• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

2 years ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

1 hour ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

2 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

3 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

4 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

4 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

5 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

6 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

6 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

7 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

7 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

editor by editor
July 31, 2024
in জীৱনশৈলী
0
১৫ আগষ্টলৈকে সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে
0
SHARES
10.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬ জুলাইত কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে সূৰ্যই৷ এই ৰাশিত আহি একাধিক ৰাজযোগ তৈয়াৰ কৰিছে এই গ্ৰহই৷ কিন্তু জ্যোতিষ গণনা অনুসৰি এই সময়ত সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি পৰিছে৷ সূৰ্যৰ ওপৰত ৰাহুৰ নিষ্ঠুৰ দৃষ্টিৰ কাৰণে কেইটামান ৰাশিৰ জাতক প্ৰভাৱিত হ’ব৷ উল্লেখ্য যে সূৰ্যই প্ৰায় এমাহ ধৰি কোনো ৰাশিত অৱস্থান কৰে৷ ১৫ আগষ্ঠৰ পৰ্যন্ত কৰ্কট ৰাশিত বিৰাজমান থাকিব ৰাহু৷ এই কাৰণতেই আগষ্টৰ মাজৰ সময়লৈকে চেলেঞ্জৰ সন্মুখীন হ’ব কেইবাটাও ৰাশিৰ জাতক৷ সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টিৰ ফলত চেলেঞ্জৰ মুখামুখি হ’ব এইকেইটা ৰাশিৰ জাতক৷

সিংহ ৰাশি

সিংহ ৰাশিৰ দ্বাদশ স্থানত সূৰ্যৰ গোচৰ হৈছে৷ কোষ্ঠীৰ দ্বাদশ স্থানত লোকচান, ক্ষতি, সমস্যাৰ কাৰক৷ ৰাহুৱে আপোনাৰ অষ্টম স্থানৰ পৰা সূৰ্যৰ ওপৰত পঞ্চম দৃষ্টি আছে৷ যাৰ ফলত হঠাৎ স্বাস্থাজনিত সমস্যাই দেখা দিব এই ৰাশিৰ জাতকৰ৷ ব্যৱসায়ীৰ বাবে এই সময় বিশেষ শুভ নহয়৷ লাভৰ পৰিমান কমিব৷ ১৫ আগষ্টৰ ভিতৰত কোনো ধৰণৰ লগ্নি নকৰিব৷ চাকৰিয়াল জাতকে কৰ্মক্ষেত্ৰত গাফিলতি নকৰিব৷ উচ্চাধিকাৰীসকলে বিবাদ এৰাই চলক৷

ধনু ৰাশি

ধনু ৰাশিৰ অষ্টম স্থানত সূৰ্য আৰু চতুৰ্থ স্থানত ৰাহুৱে অৱস্থান কৰিছে৷ ৰাহুৰ নিষ্ঠুৰ দৃষ্টিৰ কাৰণে ধনু জাতকৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব৷ মানসিক অৱসাদৰ প্ৰভাৱ বাঢ়িব পাৰে৷ ইয়াৰোপৰি সুখ সাধন কমিব৷ এই সময়ত যাত্ৰা এৰাই চলক ধনু ৰাশিৰ জাতকে৷ অন্যহাতে আৰ্থিক লোকচানৰ আশংকা আছে৷ কাকো ধন ধাৰে নিদিব৷ কৰ্মক্ষেত্ৰত বিবাদ দূৰ হ’ব৷

মীন ৰাশি

জ্যোতিষ গণনা অনুসৰি মীন ৰাশিৰ লগ্ন স্থানত ৰাহু আৰু পঞ্চম স্থানত সূৰ্যই বিচৰণ কৰিছে৷ মীন ৰাশি জাতকে এই সময়ত খোৱাবোৱাৰ যত্ন লওক৷ যাত্ৰাৰ সময়ত কাগজ পত্ৰ লগত নাৰাখিলে বিপদত পৰিব৷ কোনো নতুন কামৰ পৰিকল্পনা থাকিলে বাতিল কৰক৷ জীৱনসংগীৰ মনোমালিন্য সম্ভৱ৷

অশুভ প্ৰভাৱৰ পৰা মুক্তিৰ উপায়

সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টিৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি পাবলৈ এই ৰাশিৰ জাতকে সূৰ্যক পানীৰ অৰ্ঘ্য দিয়ক৷ বয়স্কসকলৰ আশীৰ্বাদ লৈ কামত আগবাঢ়ক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

March 10, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

March 10, 2026
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

March 10, 2026
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?
জীৱনশৈলী

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

March 10, 2026
Next Post
সন্ধিয়া ভুলতো দান নকৰিব এই ৫সামগ্ৰী, অন্যথা ঘৰ এৰিব লক্ষ্মীয়ে, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

সন্ধিয়া ভুলতো দান নকৰিব এই ৫সামগ্ৰী, অন্যথা ঘৰ এৰিব লক্ষ্মীয়ে, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আগষ্টৰ পহিলা দিন, কিদৰে যাব আজিৰ দিনটো, ভাগ্য উজলি উঠিব বিশেষ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.