• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিকিৎসকৰ পৰা ৰাজনীতিবিদলৈ, ডাঃ ভূমিধৰ বৰ্মনৰ জীৱন পৰিক্ৰমা

চিকিৎসকৰ পৰা ৰাজনীতিবিদলৈ, ডাঃ ভূমিধৰ বৰ্মনৰ জীৱন পৰিক্ৰমা

5 years ago
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

52 minutes ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

9 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

9 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

9 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

10 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

10 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

11 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

12 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

12 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

14 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

15 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চিকিৎসকৰ পৰা ৰাজনীতিবিদলৈ, ডাঃ ভূমিধৰ বৰ্মনৰ জীৱন পৰিক্ৰমা

editor by editor
April 19, 2021
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
চিকিৎসকৰ পৰা ৰাজনীতিবিদলৈ, ডাঃ ভূমিধৰ বৰ্মনৰ জীৱন পৰিক্ৰমা
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ দেহাৱসান। দেওবাৰে সন্ধিয়া ৬.২০ বজাত দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। দীৰ্ঘদিন ধৰি যকৃত আৰু বৃক্ক ৰোগত আক্ৰান্ত হৈ ৮৯ বছৰ বয়সত মৃত্যু হয় ডাঃ বৰ্মনৰ।

ডাঃ বৰ্মনৰ জীৱন পৰিক্ৰমাঃ

  • ১৯৩১ চনৰ ১২ অক্টোবৰত বেলশৰত জন্মগ্ৰহণ ডাঃ ভূমিধৰ বর্মনৰ
  • বেলশৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ আৰম্ভণি
  • দ্বিতীয় শ্ৰেণীৰ পৰা টিহু টাউন প্ৰাথমিক বিদ্যালয়ত
  • পাছত বেলশৰ এম ই স্কুলত শিক্ষাগ্ৰহণ
  • বেলশৰ এম ই স্কুলৰ পৰা পুনৰ টিহু হাইস্কুলত
  • ১৯৫১ত টিহু হাইস্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ
  • ১৯৫৮ চনত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ পৰা mbbs
  • ১৯৬০ চনত ৮০ টকা মাহিলি দৰমহাত চাকৰি জীৱন আৰম্ভ
  • শোলমাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত কৰ্মজীৱন আৰম্ভ
  • ছাত্ৰাৱস্থাতে কংগ্ৰেছৰে জড়িত
  • টিহুত পঢ়ি থকা সময়ছোৱাতে সক্ৰিয় ৰাজনৈতিকভাৱে
  • টিহু হাইস্কুলৰ সাধাৰণ সম্পাদকৰ দায়িত্ব
  • ১৯৫২ চনত কটন কলেজত পঢ়ি থাকোঁতে বহু বিশিষ্ট কংগ্ৰেছীৰে পৰিচয়
  • ১৯৬২ত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ বিধানসভা নিৰ্বাচনত সক্ৰিয় ভূমিকা
  • ১৯৬৬ত চাকৰিক বিদায় ডাঃ বৰ্মনৰ
  • ১৯৬৭ত প্ৰথমবাৰলৈ ধৰ্মপুৰ সমষ্টিৰ পৰা বিজয়ী
  • ১৯৭২ চনত পুনৰ বিধানসভালৈ নিৰ্বাচিত
  • ১৯৭৮ত জনতা দলৰ প্ৰাৰ্থী ৰমণী বৰ্মনৰ হাতত পৰাস্ত
  • ১৯৮৩ চনত পুনৰ বিধানসভালৈ নিৰ্বাচিত
  • ১৯৮৫ চনত পৰাজয় বৰণ
  • ১৯৯১ চনত বৰক্ষেত্ৰীৰ পৰা নিৰ্বাচিত
  • ১৯৯৬ চনত পুলকেশ বৰুৱাৰ হাতত পৰাজিত
  • ২০০৬ চনত জয়লাভ
  • কংগ্ৰেছ মন্ত্ৰীসভাত কেইবাবাৰো কেবিনেট মন্ত্ৰীৰ পদলাভ
  • ১৯৭৩ চনত ৰাজহ মন্ত্ৰীৰ দায়িত্ব
  • ১৯৭৪ চনত ৰাজ্যিক ৰাজহ, শিক্ষামন্ত্ৰীৰ দায়িত্ব
  • ১৯৮৩ চনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী
  • ১৯৯১ চনত শিক্ষা, পাছত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত মন্ত্ৰীৰ দায়িত্ব
  • হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পাছত ’৯৬ত ২২ দিনৰ বাবে মুখ্যমন্ত্ৰী
  • ২০১০ত তৰুণ গগৈয়ে চিকিৎসাজনিত কাৰণত ছুটী লোৱাত ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী
  • ২০০১ চনত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত ডাঃ বৰ্মন
  • ২০০৬ চনত ৰাজহ, পুনৰ সংস্থাপন মন্ত্ৰীৰ দায়িত্ব লাভ
  • ২০১১ত মুখ্যমন্ত্ৰীৰ কৃষি উপদেষ্টা

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24dr bhumidhar barman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ
অসম

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

October 15, 2026
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!
অসম

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে
বিনোদন

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

October 15, 2026
Next Post
পৃথিৱীৰ পৰা শেষ হ’ব প্লাষ্টিক আৱৰ্জনা, প্লাষ্টিকক খাদ্য হিচাপে গ্ৰহণ কৰা বিশেষ কাঠফুলাৰ আৱিষ্কাৰ

পৃথিৱীৰ পৰা শেষ হ’ব প্লাষ্টিক আৱৰ্জনা, প্লাষ্টিকক খাদ্য হিচাপে গ্ৰহণ কৰা বিশেষ কাঠফুলাৰ আৱিষ্কাৰ

পুনৰ অসুস্থ অভিনেতা মিঠুন চক্ৰৱৰ্তী

পুনৰ অসুস্থ অভিনেতা মিঠুন চক্ৰৱৰ্তী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.