• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানীৰ আন এক নিৰ্লজ্জ কাণ্ড, ইংলেণ্ডত ভাৰতীয় প্ৰতিবাদকাৰীক…ভাইৰেল ভিডিঅ’

পাকিস্তানীৰ আন এক নিৰ্লজ্জ কাণ্ড, ইংলেণ্ডত ভাৰতীয় প্ৰতিবাদকাৰীক…ভাইৰেল ভিডিঅ’

1 year ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

40 minutes ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

2 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

3 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

4 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

5 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

6 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

6 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

7 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

8 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

9 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

9 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাকিস্তানীৰ আন এক নিৰ্লজ্জ কাণ্ড, ইংলেণ্ডত ভাৰতীয় প্ৰতিবাদকাৰীক…ভাইৰেল ভিডিঅ’

editor by editor
April 26, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
পাকিস্তানীৰ আন এক নিৰ্লজ্জ কাণ্ড, ইংলেণ্ডত ভাৰতীয় প্ৰতিবাদকাৰীক…ভাইৰেল ভিডিঅ’
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানীৰ আন এক নিৰ্লজ্জ কাণ্ড, ইংলেণ্ডত ভাৰতীয় প্ৰতিবাদকাৰীক…ভাইৰেল ভিডিঅ’

পেহেলগাম ঘটনাক লৈ অশান্ত হৈ পৰিছে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক। দুয়ো দেশৰ মাজত দেখা দিছে যুদ্ধৰ সম্ভাৱনা। পেহেলগামৰ ঘটনাক লৈ সমগ্ৰ বিশ্বতে গৰিহণা দিয়া হৈছে পাকিস্তানক, কিন্তু পাকিস্তানীসকলে ইয়াক একেবাৰেই গুৰুত্ব দিয়া যেন দেখা পোৱা হোৱা নাই।

তাৰেই এক প্ৰমাণ পোৱা হৈছে এইবাৰ ইংলেণ্ডত। ২৫ এপ্ৰিল শুকুৰবাৰে লণ্ডনত বৃহৎ সংখ্যক ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোক সমবেত হৈ পাকিস্তান উচ্চায়ুক্তৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ছোৱাতে পাকিস্তানী উচ্চায়ুক্তত নিযুক্তিপ্ৰাপ্ত পাকিস্তানী সেনাবাহিনীৰ এজন বিষয়াই ভাৰতীয়সকলৰ প্ৰতি আপত্তিজনক ইংগিত দিয়ে। যি নিৰ্লজ্জ কাণ্ডৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ভাৰতীয় প্ৰতিবাদকাৰী সকলক উদ্দেশ্য কৰি পাকিস্তানী বিষয়াজনে ডিঙি কাটি দিয়াৰ ইংগিত দিয়ে। পাকিস্তানী বিষয়াজনৰ এই কাণ্ড লগে লগে ভিডিঅ’ কেমেৰাত বন্দী হৈ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

https://x.com/Amit_Tyagi75/status/1915974774678843842

শুকুৰবাৰে পেহেলগাম আক্ৰমণৰ বিৰুদ্ধে লণ্ডনৰ পাকিস্তান উচ্চায়ুক্তৰ বাহিৰত ৫০০ৰো অধিক ব্ৰিটিছ হিন্দুৱে প্ৰতিবাদ সাব্যস্ত কৰে। এই সময়ত প্ৰতিবাদকাৰীসকলে হাতত বেনাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে শ্লোগান দি পেহেলগাম ভুক্তভোগীক ন্যায়ৰ দাবী জনায়।

প্ৰতিবাদকাৰীসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শ্লোগান দি পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন কৰে। ইফালে লণ্ডনৰ পাকিস্তান উচ্চায়ুক্তত পদবী থকা পাকিস্তান সেনাৰ কৰ্ণেল টাইমুৰ ৰাহাটে ৰাজহুৱাভাৱে ভাৰতীয় প্ৰতিবাদকাৰীসকলক উচ্চ আয়োগৰ বেলকনিৰ পৰা ডিঙি কাটি দিয়াৰ ইংগিত দিয়ে। পাকিস্তান উচ্চায়ুক্তত সামৰিক আৰু বায়ু উপদেষ্টা হিচাপে কৰ্মৰত কৰ্ণেল ৰাহাটে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian PakistanPahalgam AttackPakistani Peopleprotestviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

June 19, 2026
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি
অপৰাধ

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

June 19, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
Next Post
দাওদাওকৈ জ্বলি উঠিল লাহোৰ বিমানবন্দৰ, সকলো বিমান বাতিল

দাওদাওকৈ জ্বলি উঠিল লাহোৰ বিমানবন্দৰ, সকলো বিমান বাতিল

বুধ গ্ৰহৰ বাবে অপাৰ ধন-সম্পত্তি লাভ কৰিব ৩ ৰাশিৰ লোকে, কেতিয়া হ’ব ভাগ্য উদয়?

বুধ গ্ৰহৰ বাবে অপাৰ ধন-সম্পত্তি লাভ কৰিব ৩ ৰাশিৰ লোকে, কেতিয়া হ'ব ভাগ্য উদয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.