• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চকুৰ সমুখতে আকাশৰ পৰা সৰি পৰি দাওদাওকৈ জ্বলি উঠিল ৬২ যাত্ৰীসহ বিমান, সকলো নিহত

চকুৰ সমুখতে আকাশৰ পৰা সৰি পৰি দাওদাওকৈ জ্বলি উঠিল ৬২ যাত্ৰীসহ বিমান, সকলো নিহত

2 years ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

18 minutes ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

58 minutes ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

1 hour ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

11 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

11 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

12 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

12 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

12 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

13 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

13 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

13 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চকুৰ সমুখতে আকাশৰ পৰা সৰি পৰি দাওদাওকৈ জ্বলি উঠিল ৬২ যাত্ৰীসহ বিমান, সকলো নিহত

editor by editor
August 10, 2024
in বিবিধ, বিশ্ব
0
চকুৰ সমুখতে আকাশৰ পৰা সৰি পৰি দাওদাওকৈ জ্বলি উঠিল ৬২ যাত্ৰীসহ বিমান, সকলো নিহত
0
SHARES
234
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চকুৰ সমুখতে আকাশৰ পৰা সৰি পৰি দাওদাওকৈ জ্বলি উঠিল ৬২ যাত্ৰীসহ বিমান, সকলো নিহত

ব্ৰাজিলৰ পৰা আহিছে অতিকে শোকাৱহ ঘটনা। ৬২ যাত্ৰীসহ দাওদাওকৈ জ্বলি ছাই হৈ যায় এখন বিমান। চকুৰ সমুখতে আকাশৰ পৰা সৰি পৰে বিমানখন। চাও পাওলো চহৰৰ জনবসতিপূৰ্ণ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় এখন যাত্ৰীবাহী বিমান।

প্ৰাথমিক তদন্তত জানিব পৰা অনুসৰি দুৰ্ঘটনাৰ সময় বিমানখনত ৫৭ যাত্ৰী, ৪ ক্ৰিউ মেম্বাৰ আৰু দুগৰাকী পাইলট আছিল। দুৰ্ঘটনাটোত কেইজনেই জীৱন্তে জ্বলি প্ৰাণ হেৰুৱায়।

কালি ব্ৰাজিলত এই ভয়ংকৰ বিমান দুৰ্ঘটনাটো সংঘটিত হয়। ১৫ হাজাৰ ফুটতকৈও অধিক উচ্চতাৰ পৰা হঠাৎ পৰি বিমানখন মাটিত খুন্দা মাৰি বিস্ফোৰণ ঘটে। বিস্ফোৰণ সংঘটিত হোৱাৰ লগে লগে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয় আৰু বিমানখনত থকা আটাইকেইজন লোকেই জীৱন্তে জ্বলি নিহত হয়। ব্ৰাজিলৰ চাও পাওলো ৰাজ্যৰ ভিনহেডো চহৰত সংঘটিত হয় এই বিমান দুৰ্ঘটনা।

বিমান সংস্থা ভইপাছৰ এই বিমানখনে চাও পাওলোৰ গুয়াৰুলহছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া আছিল যদিও অৱতৰণৰ পূৰ্বে দুৰ্ঘটনাৰ সন্মুখীন হয়। বিমান দুৰ্ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত।

https://x.com/gunsnrosesgirl3/status/1822029149755863295

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিমান সংস্থা ভোপাছৰ সূত্ৰই জনোৱা মতে, পি এছ-ভিপিবি বিমানখনৰ পঞ্জীয়ন নম্বৰ এটিআৰ ৭২-৫০০ আৰু ইঞ্জিন বিকল হোৱাৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। যদিও বিমান দুৰ্ঘটনাৰ কোনো স্পষ্ট কাৰণ পোহৰলৈ অহা নাই, তথাপিও কোৱা হৈছে যে ভিডিঅ’টোত বিমানখন বৃত্তৰ দৰে গতি কৰা দেখা গৈছে। তেনেদৰেই বৃত্তাকাৰে ঘুৰি এক আৱাসিক অঞ্চলত সৰি পৰে।

https://x.com/PJPNIG/status/1821973187741282493

দুৰ্ঘটনাৰ পূৰ্বে বিমানখনে এ টি চিৰ বিষয়াৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছিল। আনকি ৰাডাৰতো দেখা পোৱা নাছিল বিমানখন। বিমানখনে খুন্দা মৰা ঘৰটোৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। কনডোমিনিয়াম কমপ্লেক্সত বাস কৰা লোকসকলে বিমানখন পৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে বিমান দুৰ্ঘটনাৰ বিষয়ে বিমানবন্দৰ কৰ্তৃপক্ষ আৰু আৰক্ষীক অৱগত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 62 DiedbrazilBrazil Plane CrashPlane Crashviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!
জীৱনশৈলী

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

April 7, 2026
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
Next Post
বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

সকলো মহিলাক হৰুৱাই পুৰুষৰ পৰা মহিলা হোৱা ইমানে লাভ কৰিলে সোণ, বিশ্বজুৰি বিতৰ্ক

সকলো মহিলাক হৰুৱাই পুৰুষৰ পৰা মহিলা হোৱা ইমানে লাভ কৰিলে সোণ, বিশ্বজুৰি বিতৰ্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.