• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাছ ড্ৰাইভাৰজন একদম ফিটিং হৈ আছিল, আমি নামি দিম বুলিয়ে ভাৱিছিলো…

বাছ ড্ৰাইভাৰজন একদম ফিটিং হৈ আছিল, আমি নামি দিম বুলিয়ে ভাৱিছিলো…

3 years ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

35 minutes ago
সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

সকলো উটি গ’ল, কিন্তু কেনেকৈ সুৰক্ষিত থাকিল নেপালৰ সেউজীয়া অট্টালিকাবোৰ?

2 hours ago
নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

নেপালৰ বিধ্বংসী বানৰ পিছত সন্ধানহীন বহুলোক, চিন্তিত আত্মীয়

3 hours ago
সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

সময় হ’ব সলনি, যদি পিন্ধে দামী ঘড়ী! জানক ঘড়ী পিন্ধাৰ সঠিক নিয়ম

3 hours ago
শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

শক্তি বাঢ়িব নৌসেনাৰ, আজিৰে পৰা যোগ হ’ব আই এন এছ নিপুন!

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে? পঢ়ক দৈনিক ৰাশিফল

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

শিৱৰ কৃপাত সলনি হ’ব জীৱন, কাইলৈ কাৰ কাৰ উদয় হ’ব ভাগ্য?

17 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

17 hours ago
গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

18 hours ago
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

18 hours ago
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

19 hours ago
ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

ভুল দিশৰ শৌচাগাৰে মাতিব বিপদ, ধ্বংস কৰিব ঘৰৰ সুখ-শান্তি!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বাছ ড্ৰাইভাৰজন একদম ফিটিং হৈ আছিল, আমি নামি দিম বুলিয়ে ভাৱিছিলো…

পোহৰলৈ আহিছে ন ন বহু তথ্য

editor by editor
January 4, 2024
in অসম
0
বাছ ড্ৰাইভাৰজন একদম ফিটিং হৈ আছিল, আমি নামি দিম বুলিয়ে ভাৱিছিলো…
0
SHARES
9.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ‘‘আমি প্ৰায় নিশা ৩.০৫বজাত ঘৰৰ পৰা ওলাই গৈছিলো। সেই ঠাই টুকুৰাত এক্সিডেন্ট হোৱাৰ পাছতহে মই হঠাতে সাৰ পাইছো। মই গাড়ীত উঠোতেই মানুহবোৰে কৈছিল যে, বাছৰ ড্ৰাইভাৰজন নিচাত আছে। মানুহজনক দেখাতেই মদ খাই ফিটিং হৈ থকা যেন লাগিছিল। বহুত নিচাত আছিল তেওঁ। এনিটাইম তেওঁ নিচাতেই থাকে বুলি মানুহে এতিয়া কৈছে। আমাক বাছখনে নিবলে আহোতেই ওচৰৰ কাৰোবাৰ এঘৰত খুন্দিয়াই থৈ আছিল। মুঠতে তেওঁ মদ খাই ফিটিং হৈ আছিল।”

এই ভাষ্য খিনি হৈছে দেৰগাঁৱৰ অভিশপ্ত সেই বাছখনত বনভোজ খাবলৈ যোৱা প্ৰিয়াক্ষী বৰা নামৰ যুৱতীগৰাকীৰ। কথমপি প্ৰাণ ৰক্ষা পৰা প্ৰিয়াক্ষীয়ে শেহতীয়াকৈ বৰ্ণনা কৰিছে সেই কাল ৰাতিটোৰ কথা। হাঁহি মাতি একেলগে বনভোজলৈ যোৱা বান্ধৱীক কাষতে তেজেৰে লুটুৰি-পুটুৰি হৈ থকা দেখিছিল প্ৰিয়াক্ষীয়ে। গভীৰ টোপনিৰ পৰা উঠি এইবোৰ দৃশ্য প্ৰত্যক্ষ কৰি সপোন নে দিঠক তলকিবই পৰা নাছিল প্ৰিয়াক্ষীয়ে।

প্ৰিয়াক্ষীয়ে লগতে কলে যে, সেইদিনা বাছৰ ড্ৰাইভাৰখন সুৰাসক্ত অৱস্থাত আছিল। আমি গম পাই সম্পৰ্কীয় এঘৰত নামি দিম বুলিয়ে কৈছিলো। কিন্তু আমাৰ টোপনি আহিল বাবে আমি নামিব নোৱাৰিলো। মোৰ কাষতে বহি যোৱা মোৰ লগৰজনী মোৰ ভৰিৰ ওচৰত তেজেৰে লুটুৰি-পুটুৰি হৈ পৰি আছিল। তাইৰ ভনীয়েক জনী লগে লগে মৰিছে। মাকৰ মূৰতো এফাল এৰি গৈছে…..।

এনেদৰেই প্ৰিয়াক্ষীয়ে সেই মূৰ্হূতবোৰৰ কথা মনত পেলাই এতিয়া শিহৰিত হৈ উঠিছে। বাছৰ ড্ৰাইভাৰগৰাকী যে সুৰাসক্ত আছিল সেই কথাও পোহৰলৈ আনিছে প্ৰিয়াক্ষীয়ে। বাছত থকা অধিকাংশ লোকেই এই কথা গম পাইছিল। উল্লেখ কৰা প্ৰয়োজন যে, দেহত কিছু আঘাত পোৱা প্ৰিয়াক্ষী বৰা এতিয়া সম্পূৰ্ণ সুস্থ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

উজনিত লাগিছে হাহাকাৰ! নাগালেণ্ডত বৰষুণৰ এলাৰ্টৰ পাছতে শিৱসাগৰ, চৰাইদেউলৈ জাননী, মুকলি হেল্পলাইন নম্বৰ

August 30, 2026
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
অসম

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

August 29, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
Next Post
উৎসৱ আহিব আৰু যাব, কিন্তু আমি সাৱধান হৈ থাকিব লাগিব…

উৎসৱ আহিব আৰু যাব, কিন্তু আমি সাৱধান হৈ থাকিব লাগিব...

বনবাসত থাকোতে ৰামেও মাংস খাইছিলঃ এনচিপি নেতা

বনবাসত থাকোতে ৰামেও মাংস খাইছিলঃ এনচিপি নেতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.