ৰঙিয়াৰ পীতাম্বৰ আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অবাধ লুণ্ঠনৰ অভিযোগ। শিক্ষার্থীক লুণ্ঠনৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰী বীণাপাণি দাসৰ বিৰুদ্ধে।