ৰমাণৰ সহায়ত দুৰ্ঘটনাটোৰ সমগ্ৰ পৰিস্থিতি নিৰ্ণয় কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentMumbai Delhi RoadNuh Districtroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
Next Post
পাকিস্তানীৰ আন এক নিৰ্লজ্জ কাণ্ড, ইংলেণ্ডত ভাৰতীয় প্ৰতিবাদকাৰীক…ভাইৰেল ভিডিঅ’

পাকিস্তানীৰ আন এক নিৰ্লজ্জ কাণ্ড, ইংলেণ্ডত ভাৰতীয় প্ৰতিবাদকাৰীক...ভাইৰেল ভিডিঅ'

দাওদাওকৈ জ্বলি উঠিল লাহোৰ বিমানবন্দৰ, সকলো বিমান বাতিল

দাওদাওকৈ জ্বলি উঠিল লাহোৰ বিমানবন্দৰ, সকলো বিমান বাতিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.