• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষকলৈ ভাল খবৰ! মাজত মাত্ৰ ২৪ঘণ্টা, চৰকাৰে পোনপটীয়াকৈ একাউণ্টত দিব ধন

কৃষকলৈ ভাল খবৰ! মাজত মাত্ৰ ২৪ঘণ্টা, চৰকাৰে পোনপটীয়াকৈ একাউণ্টত দিব ধন

2 years ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

21 minutes ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 hour ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

16 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

16 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

17 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

19 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

19 hours ago
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

20 hours ago
৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

20 hours ago
প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

21 hours ago
শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

শনি-শুক্ৰৰ মিলনত অৰ্ধকেন্দ্ৰ ৰাজযোগ, সকলোকে হৰুৱাই ৰজাৰ আসনত বহিব ৫ৰাশি

22 hours ago
বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

বুধবাৰে বসুমান যোগ, ভগৱান গণেশৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৃষকলৈ ভাল খবৰ! মাজত মাত্ৰ ২৪ঘণ্টা, চৰকাৰে পোনপটীয়াকৈ একাউণ্টত দিব ধন

কৃষকলৈ ভাল খবৰ! মাজত মাত্ৰ ২৪ঘণ্টা, চৰকাৰে পোনপটীয়াকৈ একাউণ্টত দিব ধন

editor by editor
June 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কৃষকলৈ ভাল খবৰ! মাজত মাত্ৰ ২৪ঘণ্টা, চৰকাৰে পোনপটীয়াকৈ একাউণ্টত দিব ধন
0
SHARES
197
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৃষকৰ অপেক্ষাৰ অৱসান।প্ৰধানমন্ত্ৰী কৃষক নিধিৰ ১৭ নং কিস্তিৰ বাবে অপেক্ষা কৰি থকাসকলৰ বাবে ভালখবৰ। পি এম কিষাণ যোজনাৰ আওতাত ৪ কোটিৰো বেছি কৃষকৰ একাউণ্টত দিয়া হৈছে ২০০০কৈ টকা।১৮ জুনত কিষাণ সন্মান নিধিৰ ১৭ তম কিস্তিৰ টকা কৃষকৰ একাউণ্টত পোনপটীয়াকৈ দিব কেন্দ্ৰীয় চৰকাৰে।

এইবাৰ প্ৰায় ২০, ০০০ কোটি টকা কৃষকৰ উদ্দেশ্যে মুকলাই দিয়া হৈছে৷ এই স্কিমৰ সুবিধা লাভ কৰিব প্ৰায় ৯.৩ কোটি কৃষক পৰিয়ালে৷ পিএম মোদীয়ে এই প্ৰসংগত কয়, ‘আমাৰ চৰকাৰ কৃষকৰ কল্যাণৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ৷’ দায়িত্ব লৈয়েই মোদীয়ে প্ৰথমটো ফাইলত চহী কৰিছে৷ সেই ফাইল কিষাণ নিধিৰ ফাইল৷ কৃষি কল্যাণৰ সৈতে জড়িত ফাইল৷ মোদীয়ে চহী কৰিয়েই কৈছিল, ‘আমি এই সময়ত কৃষক আৰু কৃষিভূমিক লৈ আৰু বেছিকৈ কাম কৰিব খোজো৷’

প্ৰধানমন্ত্ৰী কিষাণ নিধি প্ৰকল্পৰ উদ্দেশ্য হৈছে কৃষকক আৰ্থিকভাৱে সহায় কৰা। কৃষি সামগ্ৰী আৰু অন্যান্য জৰুৰী প্ৰয়োজন পুৰণ কৰিবলৈ যাতে কৃষকৰ কোনো সমস্যা নহয় তাৰবাবেই এই ধন প্ৰদান কৰা হয়। যদি কোনো কৃষকে এই স্কিমৰ বিষয়ে আৰু তথ্য বিচাৰে তেন্তে pmkisan-ict@gov.in-ত মেইল কৰিব পাৰে। ইয়াৰোপৰি কৃষকে হেল্পলাইন নম্বৰ 155261, 1800115526, 011-23381092 নম্বৰতো যোগাযোগ কৰিব পাৰে।

PM কিষাণ যোজনাৰ স্কিমৰ বিষয়ে জানি থওক সবিশেষ

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ আওতাত চৰকাৰে দেশৰ সমস্ত কৃষক পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়াইছে। এই প্ৰকল্পৰ আওতাত প্ৰতিটো কৃষক পৰিয়ালক বছৰি তিনিটা কিস্তিত ২০০০ টকাকৈ মুঠ ৬০০০ দিয়া হৈছে। কৃষকৰ আয় বৃদ্ধি কৰা, কৃষকৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি কৰা আৰু কৃষকৰ জীৱনযাত্ৰাৰ মান উন্নত কৰাৰ লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে কৃষকক এই ধন প্ৰদান কৰি আহিছে। প্ৰতি বছৰে দিয়া তিনিটা কিস্তিৰ মাজত প্ৰথম কিস্তি দিয়া হয় এপ্ৰিল মাহত, দ্বিতীয় কিস্তি দিয়া হয় জুলাই মাহত আৰু তৃতীয় কিস্তি নৱেম্বৰত দিয়া হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত এই যোজনা আৰম্ভ কৰিছিল।

PM কিষাণ যোজনাৰ ধন লাভ কৰিবলৈ কি কৰিব?

PM কিষাণ যোজনাৰ ধন লাভ কৰিবলৈ www.pmkisan.gov.in-ত গৈ নতুন ৰেজিষ্ট্ৰেছনৰ অপশ্ব্যনত ক্লিক কৰিব। ইয়াৰ পাছতেই নিজৰ পছন্দৰ ভাষা বাচি লওক। পাছৰ পৰ্যায়ত চহৰৰ কৃষকে আৰবান ফাৰ্মৰ অপশ্ব্যন বাচি ল’ব আৰু গ্ৰামীণ এলেকাৰ কৃষকে গ্ৰামীণ কৃষক অপশ্ব্যনত ক্লিক কৰিব। ইয়াৰপাছতেই আধাৰ নম্বৰ আৰু ফোন নম্বৰ তাত এড কৰিব। কৃষকে মাটিৰ নথিও পৰ্টেলত জমা দিব লাগিব। ইয়াৰপাছতেই কেপছা কোড দিব। তেতিয়াই আপোনাৰ ফোন নম্বৰলৈ OTP আহিব। সেই OTP ছাবমিট কৰিলেই আপোনাৰ ৰেজিষ্ট্ৰেছন সম্পূৰ্ণ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?
জীৱনশৈলী

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

February 5, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?
জীৱনশৈলী

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

February 4, 2026
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত
জীৱনশৈলী

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

February 4, 2026
Next Post
ঈদৰ পবিত্ৰ দিনটোতেই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, অসমৰো যাত্ৰী থকাৰ সন্দেহ

ঈদৰ পবিত্ৰ দিনটোতেই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, অসমৰো যাত্ৰী থকাৰ সন্দেহ

ৰাখে হৰি মাৰে কোনে! দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছত কথমপি প্ৰাণ ৰক্ষা মণীশৰ

ৰাখে হৰি মাৰে কোনে! দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছত কথমপি প্ৰাণ ৰক্ষা মণীশৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.